Sunday, 28 February 2021

28 February, 2021 *লখিমপুৰ গ্ৰন্থ উৎসৱ* Date :- 28/2/21 ## বিগত বৰ্ষ দৰে এইবছৰো মঙ্গলবোধ জাগৰণ কেন্দ্ৰৰ উদ্যোগত মঙ্গলময় গ্ৰন্থ উৎসৱৰ আয়োজন কৰে। ## ২৭ ফেব্ৰুৱাৰী পৰা ৩ মাৰ্চলৈ অনুষ্টিত হোৱা এই গ্ৰন্থ উৎসৱৰ সভাপতি হিচাপে আছে সমাজকৰ্মী উদয় শংকৰ হাজৰিকা আৰু সম্পাদকৰ দায়ীত্বত আছে কবি পঙ্কজ সভাপণ্ডিত। ## আজি দ্বিতীয় দিনা কায্যসূচী বটাঁ প্ৰদান অনুস্থানত দুটাকৈ বটাঁ প্ৰদান কৰে। ## "সাহিত্যিজ্যোতি বটাঁ" প্ৰদান কৰে ড° খৰ্গেশ্বৰ ভূঞাক আৰু "মঙ্গলময় নাট্য উত্তৰত বটাঁ" প্ৰদান কৰে ড° নিশিগন্ধা তালুকদাৰক। ## এই ৫ দিনীয়া গ্ৰন্থ মেলাত অসমৰ বিভিন্ন প্ৰান্ত বহু কিতাপৰ বিপনিয়ে অংশ লয়। ## লখিমপুৰ আহুচাউল গাওঁ ৰঙ্গমঞ্চত এই গ্ৰন্থ উৎসৱ আয়োজন কৰা হয় । লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 28 February, 2021



*লখিমপুৰ গ্ৰন্থ উৎসৱ* Date :- 28/2/21


## বিগত বৰ্ষ দৰে এইবছৰো মঙ্গলবোধ জাগৰণ কেন্দ্ৰৰ উদ্যোগত মঙ্গলময় গ্ৰন্থ উৎসৱৰ আয়োজন কৰে।


## ২৭ ফেব্ৰুৱাৰী পৰা ৩ মাৰ্চলৈ অনুষ্টিত হোৱা এই গ্ৰন্থ উৎসৱৰ সভাপতি হিচাপে আছে সমাজকৰ্মী উদয় শংকৰ হাজৰিকা আৰু সম্পাদকৰ দায়ীত্বত আছে কবি পঙ্কজ সভাপণ্ডিত।


## আজি দ্বিতীয় দিনা কায্যসূচী বটাঁ প্ৰদান অনুস্থানত দুটাকৈ বটাঁ প্ৰদান কৰে।


## "সাহিত্যিজ্যোতি বটাঁ" প্ৰদান কৰে ড° খৰ্গেশ্বৰ ভূঞাক আৰু "মঙ্গলময় নাট্য উত্তৰত বটাঁ" প্ৰদান কৰে ড° নিশিগন্ধা তালুকদাৰক।


## এই ৫ দিনীয়া গ্ৰন্থ মেলাত অসমৰ বিভিন্ন প্ৰান্ত বহু কিতাপৰ বিপনিয়ে অংশ লয়।


## লখিমপুৰ আহুচাউল গাওঁ ৰঙ্গমঞ্চত এই গ্ৰন্থ উৎসৱ আয়োজন কৰা হয় ।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...