Monday, 8 March 2021
গোলাঘাট জিলাৰ চাৰিটা সমষ্টিৰ বাবে আজি ১৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।
গোলাঘাট জিলা নমিনেচন
08 March, 2021
গোলাঘাট জিলা নমিনেচন
৯৫ নং গোলাঘাট বিধালসভা সমষ্টিৰ আৰু ৯৬ নং খুমটাই বিধান সভা সমষ্টিৰ বাবে আজি কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ণপত্ৰ দাখিল কৰিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ গোলাঘাটৰ পাৰ্থী বিতোপন শইকীয়া আৰু ৯৬নং খুমটাইৰ পাৰ্থী বিস্মিতা গগৈয়ে নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়নপত্ৰ দাখিল কৰে কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ সৈতে হাতীৰ পিঠিত উঠি বিতোপনে মনোনয়নপত্ৰ দাখিল কৰে ৷ আনহাতে বিজেপিৰ প্ৰাৰ্থী অজন্তা নেওগে মনোনয়ন দাখিল কৰাৰ সময়ত সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই ৷
খুমটাই বিধান সভা সমষ্টিৰ আৰু AJP ৰ প্ৰাৰ্থী পৱন শইকীয়াই মনোনয়ন দাখিল কৰে।
গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷
Sunday, 7 March 2021
*বগী নদীত নৱ দলেক ব্যাপক আদৰণি*
07 March, 2021
*বগী নদীত নৱ দলেক ব্যাপক আদৰণি*
Date :- 7/3/21
## ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিজেপি, অগপ, উপিপিএল সমৰ্থিত প্ৰাৰ্থী নব কুমাৰ দলেক বগীনদী উন্নয়ণ খণ্ডত আজি বিপুল আদৰণি জনোৱা হয় ।
## নৱ দলে বিজেপি প্ৰাৰ্থিত্বলৈ সমষ্টিলৈ আহি থকাৰ পথত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ চৰাই মৰীয়া চাৰি আলি হাজাৰ হাজাৰ সমৰ্থকে বিপুল আদৰণি জনায় ।
## ইয়াৰ পিছতেই চৰাই মৰীয়া নাম ঘৰত সেৱা জনাই নৱ দলে।
## পাৰ্থী গৰাকী হাজাৰ হাজাৰ সমৰ্থকে বাইক গাড়ীলৈ ঢকুৱাখনালৈ ৰাওনা হয় ।
## ৰাইজে পদুলিয়ে পদুলিয়ে প্ৰাৰ্থী গৰাকীক উস্ম আদৰণি জনায় ।
## শান্তিপূৰ্ণ ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আহ্বান জনায় প্ৰাৰ্থী গৰাকীয়ে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ দ্বিতীয় দিনৰ প্ৰশিক্ষণ সম্পন্ন
Saturday, 6 March 2021
06 March, 2021 গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত, দলীয় টিকট লাভ কৰা তিনি জন বিজেপি প্ৰাৰ্থীক বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান। ● অজন্তা নেওগে প্ৰতিদ্বন্দিতা কৰিব গোলাঘাট সমষ্টিৰ পৰা। ● মৃণাল শইকীয়াই প্ৰতিদ্বন্দিতা কৰিব খুমটাই সমষ্টিৰ পৰা। আৰু ● বিশ্বজিৎ ফুকন প্ৰতিদ্বন্দিতা কৰিব সৰুপথাৰ সমষ্টিৰ পৰা। সঞ্জীৱ কুমাৰ প্ৰজাপতি ৰ ৰিপৰ্ত ,নৰ্থইষ্ট নিউজ ইণ্ডিয়া
06 March, 2021
গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত, দলীয় টিকট লাভ কৰা তিনি জন বিজেপি প্ৰাৰ্থীক বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান।
● অজন্তা নেওগে প্ৰতিদ্বন্দিতা কৰিব গোলাঘাট সমষ্টিৰ পৰা।
● মৃণাল শইকীয়াই প্ৰতিদ্বন্দিতা কৰিব খুমটাই সমষ্টিৰ পৰা। আৰু
● বিশ্বজিৎ ফুকন প্ৰতিদ্বন্দিতা কৰিব সৰুপথাৰ সমষ্টিৰ পৰা।
সঞ্জীৱ কুমাৰ প্ৰজাপতি ৰ ৰিপৰ্ত ,নৰ্থইষ্ট নিউজ ইণ্ডিয়া
