Monday, 8 February 2021

08 February, 2021 *লখিমপুৰ ক্ৰিকেট প্ৰতিযোগিতা* Date :- 8/2/2021 ## লখিমপুৰ জিলাৰ বৃহত চৰাইমৰীয়া কমলাবৰীয়া ক্ৰিকেট ক্লাবৰ উদ্যোগত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা ৫ ফেব্ৰুৱাৰী শুক্ৰবাৰৰ পৰা আৰম্ভ হয়। ## শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা মুকলি প্ৰাইজমনী ক্ৰিকেট প্ৰতিযোগিতাৰ চুৰান্ত খেল খনি দেওবাৰে নিশা অনুষ্টিত হয় । ## এই ক্ৰিকেট প্ৰতিযোগিতা খনি লখিমপুৰ ফোকনহাট চৰাইমৰীয়া খেল পথাৰত আনুষ্ঠিত হয়। ## অসমৰ বিভিন্ন ঠাই পৰা দলে অংশ গ্ৰহণ কৰে এই প্ৰতিযোগিতা খনিত। ## নিশা চুৰান্ত খেলখন আৰ্ফেড ইলেভন আৰু মোগ্লে গাৰ্ডেনৰ মাজত অনুষ্টিত হয়। ## আৰ্ফেড ইলেভনে মোগ্লে গাৰ্ডেনক পৰাস্ত কৰি বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 08 February, 2021


*লখিমপুৰ ক্ৰিকেট প্ৰতিযোগিতা* Date :- 8/2/2021


## লখিমপুৰ জিলাৰ বৃহত চৰাইমৰীয়া কমলাবৰীয়া ক্ৰিকেট ক্লাবৰ উদ্যোগত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা ৫ ফেব্ৰুৱাৰী শুক্ৰবাৰৰ পৰা আৰম্ভ হয়।


## শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা মুকলি প্ৰাইজমনী ক্ৰিকেট প্ৰতিযোগিতাৰ চুৰান্ত খেল খনি দেওবাৰে নিশা অনুষ্টিত হয় ।


## এই ক্ৰিকেট প্ৰতিযোগিতা খনি লখিমপুৰ ফোকনহাট চৰাইমৰীয়া খেল পথাৰত আনুষ্ঠিত হয়।


## অসমৰ বিভিন্ন ঠাই পৰা দলে অংশ গ্ৰহণ কৰে এই প্ৰতিযোগিতা খনিত।


## নিশা চুৰান্ত খেলখন আৰ্ফেড ইলেভন আৰু মোগ্লে গাৰ্ডেনৰ মাজত অনুষ্টিত হয়।


## আৰ্ফেড ইলেভনে মোগ্লে গাৰ্ডেনক পৰাস্ত কৰি বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।



লখিমপুৰৰ পৰা ৰাহান  আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...