Wednesday, 10 February 2021

10 February, 2021 GOLAGHAT CONGRESS MEET প্ৰাক্তন কংগ্ৰেছী অজন্তা নেওগ তথা, ন বিজেপি অজন্তা নেওগক বিজেপিও আদৰি নলয় কংগ্ৰেছেও আদৰি নলয় । খুমটাই বিধানসভা সমষ্টি বিধায়ক মৃনাল শইকীয়াৰ ৰাজনীতি ওফৰাব প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে । গোলাঘাট জিলা খুমটাই বিধানসভা সমষ্টিৰ পদুমণিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত এই মন্তব্য কংগ্ৰেছ নেতা সুশান্ত বৰগোঁহাই আৰু মীৰা বৰঠাকুৰৰ। গোলাঘাট পদুমণিত খুমটাই সমষ্টি ভিত্তিত দলীয় বুথ পৰ্যায়ৰ সভাৰ যোগেদি নিৰ্বাচনী ৰণডংকা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈৰ । আগন্তুক নিৰ্বাচনত বিজেপি বিধায়ক মৃনাল শইকীয়াক পৰাস্ত কৰিবলৈ সংকল্প গ্ৰহণ কংগ্ৰেছ কৰ্মীৰ । খুমটাই সমষ্টিত কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈক আগন্তুক নিৰ্বাচন জয়ী কৰোৱাৰ সংকল্প গ্ৰহণ কৰোৱাই কংগ্ৰেছ নেতৃত্ব বৃন্দই । সভাত কংগ্ৰেছ কৰ্মীৰ উদ্দেশ্যে প্ৰশিক্ষণ প্ৰদান কৰে চত্তীছগড় কংগ্ৰেছ নেতা গোলাম কাম্বো আৰু অলক চন্দ্ৰ কাৰে। সভাত কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ , সুশান্ত বৰগোঁহাই, মীৰা বৰঠাকুৰ, ভুপেন বৰা , বিজয় চমৰীয়া উপস্থিত থাকে । প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 10 February, 2021


 GOLAGHAT

CONGRESS MEET


প্ৰাক্তন কংগ্ৰেছী অজন্তা নেওগ তথা, ন বিজেপি অজন্তা নেওগক বিজেপিও আদৰি নলয় কংগ্ৰেছেও আদৰি নলয় । খুমটাই বিধানসভা সমষ্টি বিধায়ক মৃনাল শইকীয়াৰ  ৰাজনীতি ওফৰাব প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে । গোলাঘাট জিলা খুমটাই বিধানসভা সমষ্টিৰ পদুমণিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত এই মন্তব্য কংগ্ৰেছ নেতা সুশান্ত বৰগোঁহাই আৰু মীৰা বৰঠাকুৰৰ। গোলাঘাট পদুমণিত খুমটাই সমষ্টি ভিত্তিত দলীয় বুথ পৰ্যায়ৰ সভাৰ যোগেদি নিৰ্বাচনী ৰণডংকা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈৰ । আগন্তুক নিৰ্বাচনত বিজেপি বিধায়ক মৃনাল শইকীয়াক পৰাস্ত কৰিবলৈ সংকল্প গ্ৰহণ কংগ্ৰেছ কৰ্মীৰ । খুমটাই সমষ্টিত কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈক আগন্তুক নিৰ্বাচন জয়ী কৰোৱাৰ সংকল্প গ্ৰহণ কৰোৱাই কংগ্ৰেছ নেতৃত্ব বৃন্দই । সভাত কংগ্ৰেছ কৰ্মীৰ উদ্দেশ্যে  প্ৰশিক্ষণ প্ৰদান  কৰে চত্তীছগড় কংগ্ৰেছ নেতা  গোলাম কাম্বো আৰু অলক চন্দ্ৰ কাৰে।  সভাত কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ , সুশান্ত বৰগোঁহাই, মীৰা বৰঠাকুৰ, ভুপেন বৰা , বিজয় চমৰীয়া উপস্থিত থাকে ।


