Monday, 1 March 2021
01 March 2021*খেলপথাৰ লখিমপুৰ* Date :- 1/3/21## ২০০১ চনৰ পৰা বত্তৰ্মানলৈ নগৰৰ পশ্চিমাঞ্চল ক্ৰিয়া সন্থাৰ উদ্যোগত সম্পূর্ণ নিজা প্ৰচেষ্টাত এই খেলপথাৰ খন মুকলি কৰাৰ পাছত আজি পয্যন্ত কোনো অনুদান নাই চৰকাৰী পক্ষৰ।## বিগত বৰ্ষত শুভাকাংক্ষী সহযোগত নগৰ পশ্চিমাঞ্চল ক্ৰিয়া সন্থাই এটা পেভিলিয়ন স্থাপন কৰে।## এই বৰ্ষত খেলৰ ৰাহী হোৱা টকাৰে খেলপথাৰ খনত প্ৰায় ৩০০ টেক্টৰ মাটি পেলাবলৈ থিক কৰিছে।## আৰু ইতিমধ্যে এই কামো পূৰ্ণ গতিত চলি আছে।## সম্পাদকে জনোৱা মতে কোনো সদাশয় ব্যক্তি, চৰকাৰ তথা ৰাজনৈতিক নেটায়ে যদি এই খেলপথাৰ খনৰ বাবে অনুদান আগবঢ়াই তেন্তে নগৰ পশ্চিমাঞ্চল ক্ৰিয়া সন্থাৰ লগত যোগাযোগ কৰিব পৰে।## চৰকাৰেও যাতে অলপ সহায় আগবঢ়াই তাৰ বাবে অনুৰোধ জনাই সম্পাদকে।লখিমপুৰৰ পৰা ৰাহান আহমদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
01 March, 2021ষ্টেটিক ছাৰ্ভিলেন্স দলৰ দ্বাৰা গোলাঘাটৰ কমাৰবন্ধাত প্ৰায় আঢ়ৈ লাখ টকা আৰু বিদেশী সুৰা জব্দ । গোলাঘাট, ১ মাৰ্চ : গোলাঘাট থানাৰ অন্তৰ্গত কমাৰবন্ধা আৰক্ষী চকীৰ অধীনৰ কমাৰবন্ধাৰ পৰা আজি গোলাঘাট নিৰ্বাচনী জিলাত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দল আৰু ফ্লায়িং স্কোৱাডে এখন চাৰিচকীয়া বাহনৰ পৰা নগদ প্ৰায় আঢ়ৈ লাখ টকাৰ লগতে দলটোৱে ৯টা বিভিন্ন আকাৰৰ বিদেশী সুৰাৰ বটলো জব্দ কৰে । গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Sunday, 28 February 2021
28 February, 2021 *লখিমপুৰ গ্ৰন্থ উৎসৱ* Date :- 28/2/21 ## বিগত বৰ্ষ দৰে এইবছৰো মঙ্গলবোধ জাগৰণ কেন্দ্ৰৰ উদ্যোগত মঙ্গলময় গ্ৰন্থ উৎসৱৰ আয়োজন কৰে। ## ২৭ ফেব্ৰুৱাৰী পৰা ৩ মাৰ্চলৈ অনুষ্টিত হোৱা এই গ্ৰন্থ উৎসৱৰ সভাপতি হিচাপে আছে সমাজকৰ্মী উদয় শংকৰ হাজৰিকা আৰু সম্পাদকৰ দায়ীত্বত আছে কবি পঙ্কজ সভাপণ্ডিত। ## আজি দ্বিতীয় দিনা কায্যসূচী বটাঁ প্ৰদান অনুস্থানত দুটাকৈ বটাঁ প্ৰদান কৰে। ## "সাহিত্যিজ্যোতি বটাঁ" প্ৰদান কৰে ড° খৰ্গেশ্বৰ ভূঞাক আৰু "মঙ্গলময় নাট্য উত্তৰত বটাঁ" প্ৰদান কৰে ড° নিশিগন্ধা তালুকদাৰক। ## এই ৫ দিনীয়া গ্ৰন্থ মেলাত অসমৰ বিভিন্ন প্ৰান্ত বহু কিতাপৰ বিপনিয়ে অংশ লয়। ## লখিমপুৰ আহুচাউল গাওঁ ৰঙ্গমঞ্চত এই গ্ৰন্থ উৎসৱ আয়োজন কৰা হয় । লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
