Tuesday, 23 February 2021

23 February, 2021শ্ৰদ্ধেয় আই,পিতা শিক্ষাগুৰু সমস্ত। সেৱা গ্ৰহণ কৰিব, আপোনাসৰ্বক জনাব বিচাৰো যে,এখন সমাজ তথা ৰাজ্য, সুন্দৰ সব্বাঙ্গীন দেশ গঢ়াত আপোনাসবৰ বহোত কৰণীয় আছে। ইয়াৰ বাবে প্ৰতেকজন আইৰ, পিতাৰ দায়িত্ব আছে। এখন সমাজ, এখন ৰাজ্য, বা এখন দেশ তেতিয়াহে জীয়াই থাকিব, যেতিয়া লৈকে আই, পিতৃ তথা শিক্ষাগুৰুয়ে গুৰুত্ব সহকাৰে নিজৰ দায়িত্ব পালন কৰিৱ। নিজৰ লগতে আনৰ সন্তানক নিজৰ ভাবি সুপথ দেখুবাৱ গুৰুত্বপূৰ্ণ ভূমিকা লব। আজি শিশু কালিলৈ এখন সমাজ গঢ়োতা, এখন ৰাজ্য তথা এখন দেশৰ সম্পদ। আপোনাসৰ্বে সকলো দিশৰ পৰা জ্ঞান প্ৰদান কৰিৱ লাগিব। আধ্যাত্মিক আচাৰ আচৰণ দিশত গুৰুত্বপূৰ্ণ ভূমিকা লৱ লাগিৱ। সমাজ সেৱাত মনোনিবেশ কৰাৱ লাগিৱ। তেতিয়াহে আমাৰ সমাজ খন সকলো দিশৰ পৰা সুন্দৰ সব্বাঙ্গীন হৱ। নহলে সমাজৰ যি বেয়া প্ৰভাৱ আপোনাৰ জীৱন কালতে হওঁক বা মৃত্যু পাছতে, বা ইয়াৰ প্ৰভাৱ গোটেই বিশ্ববাসীয়ে ভুগীবলৈ পাৱ। আহক সময় থাকোতেই সকলো আগুৱাই আৰু এই পৃথিবীৰ পৰা যি বেয়া কু প্ৰভাৱ কুসংস্কাৰ পৰিছে নাইকীয়া হোৱাত গুৰুত্ব দিয়ক। এখন সমাজ সুন্দৰ সব্বাঙ্গীন হবলৈ হলে পিতৃ মাতৃৰ লগতে শিক্ষা গুৰুৰ বহোত দায়িত্ব আৰু কতব্য আছে। শিক্ষা গুৰুৱে অকল কিতাপত লিপিবদ্ধ হৈ থকা শিক্ষা স্কুল,শিক্ষা প্রতিষ্ঠান প্ৰদান কৰিলে নহৱ তাৰ উপৰিও আধ্যাত্মিক দিশত আচাৰ, বিচাৰ সংস্কাৰ আদি বিষয় প্ৰদান কৰিব লাগিব। তেতিয়াহে সমাজৰ পৰা অপায় অমঙ্গল অসুয়া শক্তি সানি বিঘ্নিত কাম তথা সমাজৰ অপৰিতিকৰ পৰিস্থিতিৰ কাৰ্জিয়া পেচাল, পৰ আলোচনা কুসংস্কাৰ দুৰ হৈ সমাজ খন বা ৰাজ্য, দেশখন সুন্দৰ সব্বাঙ্গীন হব। সদৌ শেষত সকলোলৈকে অনুৰোধ থাকিল সমাজ খন, ৰাজ্য তথা দেশখন সুন্দৰ সব্বাঙ্গীন হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লয় যেন। মোকো এজন আপোনালোকৰ পৰিয়ালৰ তথা সন্তান হিচাপে আকোঁৱালি লয়যেন। শ্ৰদ্ধাৰে মাধৱ গগৈ গোলাঘাট।

