Saturday, 27 February 2021

27 February, 2021 *লখিমপুৰ শাৰীৰিক ভাৱে সক্ষম শিশুক থেৰাপী* ## লখিমপুৰৰ সৰ্বত্মক শিক্ষাৰ দৈনিক পৰিচৰ্যা কেন্দ্ৰই জিলিকাইছে বহু দিব্যাঙ্গ শিশুৰ জীৱন। ## লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তিদ্বয় পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ দ্বাৰা পৰিচালিত উত্তৰ লখিমপুৰ নগৰ স্থিত ৰহঢলা প্ৰাথমিক বিদ্যালয়ত থকা দৈনিক পৰিচৰ্যা কেন্দ্ৰই বহু দিব্যাঙ্গ শিশুৰ জীৱন উজ্বলাৱলৈ সক্ষম হৈছে। ## কবি'ট ১৯ বাবে বন্ধ হৈ থকা কেন্দ্রটো পুণৰ আজিৰ পৰা আৰম্ভ হয়। ## সপ্তাহৰ প্ৰতি বুধ আৰু শুক্ৰ বাৰে উক্ত কেন্দ্ৰত দিব্যাঙ্গ শিশু সকলক ফিজিঅ' থেৰাপি,স্পীচ থেৰাপি,অকোপেচনেল থেৰাপি,পেৰেণ্টছ কাউঞ্চেলিংৰ লগতে চৰকাৰী বিভিন্ন আচনি লাভৰ সুবিধা কৰাকে ধৰি সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াই আহিছে। ## লখিমপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত এনে শিশুৱে উক্ত কেন্দ্ৰৰ লগত যোগাযোগ কৰিব পাৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 27 February, 2021


*লখিমপুৰ শাৰীৰিক ভাৱে সক্ষম শিশুক থেৰাপী* 


## লখিমপুৰৰ সৰ্বত্মক শিক্ষাৰ দৈনিক পৰিচৰ্যা কেন্দ্ৰই জিলিকাইছে বহু দিব্যাঙ্গ শিশুৰ জীৱন।


## লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তিদ্বয় পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ দ্বাৰা পৰিচালিত উত্তৰ লখিমপুৰ নগৰ স্থিত ৰহঢলা প্ৰাথমিক বিদ্যালয়ত থকা দৈনিক পৰিচৰ্যা কেন্দ্ৰই বহু দিব্যাঙ্গ শিশুৰ জীৱন উজ্বলাৱলৈ সক্ষম হৈছে।


## কবি'ট ১৯ বাবে বন্ধ হৈ থকা কেন্দ্রটো পুণৰ আজিৰ পৰা আৰম্ভ হয়।


## সপ্তাহৰ প্ৰতি বুধ আৰু শুক্ৰ বাৰে উক্ত কেন্দ্ৰত দিব্যাঙ্গ শিশু সকলক ফিজিঅ' থেৰাপি,স্পীচ থেৰাপি,অকোপেচনেল থেৰাপি,পেৰেণ্টছ কাউঞ্চেলিংৰ লগতে চৰকাৰী বিভিন্ন আচনি লাভৰ সুবিধা কৰাকে ধৰি সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াই আহিছে।


## লখিমপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত এনে শিশুৱে উক্ত কেন্দ্ৰৰ লগত যোগাযোগ কৰিব পাৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...