Monday, 22 February 2021

ভ্ৰাম্যমান বাহনেৰে গীত-নৃত্যৰ মাধ্যমেৰে ভোটাৰ সজাগতা কাৰ্যসূচী ।

22 February, 2021

ভ্ৰাম্যমান বাহনেৰে গীত-নৃত্যৰ মাধ্যমেৰে ভোটাৰ সজাগতা কাৰ্যসূচী । 
 গোলাঘাট নিৰ্বাচনী জিলাৰ অধীনৰ গোলাঘাট বিধানসভা সমষ্টিৰ কমাৰবন্ধা আৰু বকলাইৰ বিভিন্ন স্থানত আজি জিলা নিৰ্বাচন শাখাৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী। নিৰ্বাচন আয়োগৰ SVEEP ৰ অধীনত ভোটদাতাসকলক সজাগ কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ন কৰা হয়। এখন ভ্ৰাম্যমান বাহনেৰে গীত-নৃত্যৰ মাধ্যমেৰে ভোটদাতা ৰাইজক সজাগ কৰাৰ প্ৰয়াস চলোৱা হয় । আজি ভোটদাতাৰ মাজত সজাগতা সৃষ্টিৰ বাবে এটি গীতো মুকলি কৰা হয় । অহিৰ ভৈৰৱৰ সংগীত পৰিচালনাৰে "ভোট দিয়া হে" গীতটিৰ সুৰ দিয়াৰ লগতে কণ্ঠদান কৰিছে ডঃ মানস প্ৰতিম দাসে । আজিৰ সজাগতা কাৰ্যসূচীৰ অংশৰূপে গামখাৰু বিহু দলে বিভিন্ন স্থানত বিহু নৃত্য প্ৰদৰ্শন কৰি ভোটদাতাসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস চলায় । বিভিন্ন স্থানত ভোটদাতাসকলৰ মনৰ ভাৱ বুজাৰ বাবে তেওঁলোকৰ মাজত নিৰ্বাচনী বিষয়াৰ দ্বাৰা প্ৰকাশিত আৰু প্ৰচাৰিত ভোটদান সম্পৰ্কীয় কেতবোৰ প্ৰশ্নাৱলী সম্বলিত পত্ৰও বিতৰণ কৰা হয়। উল্লেখযোগ্য যে আসন্ন বিধানসভা নিৰ্বাচনত গোলাঘাট নিৰ্বাচনী জিলাৰ অধীনৰ কেতবোৰ ঠাইত ভোটদাতাৰ সংখ্যা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে 

 গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

22 February, 2021 *লখিমপুৰ ৰাইজমেল* Date :- 21/2/21 ## অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ লখিমপুৰ জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত যোৱাকালি লখিমপুৰ তেলাহীৰ যোৰখাট বালিগাৱত এখনি ৰাইজমেল অনুস্থিত হয়। ## সমন্বয়ক অচ্যুত বৰাই আঁত ধৰা সভা খনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে পংকজ হাজৰিকাই। ## সমাজত থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিষয়ে,সমাজত ইয়াৰ প্ৰভাৱ,এইবোৰ সমাজৰ পৰা কেনেকৈ নাইকীয়া কৰিব পাৰি সেই সম্পৰ্কে বহুল ব্যাখ্যা ডাঙি ধৰে। ## এই অনুষ্ঠানত সচেতন নাগৰিক হিচাপে ৰমেশ শইকীয়া,আৰ্যভট্ট কেন্দ্ৰৰ সদস্য সকলৰ উপৰিও অঞ্চলটোৰ শতাধিক ৰাইজ এই ৰাইজমেল খনিত উপস্থিত থাকে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 22 February, 2021


*লখিমপুৰ ৰাইজমেল* Date :- 21/2/21


## অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ লখিমপুৰ জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত যোৱাকালি লখিমপুৰ তেলাহীৰ যোৰখাট বালিগাৱত এখনি ৰাইজমেল অনুস্থিত হয়।