প্ৰকাশ শৰ্মা গোলাঘাট  নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


10 February, 2021 *কেচু সাৰ খেতিৰে যুৱক সংস্থাপিত* Date :- 10/2/21 ## লখিমপুৰ জিলাৰ নাঁওবৈছা ৰাজহচক্ৰৰ অর্ন্তগত ৰহালী গা্ওঁৰ নিৱনুৱা যুৱক দিব্যজিৎ নাথে কেচুঁসাৰৰ ব্যৱসায়িক ভাৱে খেতি কৰি নিজক সংস্থাপিত কৰিবলৈ সক্ষম হৈছে৷ ## অসম চৰকাৰৰ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰিকৰী সহযোগিতাত দিব্যজিৎ কেচুঁসাৰ উৎপাদন কেন্দ্ৰ নামৰ এটি কেচুঁসাৰ উৎপাদন প্ৰকল্প ২০১৮ চনতে নিজৰ ঘৰতে স্থাপন কৰি বর্ত্তমান মাহে বহুহেজাৰ টকা উর্পাজন কৰিবলৈ সক্ষম হৈছে ৷ ## লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি প্ৰথমে পৰিক্ষামূলক ভাৱে কেচুঁসাৰৰ খেতি কৰি লাভাম্বিত হোৱাত দিব্যজিৎ নাথে বহল ভাৱে এই ব্যৱসায় কৰিবলৈ লয়৷ ## তেখেতৰ উৎপাদিত সাৰ সমুহ ঘৰৰ পৰাই কৃষক সকলে কিনি লৈ যায় বুলি জানিবলৈ দিয়ে ৷ লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 10 February, 2021


*কেচু সাৰ খেতিৰে যুৱক সংস্থাপিত* Date :- 10/2/21


## লখিমপুৰ জিলাৰ নাঁওবৈছা ৰাজহচক্ৰৰ অর্ন্তগত ৰহালী গা্ওঁৰ নিৱনুৱা যুৱক দিব্যজিৎ নাথে কেচুঁসাৰৰ ব্যৱসায়িক ভাৱে খেতি কৰি নিজক সংস্থাপিত কৰিবলৈ সক্ষম হৈছে৷


## অসম চৰকাৰৰ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰিকৰী সহযোগিতাত দিব্যজিৎ কেচুঁসাৰ উৎপাদন কেন্দ্ৰ নামৰ এটি কেচুঁসাৰ  উৎপাদন প্ৰকল্প ২০১৮ চনতে নিজৰ ঘৰতে স্থাপন কৰি বর্ত্তমান মাহে বহুহেজাৰ টকা উর্পাজন কৰিবলৈ সক্ষম হৈছে ৷


## লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি প্ৰথমে পৰিক্ষামূলক ভাৱে কেচুঁসাৰৰ খেতি কৰি লাভাম্বিত হোৱাত  দিব্যজিৎ নাথে বহল ভাৱে এই ব্যৱসায় কৰিবলৈ লয়৷


## তেখেতৰ উৎপাদিত সাৰ সমুহ ঘৰৰ পৰাই কৃষক সকলে কিনি লৈ যায় বুলি জানিবলৈ দিয়ে ৷



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


10 February, 2021 *Lakhimpur Big Breaking* 10/2/21 ## লখিমপুৰত হিমন্তৰ ৰেলীত অথন্তৰ। ## চাইকেল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চমক। ## হাজিৰা দিম বুলি চাইকেল ৰেলীত অংশগ্ৰহণ কৰিবলৈ অনা মজদুৰক প্ৰতাৰণা। ## বিজেপিৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ লখিমপুৰ বাইপাচত নিশা উত্তেজনা। ## চাৰিশ টকাকৈ দিম বুলি হাজিৰা কৰি খোৱা মানুহক চাইকেল ৰেলীলৈ লৈ গৈছিল। ## শেষত পইচা নাপায় হাতত বিজেপি পতাকা লৈ বিজেপি বিৰোদ্ধে ক্ষুভ এইসকল লোকৰ। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 10 February, 2021


