Sunday, 28 February 2021

28 February, 2021 গোলাঘাটৰ বিদ্যুৎবিভাগৰ এখন সুন্দৰ ফুলনি ৷ বতাহত নাচি থকা সুন্দৰ ফুলে বাটৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰা সুন্দৰ ফুলেৰে জাতিস্কাৰ হৈ থকা ফুলনিখন প্ৰকৃততে কি ? চাও আহক তপন নগৰত থকা ফুলনিখনৰ ৰূপ ৷ আমাৰ সংবাদিক প্ৰকাশ শৰ্মাই আপোনাক লৈ যাব ফুলনিখনৰ প্ৰকৃত পৰিবেশলৈ ৷ NORTHEAST NEWS INDIA

 28 February, 2021


গোলাঘাটৰ বিদ্যুৎবিভাগৰ এখন সুন্দৰ ফুলনি ৷ বতাহত নাচি থকা সুন্দৰ ফুলে বাটৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰা সুন্দৰ ফুলেৰে জাতিস্কাৰ হৈ থকা ফুলনিখন প্ৰকৃততে কি ? চাও আহক তপন নগৰত থকা ফুলনিখনৰ ৰূপ ৷ আমাৰ সংবাদিক প্ৰকাশ শৰ্মাই আপোনাক লৈ যাব ফুলনিখনৰ প্ৰকৃত পৰিবেশলৈ ৷


NORTHEAST NEWS INDIA


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...