Saturday, 27 February 2021

27 February, 2021 *লখিমপুৰ বেডমিণ্টন* Date :- 27/2/21 ## বিগত বৰ্ষ দৰে এইবাৰো ফুকনহাটৰ যুৱ সমাজৰ সৌজন্যত দুদিনীয়াকৈ আয়োজন কৰা হয় এখনি প্ৰাইজমানি বেডমিণ্টন প্ৰতিযোগিতা। ## এই প্ৰতিযোগিতা খনিত অসমৰ বিভিন্ন প্ৰান্ত লগতে অৰুনাচলৰো প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। ## লখিমপুৰ জিলা ফুকনহাটত আয়োজন হোৱা এই প্ৰতিযোগিতা খনি শুভ উদ্ধোধন কৰে বিশিষ্ট ক্ৰিয়াবিধ ৰাহুল বৰাই। ## আৰম্ভনি খেল খনি পৰিচালনা কৰে দ্বীপক শৰ্মাই। ## প্ৰতিযোগিতা খনি চুৰান্ত খেলখন আজি ( শনি বাৰে ) নিশা অনুষ্টিত হব। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 27 February, 2021


*লখিমপুৰ বেডমিণ্টন* Date :- 27/2/21


## বিগত বৰ্ষ দৰে এইবাৰো  ফুকনহাটৰ যুৱ সমাজৰ সৌজন্যত দুদিনীয়াকৈ আয়োজন কৰা হয় এখনি প্ৰাইজমানি বেডমিণ্টন প্ৰতিযোগিতা।


## এই প্ৰতিযোগিতা খনিত অসমৰ বিভিন্ন প্ৰান্ত লগতে অৰুনাচলৰো প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে।


## লখিমপুৰ জিলা ফুকনহাটত আয়োজন হোৱা এই প্ৰতিযোগিতা খনি শুভ উদ্ধোধন কৰে বিশিষ্ট ক্ৰিয়াবিধ ৰাহুল বৰাই।


## আৰম্ভনি খেল খনি পৰিচালনা কৰে দ্বীপক শৰ্মাই।


## প্ৰতিযোগিতা খনি চুৰান্ত খেলখন আজি ( শনি বাৰে ) নিশা অনুষ্টিত হব।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


27 February, 2021 *লখিমপুৰৰ পথ নামাকৰণ* Date :- 27/2/21 ## এতিয়া নিৰ্বাচনৰ বতৰ। ## কেউফালে মাথোঁ নাৰিকল ভঙা আৰু ফিটা কটা অনুষ্ঠান। ## লখিমপুৰৰ নকাড়ী ২ নং ৱাডৰ এটা পথৰ ফিটা কাটি নামাকৰণ কৰে। ## এতিয়া আপোনি হয়তো ভাবিছে নিৰ্বাচনৰ দিন ঘোষানা কৰা পাছত আকৌ কিহৰ ফিটা কটা অনুষ্ঠান। ## প্ৰকৃততে কুঞ্জলতা শইকীয়া নামৰ এই আইতা গৰাকী কোনো ৰাজনিতি দলৰ নহয়। ## নকাড়ী নামঘৰৰ কাষৰ ১৬ পৰিয়ালে বসবাস কৰা এই পথটো ৺সুনাৰাম শইকীয়া পথ নামাৰে অনুস্থানিক ভাবে আজি নামাকৰণ কৰা হয় ৷ ## উক্ত পথটো নামাকৰণত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজৰ। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 27 February, 2021


*লখিমপুৰৰ পথ নামাকৰণ* Date :- 27/2/21


## এতিয়া নিৰ্বাচনৰ বতৰ।


## কেউফালে মাথোঁ নাৰিকল ভঙা আৰু ফিটা কটা অনুষ্ঠান।


## লখিমপুৰৰ নকাড়ী ২ নং ৱাডৰ এটা পথৰ ফিটা কাটি নামাকৰণ কৰে।


## এতিয়া আপোনি হয়তো ভাবিছে নিৰ্বাচনৰ দিন ঘোষানা কৰা পাছত আকৌ কিহৰ ফিটা কটা অনুষ্ঠান।


## প্ৰকৃততে কুঞ্জলতা শইকীয়া নামৰ এই আইতা গৰাকী কোনো ৰাজনিতি দলৰ নহয়।


## নকাড়ী নামঘৰৰ কাষৰ ১৬ পৰিয়ালে বসবাস কৰা এই পথটো ৺সুনাৰাম শইকীয়া পথ নামাৰে অনুস্থানিক ভাবে আজি নামাকৰণ কৰা হয় ৷


## উক্ত পথটো নামাকৰণত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজৰ।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


