Tuesday, 23 February 2021

23 February, 2021শ্ৰদ্ধেয় আই,পিতা শিক্ষাগুৰু সমস্ত। সেৱা গ্ৰহণ কৰিব, আপোনাসৰ্বক জনাব বিচাৰো যে,এখন সমাজ তথা ৰাজ্য, সুন্দৰ সব্বাঙ্গীন দেশ গঢ়াত আপোনাসবৰ বহোত কৰণীয় আছে। ইয়াৰ বাবে প্ৰতেকজন আইৰ, পিতাৰ দায়িত্ব আছে। এখন সমাজ, এখন ৰাজ্য, বা এখন দেশ তেতিয়াহে জীয়াই থাকিব, যেতিয়া লৈকে আই, পিতৃ তথা শিক্ষাগুৰুয়ে গুৰুত্ব সহকাৰে নিজৰ দায়িত্ব পালন কৰিৱ। নিজৰ লগতে আনৰ সন্তানক নিজৰ ভাবি সুপথ দেখুবাৱ গুৰুত্বপূৰ্ণ ভূমিকা লব। আজি শিশু কালিলৈ এখন সমাজ গঢ়োতা, এখন ৰাজ্য তথা এখন দেশৰ সম্পদ। আপোনাসৰ্বে সকলো দিশৰ পৰা জ্ঞান প্ৰদান কৰিৱ লাগিব। আধ্যাত্মিক আচাৰ আচৰণ দিশত গুৰুত্বপূৰ্ণ ভূমিকা লৱ লাগিৱ। সমাজ সেৱাত মনোনিবেশ কৰাৱ লাগিৱ। তেতিয়াহে আমাৰ সমাজ খন সকলো দিশৰ পৰা সুন্দৰ সব্বাঙ্গীন হৱ। নহলে সমাজৰ যি বেয়া প্ৰভাৱ আপোনাৰ জীৱন কালতে হওঁক বা মৃত্যু পাছতে, বা ইয়াৰ প্ৰভাৱ গোটেই বিশ্ববাসীয়ে ভুগীবলৈ পাৱ। আহক সময় থাকোতেই সকলো আগুৱাই আৰু এই পৃথিবীৰ পৰা যি বেয়া কু প্ৰভাৱ কুসংস্কাৰ পৰিছে নাইকীয়া হোৱাত গুৰুত্ব দিয়ক। এখন সমাজ সুন্দৰ সব্বাঙ্গীন হবলৈ হলে পিতৃ মাতৃৰ লগতে শিক্ষা গুৰুৰ বহোত দায়িত্ব আৰু কতব্য আছে। শিক্ষা গুৰুৱে অকল কিতাপত লিপিবদ্ধ হৈ থকা শিক্ষা স্কুল,শিক্ষা প্রতিষ্ঠান প্ৰদান কৰিলে নহৱ তাৰ উপৰিও আধ্যাত্মিক দিশত আচাৰ, বিচাৰ সংস্কাৰ আদি বিষয় প্ৰদান কৰিব লাগিব। তেতিয়াহে সমাজৰ পৰা অপায় অমঙ্গল অসুয়া শক্তি সানি বিঘ্নিত কাম তথা সমাজৰ অপৰিতিকৰ পৰিস্থিতিৰ কাৰ্জিয়া পেচাল, পৰ আলোচনা কুসংস্কাৰ দুৰ হৈ সমাজ খন বা ৰাজ্য, দেশখন সুন্দৰ সব্বাঙ্গীন হব। সদৌ শেষত সকলোলৈকে অনুৰোধ থাকিল সমাজ খন, ৰাজ্য তথা দেশখন সুন্দৰ সব্বাঙ্গীন হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লয় যেন। মোকো এজন আপোনালোকৰ পৰিয়ালৰ তথা সন্তান হিচাপে আকোঁৱালি লয়যেন। শ্ৰদ্ধাৰে মাধৱ গগৈ গোলাঘাট।

