Sunday, 14 February 2021

14 February, 2021 *Lakhimpur Bjp Conflict* Date :- 14/2/21 ## নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত bjp ত আৰম্ভ হৈছে খহনীয়া। ## দলত্যাগৰ আৰম্ভ হৈছে যেষ্ট bjp কৰ্মীৰ। ## লখিমপুৰত বি জে পিৰ নেতৃত্বৰ ওপৰত আস্হা হেৰুৱাই দল ত্যাগ যুৱ মৰ্চাৰ প্ৰাক্তন ৰাজ্যিক সম্পাদকৰ। ## নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত দেওবাৰে সংবাদমেল অনুষ্ঠিত কৰি যুৱ মৰ্চাৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক তথা বিশ্বনাথ লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন প্ৰভাৰী মনোজ চণ্ডীয়ে উদঙাইছে বিজেপিৰ দলৰ শেহতীয়া স্বৰূপ। ## মন্ত্ৰী নৱ কুমাৰ দলেয়ে দলৰ প্ৰবীণ বিজেপি কৰ্মীক গুৰুত্ব নিদিয়াৰ অভিযোগ যেস্থ bjp কৰ্মীৰ। ## দলটোৰ শীৰ্ষ নেতৃত্বৰ ওচৰত গুৰুত্বহীন পুৰনা বিজেপি কৰ্মী সেইবাবেই দলত্যাগী মনোজ চণ্ডীৰ। ## অহা মাৰ্চ মাহত লখিমপুৰত কেইবাহাজাৰোধিক প্ৰবীন বিজেপি কৰ্মীয়ে বিজেপি দল ত্যাগ কৰিব বুলিও মন্তব্য দলত্যাগী মনোজ চণ্ডীৰ। ## ৰাষ্ট্ৰীয়তা বাদী বাদ দি মনোজ চণ্ডীয়ে যোগদান কৰিব আঞ্চলিকতাবাদী দলত। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 14 February, 2021


*Lakhimpur Bjp Conflict* Date :- 14/2/21


## নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত bjp ত আৰম্ভ হৈছে খহনীয়া।


## দলত্যাগৰ আৰম্ভ হৈছে যেষ্ট bjp কৰ্মীৰ।


## লখিমপুৰত  বি জে পিৰ নেতৃত্বৰ ওপৰত আস্হা হেৰুৱাই  দল ত্যাগ যুৱ মৰ্চাৰ প্ৰাক্তন ৰাজ্যিক সম্পাদকৰ।


##  নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত দেওবাৰে সংবাদমেল অনুষ্ঠিত কৰি  যুৱ মৰ্চাৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক তথা বিশ্বনাথ লখিমপুৰ লোকসভা  সমষ্টিৰ প্ৰাক্তন প্ৰভাৰী মনোজ চণ্ডীয়ে উদঙাইছে বিজেপিৰ দলৰ  শেহতীয়া স্বৰূপ।


##  মন্ত্ৰী নৱ কুমাৰ দলেয়ে দলৰ প্ৰবীণ বিজেপি কৰ্মীক গুৰুত্ব নিদিয়াৰ অভিযোগ যেস্থ bjp কৰ্মীৰ।


## দলটোৰ শীৰ্ষ নেতৃত্বৰ ওচৰত গুৰুত্বহীন পুৰনা বিজেপি কৰ্মী সেইবাবেই দলত্যাগী মনোজ চণ্ডীৰ।


##  অহা মাৰ্চ মাহত লখিমপুৰত কেইবাহাজাৰোধিক প্ৰবীন বিজেপি কৰ্মীয়ে বিজেপি দল ত্যাগ কৰিব বুলিও মন্তব্য দলত্যাগী মনোজ চণ্ডীৰ।


## ৰাষ্ট্ৰীয়তা বাদী বাদ দি মনোজ চণ্ডীয়ে যোগদান কৰিব আঞ্চলিকতাবাদী দলত।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


14 February, 2021 ভেলেণ্টাইনদেত মত্যৰ যুৱতীক পলুৱাই কিহ’ল দেৱৰাজ ইন্দ্ৰৰ ? ১৪ নৱেম্বৰদিনা পালনকৰা হয় ভেলেণ্টাইনদে হিছাপে ৷ এই দিনটোত ম’বাইলত ফেচবুকযোগে প্ৰেমত মত্যৰ সুন্দৰীৰসৈত্যে প্ৰেমত পৰি পৃথিৱীলৈ আহিল দেৱৰাজ ইন্দ্ৰ প্ৰেমীকাক বাইকত উঠাই গোলাঘাটৰ বাটাচাৰ্কোলত এক পথাচাৰিক খুন্দিয়াই শলঠেকত পৰিল দেৱৰাজ ৷ এইয়া আছলতে এক নাটক হে ৷ গোলাঘাট পৰিবহন বিভাগে ৩২ তম পথ নিৰাপত্তা মাহৰ অন্তিম দিনত অনুষ্ঠিত কৰিলে গই সজাগতামূলক বাটৰ নাট খনি ৷ গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 14 February, 2021