## সমন্বয়ক অচ্যুত বৰাই আঁত ধৰা সভা খনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে পংকজ হাজৰিকাই।


## সমাজত থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিষয়ে,সমাজত ইয়াৰ প্ৰভাৱ,এইবোৰ সমাজৰ পৰা কেনেকৈ নাইকীয়া কৰিব পাৰি সেই সম্পৰ্কে বহুল ব্যাখ্যা ডাঙি ধৰে।


## এই অনুষ্ঠানত সচেতন নাগৰিক হিচাপে ৰমেশ শইকীয়া,আৰ্যভট্ট কেন্দ্ৰৰ সদস্য সকলৰ উপৰিও অঞ্চলটোৰ শতাধিক ৰাইজ এই ৰাইজমেল খনিত উপস্থিত থাকে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Saturday, 20 February 2021

GOLAGHAT AJP MEETING

 20 February, 2021


GOLAGHAT AJP MEETING




 গোলাঘাট গণকপুখুৰীত শুক্ৰবাৰে অসম জাতীয় পৰিষদৰ জাতীয় জনজাগৰণ সমাবেশ । খুমটাই সমষ্টিত বিধায়ক মৃনাল শইকীয়াক প্ৰত্যাহ্বান জনাই সমাবেশ অসম জাতীয় পৰিষদৰ । সমাবেশত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমোলোচনা লুৰিণজ্যোতি গগৈৰ । আনহাতে জনজাগৰণ সমাবেশত এফালে লুৰিণজ্যোতি গগৈ জিন্দাবাদ ধ্বনি আনফালে সমাবেশৰ সমীপত  বিজেপি দলৰ সমৰ্থকৰ মৃনাল শইকীয়া জিন্দাবাদ ধ্বনি । ::


 প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

Friday, 19 February 2021

19 February, 2021 *আছু অৱস্থান ধৰ্মঘট* Date :- 19/2/21 ## সদৌ অসম ছাত্ৰ সন্থাৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে আজি ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ## জনসাধাৰণৰ অতি প্ৰয়োজনীয় সামগ্ৰীকে ধৰি ৰন্ধন গেছ, পেট্ৰল, ডিজেলৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি ৰোধত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ চুড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত শ্বহীদ বেদী কাষত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। ## সন্মূখত আলু,পিয়াজ, দালি,তেল আদি উপৰিও ৰন্ধন গেছৰ চিলিণ্ডাৰৰ উপৰত সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি য'ত লিখা আছে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাটো মোৰ চৰম ব্যৰ্থতা। লখমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 19 February, 2021


*আছু অৱস্থান ধৰ্মঘট* Date :- 19/2/21


## সদৌ অসম ছাত্ৰ সন্থাৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে আজি ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।


## জনসাধাৰণৰ অতি প্ৰয়োজনীয় সামগ্ৰীকে ধৰি ৰন্ধন গেছ, পেট্ৰল, ডিজেলৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি ৰোধত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ চুড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত শ্বহীদ বেদী কাষত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।


## সন্মূখত আলু,পিয়াজ, দালি,তেল আদি উপৰিও ৰন্ধন গেছৰ চিলিণ্ডাৰৰ উপৰত সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি য'ত লিখা আছে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাটো মোৰ চৰম ব্যৰ্থতা।



লখমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Thursday, 18 February 2021

