Wednesday, 10 March 2021

ৰাজনৈতিক কাৰ্যকলাপত লিপ্ত হ'ব নোৱাৰিব কোনো চৰকাৰী কৰ্মচাৰী

10 March, 2021

প্ৰেছ বিজ্ঞপ্তি

ৰাজনৈতিক কাৰ্যকলাপত লিপ্ত হ'ব নোৱাৰিব কোনো চৰকাৰী কৰ্মচাৰী

গোলাঘাট, ১০ মাৰ্চ : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট জিলাতো নিৰ্বাচনী আৰ্হি আচৰণবিধি বলৱৎ হৈছে । আৰ্হি আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত ৰাজ্য, কেন্দ্ৰীয় অথবা ৰাজহুৱা খণ্ডৰ কোনো কৰ্মচাৰীয়ে কোনো ৰাজনৈতিক কাৰ্যকলাপত লিপ্ত হ'ব নোৱাৰিব বুলি গোলাঘাট জিলাৰ আৰ্হি আচৰণ বিধি কোষে স্পষ্ট কৰি দিছে । 

গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...