*Lakhimpur Big Breaking* 10/2/21


## লখিমপুৰত হিমন্তৰ ৰেলীত অথন্তৰ।


## চাইকেল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চমক।


## হাজিৰা দিম বুলি  চাইকেল ৰেলীত অংশগ্ৰহণ কৰিবলৈ অনা মজদুৰক প্ৰতাৰণা।


## বিজেপিৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ লখিমপুৰ বাইপাচত নিশা উত্তেজনা।


## চাৰিশ টকাকৈ দিম বুলি হাজিৰা কৰি খোৱা মানুহক চাইকেল ৰেলীলৈ লৈ গৈছিল।


## শেষত পইচা নাপায় হাতত বিজেপি পতাকা লৈ বিজেপি বিৰোদ্ধে ক্ষুভ এইসকল লোকৰ।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Tuesday, 9 February 2021

09 February, 2021 আজি পশ্চিম ব্ৰহ্মপুত্ৰ গাওঁ পঞ্চায়তৰ চাৰহ মিচিং গাৱৰ প্ৰায় বহো শতাধিক পুৰুষ-মহিলা একে লগে অগপ আৰু কংগ্ৰেছ দলৰ কৰ্মী লগতে সাধাৰণ লোক মাননীয় বিধায়ক মৃণাল শইকিয়া উপস্থিতত যোগিবাৰী স্থিত খুমটাই সমষ্টি বিধায়ক মৃণাল শইকিয়াৰ বাসগৃহত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্ম ৰাজিত আকৃষ্ট হৈ নতুনকৈ পাৰ্টীত যোগদান কৰে। নিউজ ডেস্কঃ ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া

 09 February, 2021


আজি পশ্চিম ব্ৰহ্মপুত্ৰ গাওঁ পঞ্চায়তৰ চাৰহ মিচিং গাৱৰ প্ৰায় বহো শতাধিক  পুৰুষ-মহিলা একে লগে  অগপ আৰু কংগ্ৰেছ দলৰ  কৰ্মী লগতে সাধাৰণ লোক   মাননীয় বিধায়ক মৃণাল শইকিয়া উপস্থিতত যোগিবাৰী স্থিত  খুমটাই সমষ্টি বিধায়ক মৃণাল শইকিয়াৰ বাসগৃহত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্ম ৰাজিত আকৃষ্ট হৈ  নতুনকৈ পাৰ্টীত যোগদান কৰে।


নিউজ ডেস্কঃ ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া


09 February, 2021 *হিমন্ত বিশ্ব শর্মাৰ চাইকেল ৰেলী- দলংৰ আধাৰশিলা স্থাপন* Date :- 9/2/21 ## আজি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই লখিমপুৰ জিলাৰ পানীগাওঁ চাৰিআালিৰ পৰা আজাদ হৈ উত্তৰ লখিমপুৰ নগৰৰ কমলাবৰীয়া পথৰ বৰমুৰীয়া তিনিআালিলৈকে এক চাইকেল ৰেলীত অংশ লয়৷ ## তেখেতে সাংবাদিকৰ আগত কয় যে অসমৰ বিভিন্ন ঠাইত এনেদৰে চাইকেল ৰেলী কৰি তেখেতে ১ কোটি জনতাৰ লগত সর্ম্পক স্থাপন কৰিব৷ ## দুবছৰৰ ভিতৰত অসমৰ ৫খন চিকিৎসা মহাবিদ্যালয় সর্ম্পুন কৰি তুলাৰ কথা প্ৰকাশ কৰে ৷ ## মন্ত্ৰী গৰাকীয়ে অসম চৰকাৰৰ ৰাজ্যিক স্বপ্ৰধান উন্নয়ন ২০২০-২১ আচঁনিৰ অধীনত লখিমপুৰ বিধান সভা সমষ্টিৰ খাৰকাটি আহোমনি পথৰ ফটাসূতি ঘাটৰ ৰঙানদীৰ ওপৰত পকীদলং নির্ম্মানৰ ভূমিপূজন কৰে আজি ৷ ## এই দুয়োটা কার্য্য-সূচীত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, লখিমপুৰৰ বিধায়ক উৎপল দত্ত ,ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক সদস্য মানৱ ডেকা আৰু জনতা পার্টিৰ লখিমপুৰ জিলাৰ সভাপতি ফনীধৰ বৰুৱা উপস্থিত থাকে৷ লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 09 February, 2021