27 February, 2021 *লখিমপুৰত নিৰুদ্দেশ* Date :- 27/2/21 ## লখিমপুৰৰ ৰাওনাপুৰৰ গাওঁৰ জিয়াবুৰ আলী নামৰ ৩৩ বছৰীয়া এজন লোকৰ যোৱা বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। ## লখিমপুৰ লীলাবাৰীলৈ পুৱা ৯ বজাত কাম কৰা মানুহ বিচাৰি গৈ আজি পৰ্য্যন্ত কোনো সুং সুত্ৰ নাই। ## কোনো সদাশয় ব্যক্তিয়ে যদি এই ব্যক্তিজনৰ সন্ধান পায় তেন্তে ৯৬৭৮৬৭২৭৬৪ এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাই পৰিয়ালৰ লোকে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 27 February, 2021


*লখিমপুৰত নিৰুদ্দেশ* Date :- 27/2/21


## লখিমপুৰৰ ৰাওনাপুৰৰ গাওঁৰ জিয়াবুৰ আলী নামৰ ৩৩ বছৰীয়া এজন লোকৰ যোৱা বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে।


## লখিমপুৰ লীলাবাৰীলৈ পুৱা ৯ বজাত কাম কৰা মানুহ বিচাৰি গৈ আজি পৰ্য্যন্ত কোনো সুং সুত্ৰ নাই।


## কোনো সদাশয় ব্যক্তিয়ে যদি এই ব্যক্তিজনৰ সন্ধান পায় তেন্তে ৯৬৭৮৬৭২৭৬৪ এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাই পৰিয়ালৰ লোকে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


27 February, 2021 *লখিমপুৰ শাৰীৰিক ভাৱে সক্ষম শিশুক থেৰাপী* ## লখিমপুৰৰ সৰ্বত্মক শিক্ষাৰ দৈনিক পৰিচৰ্যা কেন্দ্ৰই জিলিকাইছে বহু দিব্যাঙ্গ শিশুৰ জীৱন। ## লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তিদ্বয় পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ দ্বাৰা পৰিচালিত উত্তৰ লখিমপুৰ নগৰ স্থিত ৰহঢলা প্ৰাথমিক বিদ্যালয়ত থকা দৈনিক পৰিচৰ্যা কেন্দ্ৰই বহু দিব্যাঙ্গ শিশুৰ জীৱন উজ্বলাৱলৈ সক্ষম হৈছে। ## কবি'ট ১৯ বাবে বন্ধ হৈ থকা কেন্দ্রটো পুণৰ আজিৰ পৰা আৰম্ভ হয়। ## সপ্তাহৰ প্ৰতি বুধ আৰু শুক্ৰ বাৰে উক্ত কেন্দ্ৰত দিব্যাঙ্গ শিশু সকলক ফিজিঅ' থেৰাপি,স্পীচ থেৰাপি,অকোপেচনেল থেৰাপি,পেৰেণ্টছ কাউঞ্চেলিংৰ লগতে চৰকাৰী বিভিন্ন আচনি লাভৰ সুবিধা কৰাকে ধৰি সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াই আহিছে। ## লখিমপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত এনে শিশুৱে উক্ত কেন্দ্ৰৰ লগত যোগাযোগ কৰিব পাৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 27 February, 2021


*লখিমপুৰ শাৰীৰিক ভাৱে সক্ষম শিশুক থেৰাপী* 


## লখিমপুৰৰ সৰ্বত্মক শিক্ষাৰ দৈনিক পৰিচৰ্যা কেন্দ্ৰই জিলিকাইছে বহু দিব্যাঙ্গ শিশুৰ জীৱন।


## লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তিদ্বয় পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ দ্বাৰা পৰিচালিত উত্তৰ লখিমপুৰ নগৰ স্থিত ৰহঢলা প্ৰাথমিক বিদ্যালয়ত থকা দৈনিক পৰিচৰ্যা কেন্দ্ৰই বহু দিব্যাঙ্গ শিশুৰ জীৱন উজ্বলাৱলৈ সক্ষম হৈছে।


## কবি'ট ১৯ বাবে বন্ধ হৈ থকা কেন্দ্রটো পুণৰ আজিৰ পৰা আৰম্ভ হয়।


## সপ্তাহৰ প্ৰতি বুধ আৰু শুক্ৰ বাৰে উক্ত কেন্দ্ৰত দিব্যাঙ্গ শিশু সকলক ফিজিঅ' থেৰাপি,স্পীচ থেৰাপি,অকোপেচনেল থেৰাপি,পেৰেণ্টছ কাউঞ্চেলিংৰ লগতে চৰকাৰী বিভিন্ন আচনি লাভৰ সুবিধা কৰাকে ধৰি সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াই আহিছে।


## লখিমপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত এনে শিশুৱে উক্ত কেন্দ্ৰৰ লগত যোগাযোগ কৰিব পাৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Friday, 26 February 2021

26 February, 2021 ১৯৮৪ চনৰ পৰা গোলাঘাটৰ কলেজ তিনিআলিত প্ৰতিবছৰে আৰম্ভণি হোৱা শ্ৰী শ্ৰী বিষ্নুযজ্ঞ এইবাৰো২৪ৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছে ৷ বিষ্নু মন্দিৰত অনুষ্ঠিত হোৱা এই মহাযজ্ঞ শনিবাৰে অন্ত পৰিব ৷ উদযাপন সমিতিয়ে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে৷ :: প্ৰকাশ শৰ্মা গোলাঘাট ৷ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 26 February, 2021



১৯৮৪ চনৰ পৰা গোলাঘাটৰ কলেজ তিনিআলিত প্ৰতিবছৰে আৰম্ভণি হোৱা শ্ৰী শ্ৰী বিষ্নুযজ্ঞ এইবাৰো২৪ৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছে ৷ বিষ্নু মন্দিৰত অনুষ্ঠিত হোৱা এই মহাযজ্ঞ শনিবাৰে অন্ত পৰিব ৷ উদযাপন সমিতিয়ে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে৷ :: 


প্ৰকাশ শৰ্মা গোলাঘাট ৷ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


26 February, 2021 কাস্মিৰি আপেল বগৰি : থাইলেণ্ড বগৰি ;অমিতা;ষ্ট্ৰবেৰী আম খেতিৰে স্বাৱলম্বী হৈছে শগুণপাৰাৰ ভাই চুতীয়াৰ পৰিয়াল ৷ : ২৬ ফেব্ৰুৱাৰী কাস্মিৰি আপেল বগৰি ; থাইলেণ্ড বগৰী অমিতা ; আম আৰু ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বীতাৰ নিৰ্দৰ্শন দেখুৱাইছে গোলাঘাটৰ শগুণপাৰা গাঁৱৰ কৃষক ভাই চুতীয়াই ৷ ভাইচুতীয়াৰ দুই পুত্ৰ কৰ্মে নৱজিৎ আৰু তীব্ৰজ্যোতিএ পঢ়াশুনা সাং কৰি কেইবাটাও বছৰ চৰকাৰি চাকৰী বিচাৰি সময় পাৰ কৰিলে ৷ কিন্ত শিক্ষিত হৈও চাকৰি নেপানে নৱজিৎ আৰু তীব্ৰজ্যোতিয়ে ৷ সেয়েহে দেউতাক মাকৰ পৰামৰ্শমতে দুয়ো মনদিলে উদ্যানশষ্যৰ খেটিত ৷ ২০১৮ চনত পৰিয়ালটোৱে নিজৰ ঘৰৰ পিছফালে থকা ৬ বিঘা মাটিত কাস্মিৰি আপেল বগৰী আৰু থাইলেণ্ড বগৰীৰ পুলি ৰোপণ কৰিলে ৷ আৰম্ভ হল তেওঁলোকৰ আচ্ছেদিন দুয়োটা খেটিতেই যথেষ্টখিনি লাভ হ’ল ৷ বগৰীবাৰীৰ খেটিৰ ঢ়াপত দুশজোপা উন্নত প্ৰজাটিৰ অমিতা ৰোপণ কৰিলে ৷ কৃষিবিভাগে বিনামূলীয়াকৈ দিয়া ষ্ট্ৰবেৰীৰ পুলীওএকঠা মাটিত ৰোপন কৰিলে ৷ এই সকলো খেটিৰ ফচল একেবছৰতে বিক্ৰী কৰা আৰম্ভ কৰিলে এতিয়া ভাইচুতীয়াৰ বাৰীখনত আম ফুলিছে ৷গছত লাগিথকা ৰঙা ষ্ট্ৰবেৰী ; পকা বগৰীৰ সুগন্ধই আমোলমুলাই থাকে তেওৰ বাৰিখন ৷ গছতে পকা অমিতা প্ৰতিকেজিত ১০০ টকা আৰু কেছা অমিটা ৪০ টকাকৈ বিক্ৰী কৰিছে ৷ ষ্ট্ৰবেৰী ৪০০ টকা আৰু কাস্মিৰি আপেল বগৰী প্ৰতিকেজিত ৪০০ টকা থাইলেণ্ডবগৰী ৫০ টকাকৈ বিক্ৰী কৰি লাভবান হৈছে ৷ চৰকাৰে তেওক ষ্ট্ৰবেৰীৰ পুলি দিছিল যদিও পুলিৰোপনৰ সময় পাৰহোৱাৰ পিছত নিম্ন মানদণ্ড পুলি দিয়াৰ বাবেই সেই খেটিত বিশেষ লাভহোৱা নাই ৷ চৰকাৰৰ কৃষিবিভাগৰ অধীনৰ উদ্যানশষ্য বিভাগে সহায়ৰ হাত আগবঢ়ালে এই পৰিয়ালটোৱে আৰু অধিক পাৰদৰ্শিতা প্ৰদৰ্শন কৰিলে নৱপ্ৰজন্মৰ কৃষিকাৰ্যত যথেষ্টখিনি উৎসাহ পাববুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 26 February, 2021