06 March, 2021গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্নগোলাঘাট, ৬ মাৰ্চ। গোলাঘাট নিৰ্বাচনী জিলাৰ অধীনৰ গোলাঘাট আৰু খুমটাই সমষ্টিৰ বাবে আজি গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়, হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয় আৰু বাণিজ্য মহাবিদ্যালয়ত প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন হয় । দেৱৰাজ ৰয় মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত উপস্থিত থাকি জিলা উপায়ুক্ত তথা গোলাঘাটৰ জিলা নিৰ্বাচনী বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে কয় যে নিৰ্বাচনত প্ৰিজাইডিং আৰু পলিং বিষয়াসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ সকলোকে দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায় । তেওঁ নিৰ্বাচনী কাম-কাজত জড়িত বিষয়া-কৰ্মচাৰীসকল যাতে ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰবাবে সকলোকে ডাক বেলটযোগে ভোট দিবলৈ পৰামৰ্শ আগবঢ়ায় । অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিৎ বৰুৱাই কোৱিড-19ৰ নীতি-নিৰ্দেশনাসমূহৰ মাজেৰে সুকলমে নিৰ্বাচন সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে। বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত অতিৰিক্ত উপায়ুক্ত চুলতানা আখতাৰা আহমেদ আৰু সহকাৰী আয়ুক্ত অম্লান ফুকন তথা হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী আৰু নিৰ্বাচনী বিষয়া সুলক্ষণা বৰপাত্ৰগোঁহাই উপস্থিত আছিল। প্ৰশিক্ষণত সমষ্টি দুটাৰ ৪৮৬ টা ভোটগ্ৰহন কেন্দ্ৰত নিয়োজিত হ'বলগীয়া ৭১২ গৰাকী প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াৰ লগতে ভালেসংখ্যক প্ৰশিক্ষক, চেক্টৰ বিষয়া আৰু নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকল অংশ লয় । গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি
06 March, 2021 গোলাঘাটত বিতোপন শইকীয়াক বিপুল আদৰণি দীর্ঘদিন ধৰি বিজেপি দলত সেৱা আগবঢ়াই অহা একনিষ্ঠ নেতা বিতোপন শইকীয়াক বিধানসভা নিৰ্বাচনৰ শেষমুহূৰ্তত দলীয় পাৰ্থীত্বৰ পৰা বঞ্চিত কৰি ন-বিজেপি অজন্তা নেওগক গেৰুৱাদলৰ পৰা ৯৫নং গোলাঘাট সমষ্টিৰ পৰা প্ৰক্ষেপ কৰাৰ পিছত বিজেপি আৰু কংগ্ৰেছৰ কৰ্মী সকল আজি গোলাঘাটৰ ৰঙাজান তিনিআলিৰ পৰা বিতোপন শইকীয়াক জয়ধ্বনিৰে আদৰণী জনায় ৷অগনন লোকৰ সমাবেশেৰে গোলাঘাট চহৰত প্ৰবেশ বিতোপন শইকীয়াৰ ৷ গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা, কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷
06 March, 2021 গোলাঘাটত বিতোপন শইকীয়াক বিপুল আদৰণি
দীর্ঘদিন ধৰি বিজেপি দলত সেৱা আগবঢ়াই অহা একনিষ্ঠ নেতা বিতোপন শইকীয়াক বিধানসভা নিৰ্বাচনৰ শেষমুহূৰ্তত দলীয় পাৰ্থীত্বৰ পৰা বঞ্চিত কৰি ন-বিজেপি অজন্তা নেওগক গেৰুৱাদলৰ পৰা ৯৫নং গোলাঘাট সমষ্টিৰ পৰা প্ৰক্ষেপ কৰাৰ পিছত বিজেপি আৰু কংগ্ৰেছৰ কৰ্মী সকল আজি গোলাঘাটৰ ৰঙাজান তিনিআলিৰ পৰা বিতোপন শইকীয়াক জয়ধ্বনিৰে আদৰণী জনায় ৷অগনন লোকৰ সমাবেশেৰে গোলাঘাট চহৰত প্ৰবেশ বিতোপন শইকীয়াৰ ৷
গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা, কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...