28 February, 2021
*লখিমপুৰ গ্ৰন্থ উৎসৱ* Date :- 28/2/21
## বিগত বৰ্ষ দৰে এইবছৰো মঙ্গলবোধ জাগৰণ কেন্দ্ৰৰ উদ্যোগত মঙ্গলময় গ্ৰন্থ উৎসৱৰ আয়োজন কৰে।
## ২৭ ফেব্ৰুৱাৰী পৰা ৩ মাৰ্চলৈ অনুষ্টিত হোৱা এই গ্ৰন্থ উৎসৱৰ সভাপতি হিচাপে আছে সমাজকৰ্মী উদয় শংকৰ হাজৰিকা আৰু সম্পাদকৰ দায়ীত্বত আছে কবি পঙ্কজ সভাপণ্ডিত।
## আজি দ্বিতীয় দিনা কায্যসূচী বটাঁ প্ৰদান অনুস্থানত দুটাকৈ বটাঁ প্ৰদান কৰে।
## "সাহিত্যিজ্যোতি বটাঁ" প্ৰদান কৰে ড° খৰ্গেশ্বৰ ভূঞাক আৰু "মঙ্গলময় নাট্য উত্তৰত বটাঁ" প্ৰদান কৰে ড° নিশিগন্ধা তালুকদাৰক।
## এই ৫ দিনীয়া গ্ৰন্থ মেলাত অসমৰ বিভিন্ন প্ৰান্ত বহু কিতাপৰ বিপনিয়ে অংশ লয়।
## লখিমপুৰ আহুচাউল গাওঁ ৰঙ্গমঞ্চত এই গ্ৰন্থ উৎসৱ আয়োজন কৰা হয় ।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
28 February, 2021 গোলাঘাটৰ বিদ্যুৎবিভাগৰ এখন সুন্দৰ ফুলনি ৷ বতাহত নাচি থকা সুন্দৰ ফুলে বাটৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰা সুন্দৰ ফুলেৰে জাতিস্কাৰ হৈ থকা ফুলনিখন প্ৰকৃততে কি ? চাও আহক তপন নগৰত থকা ফুলনিখনৰ ৰূপ ৷ আমাৰ সংবাদিক প্ৰকাশ শৰ্মাই আপোনাক লৈ যাব ফুলনিখনৰ প্ৰকৃত পৰিবেশলৈ ৷ NORTHEAST NEWS INDIA
28 February, 2021
গোলাঘাটৰ বিদ্যুৎবিভাগৰ এখন সুন্দৰ ফুলনি ৷ বতাহত নাচি থকা সুন্দৰ ফুলে বাটৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰা সুন্দৰ ফুলেৰে জাতিস্কাৰ হৈ থকা ফুলনিখন প্ৰকৃততে কি ? চাও আহক তপন নগৰত থকা ফুলনিখনৰ ৰূপ ৷ আমাৰ সংবাদিক প্ৰকাশ শৰ্মাই আপোনাক লৈ যাব ফুলনিখনৰ প্ৰকৃত পৰিবেশলৈ ৷
NORTHEAST NEWS INDIA
28 February, 2021এজন ব্যক্তি বা মানুহে ইমানেই লোভ কৰা দৰকাৰ, যি নিজৰ মৃত্যুৰ সময়ত লগত লৈ যাৱ পাৰে। NORTHEAST NEWS INDIA
Saturday, 27 February 2021
27 February, 2021 *লখিমপুৰ বেডমিণ্টন* Date :- 27/2/21 ## বিগত বৰ্ষ দৰে এইবাৰো ফুকনহাটৰ যুৱ সমাজৰ সৌজন্যত দুদিনীয়াকৈ আয়োজন কৰা হয় এখনি প্ৰাইজমানি বেডমিণ্টন প্ৰতিযোগিতা। ## এই প্ৰতিযোগিতা খনিত অসমৰ বিভিন্ন প্ৰান্ত লগতে অৰুনাচলৰো প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। ## লখিমপুৰ জিলা ফুকনহাটত আয়োজন হোৱা এই প্ৰতিযোগিতা খনি শুভ উদ্ধোধন কৰে বিশিষ্ট ক্ৰিয়াবিধ ৰাহুল বৰাই। ## আৰম্ভনি খেল খনি পৰিচালনা কৰে দ্বীপক শৰ্মাই। ## প্ৰতিযোগিতা খনি চুৰান্ত খেলখন আজি ( শনি বাৰে ) নিশা অনুষ্টিত হব। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