ভেলেণ্টাইনদেত মত্যৰ যুৱতীক পলুৱাই কিহ’ল দেৱৰাজ ইন্দ্ৰৰ ?


১৪ নৱেম্বৰদিনা পালনকৰা হয় ভেলেণ্টাইনদে হিছাপে ৷ এই দিনটোত ম’বাইলত ফেচবুকযোগে প্ৰেমত মত্যৰ সুন্দৰীৰসৈত্যে প্ৰেমত পৰি পৃথিৱীলৈ আহিল দেৱৰাজ ইন্দ্ৰ প্ৰেমীকাক বাইকত উঠাই

 গোলাঘাটৰ বাটাচাৰ্কোলত এক পথাচাৰিক খুন্দিয়াই শলঠেকত পৰিল দেৱৰাজ ৷

এইয়া আছলতে এক নাটক হে ৷ গোলাঘাট পৰিবহন বিভাগে ৩২ তম পথ নিৰাপত্তা মাহৰ অন্তিম দিনত অনুষ্ঠিত কৰিলে গই সজাগতামূলক বাটৰ নাট খনি ৷


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


13 February, 2021 গোলাঘাটত পাৰ্লাৰ ফেচিয়েল কৰি বিপদত পৰিল দন্ত চিকিৎসক । গোলাঘাট চান্দমাৰী দন্ত চিকিৎসক লিজা দেৱী ভগ্নী বিবাহ অনুষ্ঠানৰ বাবে গৈছিল গোলাঘাট KAYA UNISEX পাৰ্লাৰত । পাৰ্লাৰত ফেচিয়েল কৰি থকা অৱস্থাত সংঘটিত হ'ল ভয়ংকৰ ঘটনা । ফেচিয়েল কৰি থকা অৱস্থাত WATER STEEMER উন্নত মানদণ্ড ব্যৱহাৰ নকৰা আৰু কৰ্মচাৰী অমনোযোগিতাৰ ফলত গৰম পানী পৰি লিজা দেৱীৰ মুখমণ্ডলৰ সম্পূৰ্ণৰূপে পুৰি যায় । ভগ্নী বিবাহৰ পূৰ্বে পাৰ্লাৰ এনে কাৰ্য সংঘটিত হোৱাত সমস্যাত পৰে লিজা দেৱীৰ পৰিয়াল । ডিব্ৰুগড়ত চিকিৎসা কৰি ডা: লিজা দেৱী কিছু সুস্থ হৈছে যদিও ৬ মাহৰ বাবে ঘৰতে থকাৰ পৰামৰ্শ দিছে চিকিৎসকে । ডা: লিজা দেৱী গোলাঘাট চাৰিঙ্গিয়া চৰকাৰী চিকিৎসালয় চিকিৎসক তথা তেওঁৰ নিজা ক্লিনিকত কৰ্ম সম্পাদন কৰাত অসুবিধাত পৰিছে । অৱশেষত বুৰ্খা চিলাই বুৰ্খা পৰিধান কৰি চিকিৎসা সেৱা কৰাৰ সিদ্ধান্ত লৈছে লিজা দেবীয়ে ৷ গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 13 February, 2021


