Saturday, 6 February 2021

06 February, 2021 কবিৰ ৰূপত কৃষিমন্ত্ৰী কৃষিমন্ত্ৰী অতুলবৰাই নিজে লিখা কবিতা আবৃত্তি কৰিলে গোলাঘাটৰ গ্ৰন্থমেলাত ৷ ভক্চ প্ৰপুলিৰ উদ্যোগত -- ৬ ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ গোলাঘাটৰ সমম্বয় খেলপথাৰত আৰম্ভহোৱা গ্ৰন্থমেলা আৰু সাহিত্য উৎসবৰ উদ্দোধনী অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা ৷ এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্টা সাহিত্যিক অৰুপা পতংঙ্গিয়া ৷ গোলাঘাটৰ সমম্বয় খেলপথাৰৰ পৰা প্ৰকাশ শৰ্মাৰ ৰিপ’ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 06 February, 2021



কবিৰ ৰূপত কৃষিমন্ত্ৰী 


কৃষিমন্ত্ৰী অতুলবৰাই নিজে লিখা কবিতা আবৃত্তি কৰিলে গোলাঘাটৰ গ্ৰন্থমেলাত ৷ ভক্চ প্ৰপুলিৰ উদ্যোগত --

৬ ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ গোলাঘাটৰ সমম্বয় খেলপথাৰত আৰম্ভহোৱা গ্ৰন্থমেলা আৰু সাহিত্য উৎসবৰ উদ্দোধনী অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা ৷ এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্টা সাহিত্যিক অৰুপা পতংঙ্গিয়া ৷ 


গোলাঘাটৰ সমম্বয় খেলপথাৰৰ পৰা প্ৰকাশ শৰ্মাৰ ৰিপ’ট  নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


06 February, 2021 *কংগ্ৰেছৰ ধৰ্মঘট লখিমপুৰ* Date :- 6/2/21 ## অসম প্ৰদেশ কংগ্ৰেছ কমিটি নিদ্দেশে মৰ্মে আজি লখিমপুৰতো জিলা কংগ্ৰেছে প্ৰায়বোৰ পেট্ৰল ডিপু সন্মুখত পূৱা ১০ বজাৰ পৰা ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। ## ইন্ধন জাতীয় সামগ্ৰী মূল্য বৃদ্ধি লগতে অত্যৱশ্যকী সামগ্ৰী মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি তুলিছে। ## সেয়াহে আজি লখিমপুৰ জিলা প্ৰায়বোৰ পেট্ৰল ডিপু সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। ## এই ধৰ্মঘট কাৰ্যসূচী জৰিয়তে বি জে পি চৰকাৰক দবী জনায় যে অতি শীঘ্ৰে এই মূল্য বৃদ্ধি হ্ৰাস কৰক। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 06 February, 2021


*কংগ্ৰেছৰ ধৰ্মঘট লখিমপুৰ* Date :- 6/2/21


## অসম প্ৰদেশ কংগ্ৰেছ কমিটি নিদ্দেশে মৰ্মে আজি লখিমপুৰতো জিলা কংগ্ৰেছে প্ৰায়বোৰ পেট্ৰল ডিপু সন্মুখত পূৱা ১০ বজাৰ পৰা ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।


## ইন্ধন জাতীয় সামগ্ৰী মূল্য বৃদ্ধি লগতে অত্যৱশ্যকী সামগ্ৰী মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি তুলিছে।


## সেয়াহে আজি লখিমপুৰ জিলা প্ৰায়বোৰ পেট্ৰল ডিপু সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।


## এই ধৰ্মঘট কাৰ্যসূচী জৰিয়তে বি জে পি চৰকাৰক দবী জনায় যে অতি শীঘ্ৰে এই মূল্য বৃদ্ধি হ্ৰাস কৰক।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Friday, 5 February 2021

05 February, 2021 *পথ সুৰক্ষা মাহৰ লখিমপুৰ* Date :- 5/2/21 ## ৩২ তম পথ সুৰক্ষা মাহ হিচাপে ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰী লৈ সমগ্ৰ অসমতে পালন কৰা হয়। ## তাৰেই অংশ হিচাপে আজি উত্তৰ লখিমপুৰ নগৰত জিলা পৰিবহন বিভাগৰ দ্বাৰা এক পথ সচেতনতামূলক কায্যসূচী পালন কৰা হয়। ## ডিল স্বাধীন এয়াৰ নামৰ এটা বেচৰকাৰী সংস্থা আৰু যান বাহন আৰক্ষী সহযোগত জিলা পৰিবহণ বিষয়া কাৰ্য্যালয়ৰ দ্বাৰা লখিমপুৰৰ ত্যাগক্ষেত্ৰৰ পৰা এক সজাগতা সমদল বাহিৰ কৰে। ## এই সজাগতা সমদলৰ শুভ উদ্ধোধন কৰে জিলা পৰিবহণ বিষয়া সীতাৰাম দলে। ## উত্তৰ লখিমপুৰ নগৰৰ মাজেৰে গৈ পুনৰ ত্যাগক্ষেত্ৰত সামৰণি পৰে এই সজাগতা সমদল। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 05 February, 2021


