Wednesday, 10 March 2021

গোলাঘাটৰ দহমাইল খুঁটি ষ্টেটিক ছাৰ্ভিলেন্স দলৰ দ্বাৰা ১.৪৫ লাখ টকা জব্দ

10 March, 2021

প্ৰেছ বিজ্ঞপ্তি

গোলাঘাটৰ দহমাইল খুঁটি ষ্টেটিক ছাৰ্ভিলেন্স দলৰ দ্বাৰা ১.৪৫ লাখ টকা জব্দ

গোলাঘাট, ১০ মাৰ্চ : গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী চকীৰ অধীনৰ দহমাইল খুঁটিৰ পৰা আজি গোলাঘাট নিৰ্বাচনী জিলাত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দলে এখন চাৰিচকীয়া বাহনৰ পৰা নগদ ১.৪৫লাখ টকা জব্দ কৰে ।  

গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...