23 February, 2021

শ্ৰদ্ধেয় আই,পিতা শিক্ষাগুৰু সমস্ত। 

সেৱা গ্ৰহণ কৰিব, আপোনাসৰ্বক জনাব বিচাৰো যে,এখন সমাজ তথা ৰাজ্য, সুন্দৰ সব্বাঙ্গীন দেশ গঢ়াত আপোনাসবৰ বহোত কৰণীয় আছে। ইয়াৰ বাবে প্ৰতেকজন আইৰ, পিতাৰ দায়িত্ব আছে। এখন সমাজ, এখন ৰাজ্য, বা এখন দেশ তেতিয়াহে জীয়াই থাকিব, যেতিয়া লৈকে আই, পিতৃ তথা শিক্ষাগুৰুয়ে গুৰুত্ব সহকাৰে নিজৰ দায়িত্ব পালন কৰিৱ। নিজৰ লগতে আনৰ সন্তানক নিজৰ ভাবি সুপথ দেখুবাৱ গুৰুত্বপূৰ্ণ ভূমিকা লব। আজি শিশু কালিলৈ এখন সমাজ গঢ়োতা, এখন ৰাজ্য তথা এখন দেশৰ সম্পদ। আপোনাসৰ্বে  সকলো দিশৰ পৰা জ্ঞান প্ৰদান কৰিৱ লাগিব। আধ্যাত্মিক আচাৰ আচৰণ দিশত গুৰুত্বপূৰ্ণ ভূমিকা লৱ লাগিৱ। সমাজ সেৱাত মনোনিবেশ কৰাৱ লাগিৱ। তেতিয়াহে আমাৰ সমাজ খন সকলো দিশৰ পৰা সুন্দৰ সব্বাঙ্গীন হৱ। নহলে সমাজৰ যি বেয়া প্ৰভাৱ  আপোনাৰ জীৱন কালতে হওঁক বা মৃত্যু পাছতে, বা ইয়াৰ প্ৰভাৱ গোটেই বিশ্ববাসীয়ে ভুগীবলৈ পাৱ। আহক সময় থাকোতেই সকলো আগুৱাই আৰু এই পৃথিবীৰ পৰা যি বেয়া কু প্ৰভাৱ কুসংস্কাৰ পৰিছে নাইকীয়া হোৱাত  গুৰুত্ব দিয়ক। 
এখন সমাজ সুন্দৰ সব্বাঙ্গীন হবলৈ হলে পিতৃ মাতৃৰ লগতে শিক্ষা গুৰুৰ বহোত দায়িত্ব আৰু কতব্য আছে। শিক্ষা গুৰুৱে অকল কিতাপত লিপিবদ্ধ হৈ থকা শিক্ষা স্কুল,শিক্ষা প্রতিষ্ঠান প্ৰদান কৰিলে নহৱ তাৰ উপৰিও আধ্যাত্মিক দিশত আচাৰ, বিচাৰ সংস্কাৰ আদি বিষয় প্ৰদান কৰিব লাগিব। তেতিয়াহে সমাজৰ পৰা অপায় অমঙ্গল অসুয়া শক্তি সানি বিঘ্নিত কাম তথা সমাজৰ অপৰিতিকৰ পৰিস্থিতিৰ কাৰ্জিয়া পেচাল, পৰ আলোচনা কুসংস্কাৰ দুৰ হৈ সমাজ খন বা ৰাজ্য, দেশখন সুন্দৰ সব্বাঙ্গীন হব। 

সদৌ শেষত সকলোলৈকে অনুৰোধ থাকিল সমাজ খন, ৰাজ্য তথা দেশখন সুন্দৰ সব্বাঙ্গীন হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লয় যেন। মোকো এজন আপোনালোকৰ পৰিয়ালৰ তথা সন্তান হিচাপে আকোঁৱালি লয়যেন। 

শ্ৰদ্ধাৰে
মাধৱ গগৈ 
গোলাঘাট। 

Monday, 22 February 2021

লখিমপুৰ আছু প্ৰতিবাদ* Date :-22/2;21

 22 February, 2021


*লখিমপুৰ আছু প্ৰতিবাদ* Date :-22/2;21



## মোডীৰ অসম ভ্ৰমণৰ প্ৰতিবাদত লখিমপুৰত আছুৰ কলা পতাকা।


## চিলাপথাৰ ত প্ৰধান মন্ত্ৰী মোদীয়ে জনসভাত অংশ গ্রহণ কৰাৰ সময়তে তেওঁৰ আগমনৰ বিৰোধিতা কৰি লখিমপুৰত আছুৱে কলা পতাকা জোকাৰি বিক্ষোভ প্ৰদৰ্শন কৰে।