কাস্মিৰি আপেল বগৰি : থাইলেণ্ড বগৰি ;অমিতা;ষ্ট্ৰবেৰী আম খেতিৰে স্বাৱলম্বী হৈছে শগুণপাৰাৰ ভাই চুতীয়াৰ পৰিয়াল ৷

 : ২৬ ফেব্ৰুৱাৰী 


কাস্মিৰি আপেল বগৰি ; থাইলেণ্ড বগৰী অমিতা ; আম আৰু ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বীতাৰ নিৰ্দৰ্শন দেখুৱাইছে গোলাঘাটৰ শগুণপাৰা গাঁৱৰ কৃষক ভাই চুতীয়াই ৷ ভাইচুতীয়াৰ দুই পুত্ৰ কৰ্মে নৱজিৎ আৰু তীব্ৰজ্যোতিএ পঢ়াশুনা সাং কৰি কেইবাটাও বছৰ চৰকাৰি চাকৰী বিচাৰি সময় পাৰ কৰিলে ৷ কিন্ত শিক্ষিত হৈও চাকৰি নেপানে নৱজিৎ আৰু তীব্ৰজ্যোতিয়ে ৷ সেয়েহে দেউতাক মাকৰ পৰামৰ্শমতে দুয়ো মনদিলে উদ্যানশষ্যৰ খেটিত ৷ ২০১৮ চনত পৰিয়ালটোৱে নিজৰ ঘৰৰ পিছফালে থকা ৬ বিঘা মাটিত কাস্মিৰি আপেল বগৰী আৰু থাইলেণ্ড বগৰীৰ পুলি ৰোপণ কৰিলে ৷ আৰম্ভ হল তেওঁলোকৰ আচ্ছেদিন দুয়োটা খেটিতেই যথেষ্টখিনি লাভ হ’ল ৷ বগৰীবাৰীৰ খেটিৰ ঢ়াপত দুশজোপা উন্নত প্ৰজাটিৰ অমিতা ৰোপণ কৰিলে ৷ কৃষিবিভাগে বিনামূলীয়াকৈ দিয়া ষ্ট্ৰবেৰীৰ  পুলীওএকঠা

 মাটিত ৰোপন কৰিলে ৷ এই সকলো খেটিৰ ফচল একেবছৰতে বিক্ৰী কৰা আৰম্ভ কৰিলে এতিয়া ভাইচুতীয়াৰ বাৰীখনত আম ফুলিছে ৷গছত লাগিথকা ৰঙা ষ্ট্ৰবেৰী ; পকা বগৰীৰ সুগন্ধই আমোলমুলাই থাকে তেওৰ বাৰিখন ৷ গছতে পকা অমিতা প্ৰতিকেজিত ১০০ টকা আৰু কেছা অমিটা ৪০ টকাকৈ বিক্ৰী কৰিছে ৷ ষ্ট্ৰবেৰী ৪০০ টকা আৰু কাস্মিৰি আপেল বগৰী প্ৰতিকেজিত ৪০০ টকা থাইলেণ্ডবগৰী ৫০ টকাকৈ বিক্ৰী কৰি লাভবান হৈছে ৷ চৰকাৰে তেওক ষ্ট্ৰবেৰীৰ পুলি দিছিল যদিও পুলিৰোপনৰ সময় পাৰহোৱাৰ পিছত নিম্ন মানদণ্ড পুলি দিয়াৰ বাবেই সেই খেটিত বিশেষ লাভহোৱা নাই ৷ চৰকাৰৰ কৃষিবিভাগৰ অধীনৰ উদ্যানশষ্য বিভাগে সহায়ৰ হাত আগবঢ়ালে এই পৰিয়ালটোৱে আৰু অধিক পাৰদৰ্শিতা প্ৰদৰ্শন কৰিলে নৱপ্ৰজন্মৰ কৃষিকাৰ্যত যথেষ্টখিনি উৎসাহ পাববুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে ৷  ::


 প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Welcome

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...