*হিমন্ত বিশ্ব শর্মাৰ চাইকেল ৰেলী- দলংৰ আধাৰশিলা স্থাপন* Date :- 9/2/21


## আজি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই লখিমপুৰ জিলাৰ পানীগাওঁ চাৰিআালিৰ পৰা আজাদ হৈ উত্তৰ লখিমপুৰ নগৰৰ কমলাবৰীয়া পথৰ বৰমুৰীয়া তিনিআালিলৈকে এক চাইকেল ৰেলীত অংশ লয়৷


## তেখেতে সাংবাদিকৰ আগত কয় যে অসমৰ বিভিন্ন ঠাইত এনেদৰে  চাইকেল ৰেলী কৰি তেখেতে ১ কোটি জনতাৰ লগত সর্ম্পক স্থাপন কৰিব৷


## দুবছৰৰ ভিতৰত অসমৰ ৫খন চিকিৎসা মহাবিদ্যালয় সর্ম্পুন কৰি তুলাৰ কথা প্ৰকাশ কৰে ৷


## মন্ত্ৰী গৰাকীয়ে অসম চৰকাৰৰ ৰাজ্যিক স্বপ্ৰধান উন্নয়ন ২০২০-২১ আচঁনিৰ অধীনত লখিমপুৰ বিধান সভা সমষ্টিৰ খাৰকাটি আহোমনি পথৰ ফটাসূতি ঘাটৰ ৰঙানদীৰ ওপৰত পকীদলং নির্ম্মানৰ ভূমিপূজন কৰে আজি ৷


## এই দুয়োটা কার্য্য-সূচীত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, লখিমপুৰৰ বিধায়ক উৎপল দত্ত ,ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক সদস্য মানৱ ডেকা আৰু জনতা পার্টিৰ  লখিমপুৰ জিলাৰ সভাপতি ফনীধৰ বৰুৱা উপস্থিত থাকে৷



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Monday, 8 February 2021

08 February, 2021 *লখিমপুৰ ক্ৰিকেট প্ৰতিযোগিতা* Date :- 8/2/2021 ## লখিমপুৰ জিলাৰ বৃহত চৰাইমৰীয়া কমলাবৰীয়া ক্ৰিকেট ক্লাবৰ উদ্যোগত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা ৫ ফেব্ৰুৱাৰী শুক্ৰবাৰৰ পৰা আৰম্ভ হয়। ## শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা মুকলি প্ৰাইজমনী ক্ৰিকেট প্ৰতিযোগিতাৰ চুৰান্ত খেল খনি দেওবাৰে নিশা অনুষ্টিত হয় । ## এই ক্ৰিকেট প্ৰতিযোগিতা খনি লখিমপুৰ ফোকনহাট চৰাইমৰীয়া খেল পথাৰত আনুষ্ঠিত হয়। ## অসমৰ বিভিন্ন ঠাই পৰা দলে অংশ গ্ৰহণ কৰে এই প্ৰতিযোগিতা খনিত। ## নিশা চুৰান্ত খেলখন আৰ্ফেড ইলেভন আৰু মোগ্লে গাৰ্ডেনৰ মাজত অনুষ্টিত হয়। ## আৰ্ফেড ইলেভনে মোগ্লে গাৰ্ডেনক পৰাস্ত কৰি বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 08 February, 2021


*লখিমপুৰ ক্ৰিকেট প্ৰতিযোগিতা* Date :- 8/2/2021


## লখিমপুৰ জিলাৰ বৃহত চৰাইমৰীয়া কমলাবৰীয়া ক্ৰিকেট ক্লাবৰ উদ্যোগত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা ৫ ফেব্ৰুৱাৰী শুক্ৰবাৰৰ পৰা আৰম্ভ হয়।


## শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা মুকলি প্ৰাইজমনী ক্ৰিকেট প্ৰতিযোগিতাৰ চুৰান্ত খেল খনি দেওবাৰে নিশা অনুষ্টিত হয় ।