18 February, 2021 *লখিমপুৰ আমছু* Date :- 18/2/21 ## ১৯৮৩ চনত নেলীত সংঘটিত হোৱা হত্যা কাণ্ডক তীব্ৰ গঢ়িহনা দি আজি এই দিনটোতে লখিমপুৰ জিলাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন সমিতি উদ্যোগত গণ হত্যাৰ প্ৰতিবাদত কলা বেজ পৰিধান কৰি কলা দিৱস পলন কৰে। ## বাটৰ বাটৰোৱা সকলক কলা বেজ পৰিধান কৰোৱাই ৮৩ চনৰ নেলী হত্যা কাণ্ড বিষয়ে অৱগত কৰে আমছুৱে। ## লখিমপুৰ টাউন বান্তৌত আমছু কৰ্মকৰ্তা সকলে নেলী হত্যা কাণ্ডক উচ্চিত তদন্ত কৰি দুখিক উচ্চিত শাস্তি প্ৰদানৰ দাবী কৰে আমছুৱে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 18 February, 2021


*লখিমপুৰ আমছু* Date :- 18/2/21


## ১৯৮৩ চনত নেলীত সংঘটিত হোৱা হত্যা কাণ্ডক তীব্ৰ গঢ়িহনা দি আজি এই দিনটোতে লখিমপুৰ জিলাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন সমিতি উদ্যোগত গণ হত্যাৰ প্ৰতিবাদত কলা বেজ পৰিধান কৰি কলা দিৱস পলন কৰে।


## বাটৰ বাটৰোৱা সকলক কলা বেজ পৰিধান কৰোৱাই ৮৩ চনৰ নেলী হত্যা কাণ্ড বিষয়ে অৱগত কৰে আমছুৱে।


## লখিমপুৰ টাউন বান্তৌত আমছু কৰ্মকৰ্তা সকলে নেলী হত্যা কাণ্ডক উচ্চিত তদন্ত কৰি দুখিক উচ্চিত শাস্তি প্ৰদানৰ দাবী কৰে আমছুৱে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


18 February, 2021জিলা শিশু সুৰক্ষা সমিতি আৰু শিশু কল্যান সমিতিৰ পৰ্যালোচনা বৈঠক সম্পন্ন গোলাঘাট জিলাৰ উপায়ুক্তৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা শিশু সুৰক্ষা সমিতি আৰু শিশু কল্যান সমিতিৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয়। এই বৈঠকত অংশ কৰি জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে শিশুৰ বিৰুদ্ধে হৈ থকা অপৰাধমূলক ঘটনা ৰোধ তথা শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত ৰাইজক সজাগ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে শিশু শ্ৰমিক উদ্ধাৰৰ ক্ষেত্ৰত জিলা কৰ্মবাহিনীয়ে আৰু অধিক সক্ৰিয়তাৰে কাম কৰিব লাগিব। সভাত শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষ ডঃ লুকুমনি গোস্বামীয়ে কয় যে বৰ্তমান ১৭ টি শিশু সমিতিৰ তত্বাৱধানত আছে। বিগত বৰ্ষৰ পৰা সমিতিয়ে লাভ কৰা ৯৪ টা গোচৰৰ ভিতৰত ৭৭টাই মীমাংসিত হৈছে বুলি তেওঁ উল্লেখ কৰে । বৈঠকত অংশ লৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাৰায়ণ কুৰীয়ে ভুক্তভোগী শিশুৰ বাবে স্পেচিয়েল হোম প্ৰতিমাহে বিষয়া-কৰ্মচাৰীৰ দ্বাৰা ক্ষেত্ৰ পৰিদৰ্শন মেপিং আদি বিষয়ত গুৰুত্ব আৰোপ কৰে। ইয়াৰ পূৰ্বে জিলা শিশু সুৰক্ষা বিষয়া বিকাশ ৰঞ্জন কোঁৱৰে সমিতিৰ কাৰ্যাৱলীৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিত সিং পানেচাৰকে ধৰি জিলা প্ৰশাসনৰ ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত আছিল। গোলাঘাট পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

