Friday, 26 February 2021

26 February, 2021 ১৯৮৪ চনৰ পৰা গোলাঘাটৰ কলেজ তিনিআলিত প্ৰতিবছৰে আৰম্ভণি হোৱা শ্ৰী শ্ৰী বিষ্নুযজ্ঞ এইবাৰো২৪ৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছে ৷ বিষ্নু মন্দিৰত অনুষ্ঠিত হোৱা এই মহাযজ্ঞ শনিবাৰে অন্ত পৰিব ৷ উদযাপন সমিতিয়ে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে৷ :: প্ৰকাশ শৰ্মা গোলাঘাট ৷ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 26 February, 2021



১৯৮৪ চনৰ পৰা গোলাঘাটৰ কলেজ তিনিআলিত প্ৰতিবছৰে আৰম্ভণি হোৱা শ্ৰী শ্ৰী বিষ্নুযজ্ঞ এইবাৰো২৪ৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছে ৷ বিষ্নু মন্দিৰত অনুষ্ঠিত হোৱা এই মহাযজ্ঞ শনিবাৰে অন্ত পৰিব ৷ উদযাপন সমিতিয়ে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে৷ :: 


প্ৰকাশ শৰ্মা গোলাঘাট ৷ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ মানৱ জাতিলৈ আহ্বান

📰 বিশেষ নিউজ বাৰ্তা 🌏 পৃথিৱীৰ মানৱ জাতিলৈ সাৱধান আহ্বান গোলাঘাট, অসম, ভাৰত, ২৫ মাৰ্চ: সমগ্ৰ মানৱ জাতিলৈ এক গভীৰ সজাগ বাৰ্তা আগবঢ়োৱা হৈছে।...