গোলাঘাটত পাৰ্লাৰ ফেচিয়েল কৰি বিপদত পৰিল দন্ত চিকিৎসক । গোলাঘাট চান্দমাৰী দন্ত চিকিৎসক লিজা দেৱী ভগ্নী বিবাহ অনুষ্ঠানৰ বাবে গৈছিল গোলাঘাট KAYA UNISEX  পাৰ্লাৰত । পাৰ্লাৰত ফেচিয়েল কৰি থকা অৱস্থাত সংঘটিত হ'ল ভয়ংকৰ ঘটনা । ফেচিয়েল কৰি থকা অৱস্থাত WATER STEEMER      উন্নত মানদণ্ড ব্যৱহাৰ নকৰা আৰু কৰ্মচাৰী অমনোযোগিতাৰ ফলত গৰম পানী পৰি লিজা দেৱীৰ মুখমণ্ডলৰ সম্পূৰ্ণৰূপে পুৰি যায় । ভগ্নী বিবাহৰ পূৰ্বে পাৰ্লাৰ এনে কাৰ্য সংঘটিত হোৱাত  সমস্যাত পৰে লিজা দেৱীৰ পৰিয়াল । ডিব্ৰুগড়ত চিকিৎসা কৰি ডা: লিজা দেৱী কিছু সুস্থ হৈছে যদিও ৬ মাহৰ বাবে ঘৰতে থকাৰ পৰামৰ্শ দিছে চিকিৎসকে ।  ডা: লিজা দেৱী গোলাঘাট চাৰিঙ্গিয়া চৰকাৰী চিকিৎসালয় চিকিৎসক তথা তেওঁৰ নিজা ক্লিনিকত কৰ্ম সম্পাদন কৰাত অসুবিধাত পৰিছে । অৱশেষত বুৰ্খা চিলাই বুৰ্খা পৰিধান কৰি চিকিৎসা সেৱা কৰাৰ সিদ্ধান্ত লৈছে লিজা দেবীয়ে ৷


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


Saturday, 13 February 2021

13 February, 2021 *কৃষি বিজ্ঞান মহাবিদ্যালয়ত প্ৰশিক্ষণ* Date :- 13/2/21 ## বেকাৰী সামগ্ৰীৰ সংসাধনৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগৰ সংস্থাপন”কর্ম্মশালা। ## অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত লখিমপুৰ জিলাৰ গৰুমৰীয়াত অৱস্থিত লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত থকা কে,ভি,কে কেন্দ্ৰত “বেকাৰী সামগ্ৰীৰ সংসাধনৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগৰ সংস্থাপন” শীর্ষক ৫ দিনীয়া বৃত্তিমূলক প্ৰশিক্ষণৰ আজি সামৰণি পৰে ৷ ## এই উপলক্ষে অনুস্থিত সামৰণি অনুস্থানৰ আদৰনি ভাষণ প্ৰদান কৰে লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ বিজ্ঞানী ও মুৰর্ব্বী ড০প্ৰশান্ত কুমাৰ পাঠকে৷ ## অনুস্থানত অতিথি হিছাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰাৰ লগতে কর্ম্মশালাত অংশ লোৱা সকলৰ মানপত্ৰ প্ৰদান কৰে ক্ৰমে-লখিমপুৰ আঞ্চলিক কৃষি গৱেষনা কেন্দ্ৰৰ মূখ্য বিজ্ঞানী ড০ প্ৰবাল শইকীয়া, লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শষ্য বিভাগৰ বিশেষজ্ঞা জোৎস্না দাস, পশু বিজ্ঞান বিভাগৰ বিশেষজ্ঞ ড০ অৰিন্দম চক্ৰৱতীকে ধৰি বহুকেইজন বিশেষজ্ঞই৷ ## সামুহিক বিজ্ঞানৰ বিশেষজ্ঞা দিপশিখা হাজৰীকাৰ তত্বাৱধানত অনুস্থিত এই কর্ম্মশালাত ৩৪ গৰাকী মহিলাই প্ৰশিক্ষন গ্ৰহন কৰে৷ ## উল্লেখযোগ্য যে- মহিলাসকলৰ এই প্ৰশিক্ষণত বিভিন্ন ধৰনৰ বেকাৰী সামগ্ৰী যেনে কেক,কুকিচ,ব্ৰেড,বিস্কুটৰ বিজ্ঞান সন্মত আৰু প্ৰণালীবদ্ধ প্ৰস্ত্ততকৰন, খাদ্য সুৰক্ষাৰ বাবে লাগতিয়াল দিশ সমুহৰ ওপৰত প্ৰশিক্ষন প্ৰদান কৰা হয়৷ লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 13 February, 2021


*কৃষি বিজ্ঞান মহাবিদ্যালয়ত প্ৰশিক্ষণ* Date :- 13/2/21


## বেকাৰী সামগ্ৰীৰ সংসাধনৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগৰ সংস্থাপন”কর্ম্মশালা।


## অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত  লখিমপুৰ জিলাৰ গৰুমৰীয়াত অৱস্থিত লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত থকা কে,ভি,কে কেন্দ্ৰত “বেকাৰী সামগ্ৰীৰ সংসাধনৰ    জৰিয়তে ক্ষুদ্ৰ উদ্যোগৰ সংস্থাপন” শীর্ষক ৫ দিনীয়া বৃত্তিমূলক প্ৰশিক্ষণৰ আজি সামৰণি পৰে ৷