23 February, 2021

শ্ৰদ্ধেয় আই,পিতা শিক্ষাগুৰু সমস্ত। 

সেৱা গ্ৰহণ কৰিব, আপোনাসৰ্বক জনাব বিচাৰো যে,এখন সমাজ তথা ৰাজ্য, সুন্দৰ সব্বাঙ্গীন দেশ গঢ়াত আপোনাসবৰ বহোত কৰণীয় আছে। ইয়াৰ বাবে প্ৰতেকজন আইৰ, পিতাৰ দায়িত্ব আছে। এখন সমাজ, এখন ৰাজ্য, বা এখন দেশ তেতিয়াহে জীয়াই থাকিব, যেতিয়া লৈকে আই, পিতৃ তথা শিক্ষাগুৰুয়ে গুৰুত্ব সহকাৰে নিজৰ দায়িত্ব পালন কৰিৱ। নিজৰ লগতে আনৰ সন্তানক নিজৰ ভাবি সুপথ দেখুবাৱ গুৰুত্বপূৰ্ণ ভূমিকা লব। আজি শিশু কালিলৈ এখন সমাজ গঢ়োতা, এখন ৰাজ্য তথা এখন দেশৰ সম্পদ। আপোনাসৰ্বে  সকলো দিশৰ পৰা জ্ঞান প্ৰদান কৰিৱ লাগিব। আধ্যাত্মিক আচাৰ আচৰণ দিশত গুৰুত্বপূৰ্ণ ভূমিকা লৱ লাগিৱ। সমাজ সেৱাত মনোনিবেশ কৰাৱ লাগিৱ। তেতিয়াহে আমাৰ সমাজ খন সকলো দিশৰ পৰা সুন্দৰ সব্বাঙ্গীন হৱ। নহলে সমাজৰ যি বেয়া প্ৰভাৱ  আপোনাৰ জীৱন কালতে হওঁক বা মৃত্যু পাছতে, বা ইয়াৰ প্ৰভাৱ গোটেই বিশ্ববাসীয়ে ভুগীবলৈ পাৱ। আহক সময় থাকোতেই সকলো আগুৱাই আৰু এই পৃথিবীৰ পৰা যি বেয়া কু প্ৰভাৱ কুসংস্কাৰ পৰিছে নাইকীয়া হোৱাত  গুৰুত্ব দিয়ক। 
এখন সমাজ সুন্দৰ সব্বাঙ্গীন হবলৈ হলে পিতৃ মাতৃৰ লগতে শিক্ষা গুৰুৰ বহোত দায়িত্ব আৰু কতব্য আছে। শিক্ষা গুৰুৱে অকল কিতাপত লিপিবদ্ধ হৈ থকা শিক্ষা স্কুল,শিক্ষা প্রতিষ্ঠান প্ৰদান কৰিলে নহৱ তাৰ উপৰিও আধ্যাত্মিক দিশত আচাৰ, বিচাৰ সংস্কাৰ আদি বিষয় প্ৰদান কৰিব লাগিব। তেতিয়াহে সমাজৰ পৰা অপায় অমঙ্গল অসুয়া শক্তি সানি বিঘ্নিত কাম তথা সমাজৰ অপৰিতিকৰ পৰিস্থিতিৰ কাৰ্জিয়া পেচাল, পৰ আলোচনা কুসংস্কাৰ দুৰ হৈ সমাজ খন বা ৰাজ্য, দেশখন সুন্দৰ সব্বাঙ্গীন হব। 

সদৌ শেষত সকলোলৈকে অনুৰোধ থাকিল সমাজ খন, ৰাজ্য তথা দেশখন সুন্দৰ সব্বাঙ্গীন হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লয় যেন। মোকো এজন আপোনালোকৰ পৰিয়ালৰ তথা সন্তান হিচাপে আকোঁৱালি লয়যেন। 

শ্ৰদ্ধাৰে
মাধৱ গগৈ 
গোলাঘাট। 

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...