## নিৰ্বাচনী সময়ত অসম চুক্তি ৰূপায়ণ ৰ কথা দি আজিও পালন নকৰাৰ প্ৰতিবাদত উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই এই কাৰ্য্য সূচী গ্রহণ কৰে।


##বানপানীৰ সময়ত অসমলৈ আহিবলৈ আহৰি নোপোৱা মোডীয়ে এতিয়া নিৰ্বাচনৰ বাবে মাহটো ভিতৰতে তিনিবাৰকৈ অসমলৈ ঢপলিয়াই কেনেকৈ আহিব পাৰিলে বুলি ধিক্কাৰ দিয়ে আছুৱে ।


## আগন্তুক সময়ত যি দলৰে   চৰকাৰ নহওক কিয় অসম চুক্তি ৰূপায়ণ কৰিবই লাগিব অন্যথা ছাত্র সন্থাৰ শক্তিশালী   আন্দোলন ৰ সন্মুখীন হব লাগিব বুলি তেওলোকে সকিয়নী দিয়ে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

ভ্ৰাম্যমান বাহনেৰে গীত-নৃত্যৰ মাধ্যমেৰে ভোটাৰ সজাগতা কাৰ্যসূচী ।

22 February, 2021

ভ্ৰাম্যমান বাহনেৰে গীত-নৃত্যৰ মাধ্যমেৰে ভোটাৰ সজাগতা কাৰ্যসূচী । 
 গোলাঘাট নিৰ্বাচনী জিলাৰ অধীনৰ গোলাঘাট বিধানসভা সমষ্টিৰ কমাৰবন্ধা আৰু বকলাইৰ বিভিন্ন স্থানত আজি জিলা নিৰ্বাচন শাখাৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী। নিৰ্বাচন আয়োগৰ SVEEP ৰ অধীনত ভোটদাতাসকলক সজাগ কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ন কৰা হয়। এখন ভ্ৰাম্যমান বাহনেৰে গীত-নৃত্যৰ মাধ্যমেৰে ভোটদাতা ৰাইজক সজাগ কৰাৰ প্ৰয়াস চলোৱা হয় । আজি ভোটদাতাৰ মাজত সজাগতা সৃষ্টিৰ বাবে এটি গীতো মুকলি কৰা হয় । অহিৰ ভৈৰৱৰ সংগীত পৰিচালনাৰে "ভোট দিয়া হে" গীতটিৰ সুৰ দিয়াৰ লগতে কণ্ঠদান কৰিছে ডঃ মানস প্ৰতিম দাসে । আজিৰ সজাগতা কাৰ্যসূচীৰ অংশৰূপে গামখাৰু বিহু দলে বিভিন্ন স্থানত বিহু নৃত্য প্ৰদৰ্শন কৰি ভোটদাতাসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস চলায় । বিভিন্ন স্থানত ভোটদাতাসকলৰ মনৰ ভাৱ বুজাৰ বাবে তেওঁলোকৰ মাজত নিৰ্বাচনী বিষয়াৰ দ্বাৰা প্ৰকাশিত আৰু প্ৰচাৰিত ভোটদান সম্পৰ্কীয় কেতবোৰ প্ৰশ্নাৱলী সম্বলিত পত্ৰও বিতৰণ কৰা হয়। উল্লেখযোগ্য যে আসন্ন বিধানসভা নিৰ্বাচনত গোলাঘাট নিৰ্বাচনী জিলাৰ অধীনৰ কেতবোৰ ঠাইত ভোটদাতাৰ সংখ্যা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে 

 গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

22 February, 2021 *লখিমপুৰ ৰাইজমেল* Date :- 21/2/21 ## অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ লখিমপুৰ জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত যোৱাকালি লখিমপুৰ তেলাহীৰ যোৰখাট বালিগাৱত এখনি ৰাইজমেল অনুস্থিত হয়। ## সমন্বয়ক অচ্যুত বৰাই আঁত ধৰা সভা খনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে পংকজ হাজৰিকাই। ## সমাজত থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিষয়ে,সমাজত ইয়াৰ প্ৰভাৱ,এইবোৰ সমাজৰ পৰা কেনেকৈ নাইকীয়া কৰিব পাৰি সেই সম্পৰ্কে বহুল ব্যাখ্যা ডাঙি ধৰে। ## এই অনুষ্ঠানত সচেতন নাগৰিক হিচাপে ৰমেশ শইকীয়া,আৰ্যভট্ট কেন্দ্ৰৰ সদস্য সকলৰ উপৰিও অঞ্চলটোৰ শতাধিক ৰাইজ এই ৰাইজমেল খনিত উপস্থিত থাকে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 22 February, 2021


*লখিমপুৰ ৰাইজমেল* Date :- 21/2/21


## অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ লখিমপুৰ জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত যোৱাকালি লখিমপুৰ তেলাহীৰ যোৰখাট বালিগাৱত এখনি ৰাইজমেল অনুস্থিত হয়।


## সমন্বয়ক অচ্যুত বৰাই আঁত ধৰা সভা খনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে পংকজ হাজৰিকাই।


## সমাজত থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিষয়ে,সমাজত ইয়াৰ প্ৰভাৱ,এইবোৰ সমাজৰ পৰা কেনেকৈ নাইকীয়া কৰিব পাৰি সেই সম্পৰ্কে বহুল ব্যাখ্যা ডাঙি ধৰে।


## এই অনুষ্ঠানত সচেতন নাগৰিক হিচাপে ৰমেশ শইকীয়া,আৰ্যভট্ট কেন্দ্ৰৰ সদস্য সকলৰ উপৰিও অঞ্চলটোৰ শতাধিক ৰাইজ এই ৰাইজমেল খনিত উপস্থিত থাকে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Saturday, 20 February 2021

GOLAGHAT AJP MEETING

 20 February, 2021


GOLAGHAT AJP MEETING




 গোলাঘাট গণকপুখুৰীত শুক্ৰবাৰে অসম জাতীয় পৰিষদৰ জাতীয় জনজাগৰণ সমাবেশ । খুমটাই সমষ্টিত বিধায়ক মৃনাল শইকীয়াক প্ৰত্যাহ্বান জনাই সমাবেশ অসম জাতীয় পৰিষদৰ । সমাবেশত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমোলোচনা লুৰিণজ্যোতি গগৈৰ । আনহাতে জনজাগৰণ সমাবেশত এফালে লুৰিণজ্যোতি গগৈ জিন্দাবাদ ধ্বনি আনফালে সমাবেশৰ সমীপত  বিজেপি দলৰ সমৰ্থকৰ মৃনাল শইকীয়া জিন্দাবাদ ধ্বনি । ::


 প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

Friday, 19 February 2021

19 February, 2021 *আছু অৱস্থান ধৰ্মঘট* Date :- 19/2/21 ## সদৌ অসম ছাত্ৰ সন্থাৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে আজি ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ## জনসাধাৰণৰ অতি প্ৰয়োজনীয় সামগ্ৰীকে ধৰি ৰন্ধন গেছ, পেট্ৰল, ডিজেলৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি ৰোধত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ চুড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত শ্বহীদ বেদী কাষত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। ## সন্মূখত আলু,পিয়াজ, দালি,তেল আদি উপৰিও ৰন্ধন গেছৰ চিলিণ্ডাৰৰ উপৰত সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি য'ত লিখা আছে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাটো মোৰ চৰম ব্যৰ্থতা। লখমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 19 February, 2021


*আছু অৱস্থান ধৰ্মঘট* Date :- 19/2/21


## সদৌ অসম ছাত্ৰ সন্থাৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে আজি ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।


## জনসাধাৰণৰ অতি প্ৰয়োজনীয় সামগ্ৰীকে ধৰি ৰন্ধন গেছ, পেট্ৰল, ডিজেলৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি ৰোধত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ চুড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত শ্বহীদ বেদী কাষত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।


## সন্মূখত আলু,পিয়াজ, দালি,তেল আদি উপৰিও ৰন্ধন গেছৰ চিলিণ্ডাৰৰ উপৰত সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি য'ত লিখা আছে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাটো মোৰ চৰম ব্যৰ্থতা।



লখমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।