Saturday, 27 February 2021

27 February, 2021 *লখিমপুৰত নিৰুদ্দেশ* Date :- 27/2/21 ## লখিমপুৰৰ ৰাওনাপুৰৰ গাওঁৰ জিয়াবুৰ আলী নামৰ ৩৩ বছৰীয়া এজন লোকৰ যোৱা বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। ## লখিমপুৰ লীলাবাৰীলৈ পুৱা ৯ বজাত কাম কৰা মানুহ বিচাৰি গৈ আজি পৰ্য্যন্ত কোনো সুং সুত্ৰ নাই। ## কোনো সদাশয় ব্যক্তিয়ে যদি এই ব্যক্তিজনৰ সন্ধান পায় তেন্তে ৯৬৭৮৬৭২৭৬৪ এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাই পৰিয়ালৰ লোকে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 27 February, 2021


*লখিমপুৰত নিৰুদ্দেশ* Date :- 27/2/21


## লখিমপুৰৰ ৰাওনাপুৰৰ গাওঁৰ জিয়াবুৰ আলী নামৰ ৩৩ বছৰীয়া এজন লোকৰ যোৱা বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে।


## লখিমপুৰ লীলাবাৰীলৈ পুৱা ৯ বজাত কাম কৰা মানুহ বিচাৰি গৈ আজি পৰ্য্যন্ত কোনো সুং সুত্ৰ নাই।


## কোনো সদাশয় ব্যক্তিয়ে যদি এই ব্যক্তিজনৰ সন্ধান পায় তেন্তে ৯৬৭৮৬৭২৭৬৪ এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাই পৰিয়ালৰ লোকে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...