## এই উপলক্ষে অনুস্থিত সামৰণি অনুস্থানৰ আদৰনি ভাষণ প্ৰদান কৰে লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ বিজ্ঞানী ও মুৰর্ব্বী ড০প্ৰশান্ত কুমাৰ  পাঠকে৷


## অনুস্থানত অতিথি হিছাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰাৰ লগতে কর্ম্মশালাত অংশ লোৱা সকলৰ মানপত্ৰ প্ৰদান কৰে ক্ৰমে-লখিমপুৰ আঞ্চলিক কৃষি গৱেষনা কেন্দ্ৰৰ মূখ্য বিজ্ঞানী ড০ প্ৰবাল শইকীয়া, লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শষ্য বিভাগৰ বিশেষজ্ঞা জোৎস্না দাস, পশু বিজ্ঞান বিভাগৰ বিশেষজ্ঞ ড০ অৰিন্দম চক্ৰৱতীকে ধৰি বহুকেইজন বিশেষজ্ঞই৷


## সামুহিক বিজ্ঞানৰ বিশেষজ্ঞা দিপশিখা হাজৰীকাৰ তত্বাৱধানত অনুস্থিত এই কর্ম্মশালাত ৩৪ গৰাকী মহিলাই প্ৰশিক্ষন গ্ৰহন কৰে৷


## উল্লেখযোগ্য যে- মহিলাসকলৰ এই প্ৰশিক্ষণত বিভিন্ন ধৰনৰ বেকাৰী সামগ্ৰী যেনে কেক,কুকিচ,ব্ৰেড,বিস্কুটৰ বিজ্ঞান সন্মত আৰু প্ৰণালীবদ্ধ প্ৰস্ত্ততকৰন, খাদ্য সুৰক্ষাৰ বাবে লাগতিয়াল দিশ সমুহৰ ওপৰত প্ৰশিক্ষন প্ৰদান কৰা হয়৷



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Friday, 12 February 2021

12 February, 2021 *লখিমপুৰ ৰেল* Date :- 12/2/21 ## লখিমপুৰত এজন ১৭ বছৰীয়া যুৱক ৰেলে মহটীয়াই। ## শুকুৰবাৰে বিয়লী ২:৩০ বজাত ৰঙীয়া মূককচেলেং ৰেলে মহটীয়ালত থিতাতে মৃত্যুক সাৱতি ললে ভূশ্বনজিত কলিতাই। ## নকাড়ী ৰেল ক্ৰছিঙৰ পৰা প্ৰায় ২০০ মিনিটৰ আতৰত সংঘতিত হয় এই ঘটনা। ## যানিব পৰামতে লখিমপুৰ অসামৰিক চিকিৎসায়ত বেমাৰ দেখাই আহিছিল যুৱক জনে। ## কিন্তু কি কাৰনত যুৱক জন ৰেল লাইনত উঠিল সেই বিষয়ে এতিয়াও স্পস্ত হোৱা নাই। ## ভূশ্বনজিতৰ ঘৰ লখিমপুৰ মিলন নগৰত বুলি জানিব পৰা গৈছে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 12 February, 2021


*লখিমপুৰ ৰেল* Date :- 12/2/21


## লখিমপুৰত এজন ১৭ বছৰীয়া যুৱক ৰেলে মহটীয়াই।


## শুকুৰবাৰে বিয়লী ২:৩০ বজাত ৰঙীয়া মূককচেলেং ৰেলে মহটীয়ালত থিতাতে মৃত্যুক সাৱতি ললে ভূশ্বনজিত কলিতাই।


## নকাড়ী ৰেল ক্ৰছিঙৰ পৰা প্ৰায় ২০০ মিনিটৰ আতৰত সংঘতিত হয় এই ঘটনা।


## যানিব পৰামতে লখিমপুৰ অসামৰিক চিকিৎসায়ত বেমাৰ দেখাই আহিছিল যুৱক জনে।


## কিন্তু কি কাৰনত যুৱক জন ৰেল লাইনত উঠিল সেই বিষয়ে এতিয়াও স্পস্ত হোৱা নাই।


## ভূশ্বনজিতৰ ঘৰ লখিমপুৰ মিলন নগৰত বুলি জানিব পৰা গৈছে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


12 February, 2021Covid Update Assam Covid19 Assam and actions taken as on 11/02/2021.

12 February, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 11/02/2021.

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...