27 February, 2021
*লখিমপুৰ বেডমিণ্টন* Date :- 27/2/21
## বিগত বৰ্ষ দৰে এইবাৰো ফুকনহাটৰ যুৱ সমাজৰ সৌজন্যত দুদিনীয়াকৈ আয়োজন কৰা হয় এখনি প্ৰাইজমানি বেডমিণ্টন প্ৰতিযোগিতা।
## এই প্ৰতিযোগিতা খনিত অসমৰ বিভিন্ন প্ৰান্ত লগতে অৰুনাচলৰো প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে।
## লখিমপুৰ জিলা ফুকনহাটত আয়োজন হোৱা এই প্ৰতিযোগিতা খনি শুভ উদ্ধোধন কৰে বিশিষ্ট ক্ৰিয়াবিধ ৰাহুল বৰাই।
## আৰম্ভনি খেল খনি পৰিচালনা কৰে দ্বীপক শৰ্মাই।
## প্ৰতিযোগিতা খনি চুৰান্ত খেলখন আজি ( শনি বাৰে ) নিশা অনুষ্টিত হব।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
27 February, 2021 *লখিমপুৰৰ পথ নামাকৰণ* Date :- 27/2/21 ## এতিয়া নিৰ্বাচনৰ বতৰ। ## কেউফালে মাথোঁ নাৰিকল ভঙা আৰু ফিটা কটা অনুষ্ঠান। ## লখিমপুৰৰ নকাড়ী ২ নং ৱাডৰ এটা পথৰ ফিটা কাটি নামাকৰণ কৰে। ## এতিয়া আপোনি হয়তো ভাবিছে নিৰ্বাচনৰ দিন ঘোষানা কৰা পাছত আকৌ কিহৰ ফিটা কটা অনুষ্ঠান। ## প্ৰকৃততে কুঞ্জলতা শইকীয়া নামৰ এই আইতা গৰাকী কোনো ৰাজনিতি দলৰ নহয়। ## নকাড়ী নামঘৰৰ কাষৰ ১৬ পৰিয়ালে বসবাস কৰা এই পথটো ৺সুনাৰাম শইকীয়া পথ নামাৰে অনুস্থানিক ভাবে আজি নামাকৰণ কৰা হয় ৷ ## উক্ত পথটো নামাকৰণত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজৰ। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
27 February, 2021
*লখিমপুৰৰ পথ নামাকৰণ* Date :- 27/2/21
## এতিয়া নিৰ্বাচনৰ বতৰ।
## কেউফালে মাথোঁ নাৰিকল ভঙা আৰু ফিটা কটা অনুষ্ঠান।
## লখিমপুৰৰ নকাড়ী ২ নং ৱাডৰ এটা পথৰ ফিটা কাটি নামাকৰণ কৰে।
## এতিয়া আপোনি হয়তো ভাবিছে নিৰ্বাচনৰ দিন ঘোষানা কৰা পাছত আকৌ কিহৰ ফিটা কটা অনুষ্ঠান।
## প্ৰকৃততে কুঞ্জলতা শইকীয়া নামৰ এই আইতা গৰাকী কোনো ৰাজনিতি দলৰ নহয়।
## নকাড়ী নামঘৰৰ কাষৰ ১৬ পৰিয়ালে বসবাস কৰা এই পথটো ৺সুনাৰাম শইকীয়া পথ নামাৰে অনুস্থানিক ভাবে আজি নামাকৰণ কৰা হয় ৷
## উক্ত পথটো নামাকৰণত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজৰ।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...