Wednesday, 10 February 2021

10 February, 2021 *Lakhimpur Big Breaking* 10/2/21 ## লখিমপুৰত হিমন্তৰ ৰেলীত অথন্তৰ। ## চাইকেল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চমক। ## হাজিৰা দিম বুলি চাইকেল ৰেলীত অংশগ্ৰহণ কৰিবলৈ অনা মজদুৰক প্ৰতাৰণা। ## বিজেপিৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ লখিমপুৰ বাইপাচত নিশা উত্তেজনা। ## চাৰিশ টকাকৈ দিম বুলি হাজিৰা কৰি খোৱা মানুহক চাইকেল ৰেলীলৈ লৈ গৈছিল। ## শেষত পইচা নাপায় হাতত বিজেপি পতাকা লৈ বিজেপি বিৰোদ্ধে ক্ষুভ এইসকল লোকৰ। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 10 February, 2021


*Lakhimpur Big Breaking* 10/2/21


## লখিমপুৰত হিমন্তৰ ৰেলীত অথন্তৰ।


## চাইকেল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চমক।


## হাজিৰা দিম বুলি  চাইকেল ৰেলীত অংশগ্ৰহণ কৰিবলৈ অনা মজদুৰক প্ৰতাৰণা।


## বিজেপিৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ লখিমপুৰ বাইপাচত নিশা উত্তেজনা।


## চাৰিশ টকাকৈ দিম বুলি হাজিৰা কৰি খোৱা মানুহক চাইকেল ৰেলীলৈ লৈ গৈছিল।


## শেষত পইচা নাপায় হাতত বিজেপি পতাকা লৈ বিজেপি বিৰোদ্ধে ক্ষুভ এইসকল লোকৰ।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...