18 February, 2021

জিলা শিশু সুৰক্ষা সমিতি আৰু শিশু কল্যান সমিতিৰ পৰ্যালোচনা বৈঠক সম্পন্ন

 
গোলাঘাট জিলাৰ উপায়ুক্তৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা শিশু সুৰক্ষা সমিতি আৰু শিশু কল্যান সমিতিৰ এখন পৰ্যালোচনা বৈঠক  অনুষ্ঠিত কৰা হয়। এই বৈঠকত অংশ কৰি জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে শিশুৰ বিৰুদ্ধে হৈ থকা অপৰাধমূলক ঘটনা ৰোধ তথা শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত ৰাইজক সজাগ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে শিশু শ্ৰমিক উদ্ধাৰৰ ক্ষেত্ৰত জিলা কৰ্মবাহিনীয়ে আৰু অধিক সক্ৰিয়তাৰে কাম কৰিব লাগিব। সভাত শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষ ডঃ লুকুমনি গোস্বামীয়ে কয় যে বৰ্তমান ১৭ টি শিশু সমিতিৰ তত্বাৱধানত আছে। বিগত বৰ্ষৰ পৰা সমিতিয়ে লাভ কৰা ৯৪ টা গোচৰৰ ভিতৰত ৭৭টাই মীমাংসিত হৈছে বুলি তেওঁ উল্লেখ কৰে । বৈঠকত অংশ লৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাৰায়ণ কুৰীয়ে ভুক্তভোগী শিশুৰ বাবে স্পেচিয়েল হোম প্ৰতিমাহে বিষয়া-কৰ্মচাৰীৰ দ্বাৰা ক্ষেত্ৰ পৰিদৰ্শন মেপিং আদি বিষয়ত গুৰুত্ব আৰোপ কৰে। ইয়াৰ পূৰ্বে জিলা শিশু সুৰক্ষা বিষয়া বিকাশ ৰঞ্জন কোঁৱৰে সমিতিৰ কাৰ্যাৱলীৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিত সিং পানেচাৰকে ধৰি জিলা প্ৰশাসনৰ ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত আছিল।

 গোলাঘাট পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

18 February, 2021 *লখিমপুৰৰ ছাত্ৰী প্ৰতিবাদ* Date :- 18/2/21 ## এইবাৰ লখিমপুৰত মেধাবী ছাত্ৰী প্ৰতিবাদ। ## স্কুটি আমাকো দিব লাগিব, আমিও প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হৈছো। ## অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্কুটি দিম বুলি ঘোষণা কৰা পাছতে এতিয়া কেউফালে প্ৰতিবাদৰ ঢৌ। ## কাৰণ একাংশ ছাত্ৰীয়ে নাই পোৱা এই স্কুটি। ## আজি লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যালয়ৰ সমীপত হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপি গৌ বেগ আদি শ্বো'ল গানে পৰিবেশ উত্তাল কৰি তুলে। ## এই ছাত্ৰী সকলক যদি চৰকাৰে স্কুটি প্ৰদৰ নকৰে তেন্তে আগন্তক নিৰ্বাচনত ভোট বৰ্জনৰ শুংকাৰ প্ৰদাৰ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


 18 February, 2021


*লখিমপুৰৰ ছাত্ৰী প্ৰতিবাদ* Date :- 18/2/21


## এইবাৰ লখিমপুৰত মেধাবী ছাত্ৰী প্ৰতিবাদ।


## স্কুটি আমাকো দিব লাগিব, আমিও প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হৈছো।


## অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্কুটি দিম বুলি ঘোষণা কৰা পাছতে এতিয়া কেউফালে প্ৰতিবাদৰ ঢৌ।


## কাৰণ একাংশ ছাত্ৰীয়ে নাই পোৱা এই স্কুটি।


## আজি লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যালয়ৰ সমীপত হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপি গৌ বেগ আদি শ্বো'ল গানে পৰিবেশ উত্তাল কৰি তুলে।


## এই ছাত্ৰী সকলক যদি চৰকাৰে স্কুটি প্ৰদৰ নকৰে তেন্তে আগন্তক নিৰ্বাচনত ভোট বৰ্জনৰ শুংকাৰ প্ৰদাৰ কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...