09 February, 2021
আজি পশ্চিম ব্ৰহ্মপুত্ৰ গাওঁ পঞ্চায়তৰ চাৰহ মিচিং গাৱৰ প্ৰায় বহো শতাধিক পুৰুষ-মহিলা একে লগে অগপ আৰু কংগ্ৰেছ দলৰ কৰ্মী লগতে সাধাৰণ লোক মাননীয় বিধায়ক মৃণাল শইকিয়া উপস্থিতত যোগিবাৰী স্থিত খুমটাই সমষ্টি বিধায়ক মৃণাল শইকিয়াৰ বাসগৃহত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্ম ৰাজিত আকৃষ্ট হৈ নতুনকৈ পাৰ্টীত যোগদান কৰে।
নিউজ ডেস্কঃ ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া
No comments:
Post a Comment
Welcome Northeast News India