Tuesday, 9 March 2021
गोलाघाट में मौजूद चुनाव पर्यवेक्षक
গোলাঘাটত উপস্থিত নিৰ্বাচনী পৰ্যবেক্ষক
Monday, 8 March 2021
লখিমপুৰ নমিনেচন
08 March, 2021
*লখিমপুৰ নমিনেচন
* Date :- 8/3/21
## সমাগত বিধান সভা নিৰ্বাচন।
## লখিমপুৰ সমষ্টি উপৰিও নাওবৈচা আৰু বিহপুৰীয়া সমষ্টি পৰাও বহু প্ৰাৰ্থীয়ে আজি লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যলয়ত মনোনয়ন প্ৰত্ৰ দাখিল কৰে।
## ইয়াৰে ভিতৰত লখিমপুৰ সমষ্টি পৰা বিজেপি মানৱ ডেকা, এজিপি উৎপল দত্ত উপৰিও আৰু বহু কেইজন লোক নিৰ্দলীয় হিচাপে মনোনয়ন প্ৰত্ৰ দাখিল কৰে।
## আনহাতে নাওঁবৈচা সমষ্টিৰ পৰা এজিপি জয়ন্ত খাওণ্ড আৰু বিহপুৰীয়া সমষ্টি পৰা ভূপেন বৰা লগতে বহু কেইজন নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্ৰ দাখিল কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
আন্তর্জাতিক মহিলা দিৱস
08 March, 2021
*আন্তর্জাতিক মহিলা দিৱস
* Date :- 8/3/21
আজি আন্তর্জাতিক নাৰী দিৱস উপলক্ষে লখিমপুৰ জিলাৰ নকাৰী মিলি জুলি মহিলা গোটৰ সৌজন্যত আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।
## উক্ত অনুষ্ঠানত সম্পাদিকা গৰাকীয়ে কয় যে, আজি আন্তর্জাতিক মহিলা দিৱস উপলক্ষে নকাৰী মিলি জুলি গোটৰ মহিলা সকলে আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰে।
## আজিৰ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি মহিলা সকলৰ বাবে এখনি খেল-ধেমালিৰ আয়োজন কৰা হয়।
## উক্ত খেলত প্ৰায় শতাধিক মহিলাই অংশগ্রহণ কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
গোলাঘাট জিলাৰ চাৰিটা সমষ্টিৰ বাবে আজি ১৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।
গোলাঘাট জিলা নমিনেচন
08 March, 2021
গোলাঘাট জিলা নমিনেচন
৯৫ নং গোলাঘাট বিধালসভা সমষ্টিৰ আৰু ৯৬ নং খুমটাই বিধান সভা সমষ্টিৰ বাবে আজি কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ণপত্ৰ দাখিল কৰিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ গোলাঘাটৰ পাৰ্থী বিতোপন শইকীয়া আৰু ৯৬নং খুমটাইৰ পাৰ্থী বিস্মিতা গগৈয়ে নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়নপত্ৰ দাখিল কৰে কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ সৈতে হাতীৰ পিঠিত উঠি বিতোপনে মনোনয়নপত্ৰ দাখিল কৰে ৷ আনহাতে বিজেপিৰ প্ৰাৰ্থী অজন্তা নেওগে মনোনয়ন দাখিল কৰাৰ সময়ত সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই ৷
খুমটাই বিধান সভা সমষ্টিৰ আৰু AJP ৰ প্ৰাৰ্থী পৱন শইকীয়াই মনোনয়ন দাখিল কৰে।
গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷
Sunday, 7 March 2021
*বগী নদীত নৱ দলেক ব্যাপক আদৰণি*
07 March, 2021
*বগী নদীত নৱ দলেক ব্যাপক আদৰণি*
Date :- 7/3/21
## ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিজেপি, অগপ, উপিপিএল সমৰ্থিত প্ৰাৰ্থী নব কুমাৰ দলেক বগীনদী উন্নয়ণ খণ্ডত আজি বিপুল আদৰণি জনোৱা হয় ।
## নৱ দলে বিজেপি প্ৰাৰ্থিত্বলৈ সমষ্টিলৈ আহি থকাৰ পথত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ চৰাই মৰীয়া চাৰি আলি হাজাৰ হাজাৰ সমৰ্থকে বিপুল আদৰণি জনায় ।
## ইয়াৰ পিছতেই চৰাই মৰীয়া নাম ঘৰত সেৱা জনাই নৱ দলে।
## পাৰ্থী গৰাকী হাজাৰ হাজাৰ সমৰ্থকে বাইক গাড়ীলৈ ঢকুৱাখনালৈ ৰাওনা হয় ।
## ৰাইজে পদুলিয়ে পদুলিয়ে প্ৰাৰ্থী গৰাকীক উস্ম আদৰণি জনায় ।
## শান্তিপূৰ্ণ ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আহ্বান জনায় প্ৰাৰ্থী গৰাকীয়ে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...