## এই ক্ৰিকেট প্ৰতিযোগিতা খনি লখিমপুৰ ফোকনহাট চৰাইমৰীয়া খেল পথাৰত আনুষ্ঠিত হয়।


## অসমৰ বিভিন্ন ঠাই পৰা দলে অংশ গ্ৰহণ কৰে এই প্ৰতিযোগিতা খনিত।


## নিশা চুৰান্ত খেলখন আৰ্ফেড ইলেভন আৰু মোগ্লে গাৰ্ডেনৰ মাজত অনুষ্টিত হয়।


## আৰ্ফেড ইলেভনে মোগ্লে গাৰ্ডেনক পৰাস্ত কৰি বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।



লখিমপুৰৰ পৰা ৰাহান  আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


08 February, 2021 মেৰাপানী সমূহীয়া চিকিৎসালয়ত অদ্ভুত ঘটনা ৷ কুকুৰে কামোৰা বেজী লবলৈ অহা ৰোগীক কামুৰিলে চিকিৎসা কৰ্মীয়ে ৷ ঘটনা অনুসৰি দেওবাৰে সন্ধিয়া ৪ নং তৰাণি কল্যাণপুৰৰ দেৱ ক'ল নামৰ এজন লোকক কুকুৰে কামোৰাৰ বাবে মেৰাপানী চিকিৎসালয়লৈ আহে। সেই সময়ত চিকিৎসালয়ৰ টিকট কাউন্টাৰত সুনীল ৰজক নামৰ এজন চিকিৎসাকৰ্মী নিয়োজিত হৈ আছিল। ৰোগী আৰু চিকিৎসা কৰ্মী গৰাকীৰ মাজত টকা খুচুৰা দিয়াক লৈ বাকবিতণ্ডাৰ সৃষ্টি হয়। ইয়াৰ পাছতে দুয়ো গৰাকীৰ মাজত হতাহতি হৈ সুনীল ৰজক নামৰ কৰ্মীজনে দেৱ ক'ল নামৰ লোকজনক শৰীৰৰ কেইবা ঠাইতো উপৰ্যপৰি আঘাট হানে। এই ঘটনাৰ পাছতেই ৰোগী আৰু আত্মীয় সকলে পৰিস্থিতি উতপ্ত কৰি তোলে। ৰোগী আৰু আত্মীয়। কল্পনা ফুকনৰ ৰিপ’ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 08 February, 2021


মেৰাপানী সমূহীয়া চিকিৎসালয়ত অদ্ভুত ঘটনা ৷ কুকুৰে কামোৰা বেজী লবলৈ অহা ৰোগীক কামুৰিলে চিকিৎসা কৰ্মীয়ে ৷ ঘটনা অনুসৰি দেওবাৰে সন্ধিয়া  ৪ নং তৰাণি কল্যাণপুৰৰ দেৱ ক'ল নামৰ এজন লোকক কুকুৰে কামোৰাৰ বাবে মেৰাপানী চিকিৎসালয়লৈ আহে। সেই সময়ত চিকিৎসালয়ৰ টিকট কাউন্টাৰত সুনীল ৰজক নামৰ এজন চিকিৎসাকৰ্মী নিয়োজিত হৈ আছিল। ৰোগী আৰু চিকিৎসা কৰ্মী গৰাকীৰ মাজত টকা খুচুৰা দিয়াক লৈ বাকবিতণ্ডাৰ সৃষ্টি হয়। ইয়াৰ পাছতে দুয়ো গৰাকীৰ মাজত হতাহতি হৈ সুনীল ৰজক নামৰ কৰ্মীজনে দেৱ ক'ল নামৰ লোকজনক শৰীৰৰ কেইবা ঠাইতো উপৰ্যপৰি আঘাট হানে। এই ঘটনাৰ পাছতেই ৰোগী আৰু আত্মীয় সকলে পৰিস্থিতি উতপ্ত কৰি তোলে। 


 ৰোগী আৰু আত্মীয়। 


কল্পনা ফুকনৰ ৰিপ’ট  নৰ্থ ইষ্ট  নিউজ ইণ্ডিয়া গোলাঘাট ৷


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...