*পথ সুৰক্ষা মাহৰ লখিমপুৰ* Date :- 5/2/21


## ৩২ তম পথ সুৰক্ষা মাহ হিচাপে ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰী লৈ সমগ্ৰ অসমতে পালন কৰা হয়।


## তাৰেই অংশ হিচাপে আজি উত্তৰ লখিমপুৰ নগৰত জিলা পৰিবহন বিভাগৰ দ্বাৰা এক পথ সচেতনতামূলক কায্যসূচী পালন কৰা  হয়।


## ডিল স্বাধীন এয়াৰ নামৰ এটা বেচৰকাৰী সংস্থা আৰু যান বাহন আৰক্ষী সহযোগত জিলা পৰিবহণ বিষয়া কাৰ্য্যালয়ৰ দ্বাৰা লখিমপুৰৰ ত্যাগক্ষেত্ৰৰ পৰা এক সজাগতা সমদল বাহিৰ কৰে।


## এই সজাগতা সমদলৰ শুভ উদ্ধোধন কৰে জিলা পৰিবহণ বিষয়া সীতাৰাম দলে।


## উত্তৰ লখিমপুৰ নগৰৰ মাজেৰে গৈ পুনৰ ত্যাগক্ষেত্ৰত সামৰণি পৰে এই সজাগতা সমদল।



লখিমপুৰৰ পৰা ৰাহান  আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


05 February, 2021 *LAKHIMPUR AJYCP PROTEST* Date :- 5/2/21 ## লখিমপুৰত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে। ## অত্যধিক মূল্য বৃদ্ধিৰ সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি তুলিছে, সেয়াহে শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় পেট্ৰলীয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰে। ## অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতি অন্তৰ্গত উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে নগৰৰ মাজমজীয়া গ্লাছ চাৰিআলিত এই প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে। ## অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়নী প্ৰদান কৰে যে অনাগত দিনত যদি মূল্য বৃদ্ধি ৰোধ নকৰে তেন্তে ইয়াতকৈ জঙ্গী আন্দোলনৰ হুংকাৰ দিয়ে। ## আনহাতে লখিমপুৰ জিলা প্ৰশাসনে পুত্তলিকা দাহ কৰাৰ ক্ষেত্ৰত বাধা দিছিল যদিও তেওঁলোকে সকলো বাধা নেওচি প্ৰতিবাদী কাৰ্য সফল কৰিবলৈ সক্ষম হয়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 05 February, 2021


*LAKHIMPUR AJYCP PROTEST* Date :- 5/2/21


## লখিমপুৰত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে।


## অত্যধিক মূল্য বৃদ্ধিৰ সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি তুলিছে, সেয়াহে শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় পেট্ৰলীয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰে।


## অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতি অন্তৰ্গত উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে নগৰৰ মাজমজীয়া গ্লাছ চাৰিআলিত এই প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে।

 


## অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়নী প্ৰদান কৰে যে অনাগত দিনত যদি মূল্য বৃদ্ধি ৰোধ নকৰে তেন্তে ইয়াতকৈ জঙ্গী আন্দোলনৰ হুংকাৰ দিয়ে।


## আনহাতে লখিমপুৰ জিলা প্ৰশাসনে পুত্তলিকা দাহ কৰাৰ ক্ষেত্ৰত বাধা দিছিল যদিও তেওঁলোকে সকলো বাধা নেওচি প্ৰতিবাদী কাৰ্য সফল কৰিবলৈ সক্ষম হয়।



লখিমপুৰৰ পৰা ৰাহান  আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Thursday, 4 February 2021

সামাজিক যি কোনো অনুষ্ঠান বিয়া, সভাহ, সকাম আদি। সুন্দৰ পদ্ধতিৰে ৰন্ধন আহাৰ পস্তোত কৰি আলহীক আপ্যায়ন কৰাব বিচাৰে যদি আৰু লগতে আলহীক আপ্যায়ন কৰাৰ বাবে যদি সহযোগী আবশ্যক হয়। যোগাযোগ কৰিব পাৰে। বজেন হালৈ যোগাযোগ :- গোলাঘাট জ্যোতি নগৰ, কমাচ্ কলেজৰ সমীপত দোৰভাষ নং :- ৯৪৩৫২৪৭১১৫ /94352 47115

 সামাজিক যি কোনো অনুষ্ঠান বিয়া, সভাহ, সকাম আদি। সুন্দৰ পদ্ধতিৰে ৰন্ধন আহাৰ পস্তোত কৰি আলহীক আপ্যায়ন কৰাব বিচাৰে যদি আৰু লগতে  আলহীক আপ্যায়ন কৰাৰ বাবে যদি সহযোগী আবশ্যক হয়। যোগাযোগ কৰিব পাৰে।


বজেন হালৈ  

যোগাযোগ :- গোলাঘাট জ্যোতি নগৰ, কমাচ্ কলেজৰ সমীপত 

দোৰভাষ নং :-  ৯৪৩৫২৪৭১১৫ /94352 47115





04 February, 2021 *NCC সজাগতা কেম্প* Date :- 4/2/21 ## ৰাষ্ট্ৰীয় কেডেট কৰ ৰ ৭২ নং আসাম গাৰ্লচ কোম্পানীৰ ৯৬ গৰাকী কেডাৰক লৈ লখিমপুৰ জিলাৰ চাবতি মহিলা উদ্যোগী প্ৰশিক্ষণ কেন্দ্ৰত যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ ৫দিনীয়া কৰ্মশালা অনুস্থিত কৰা হয়। ## আজি পুৱা এক সজাগতাৰ সমদল উলিওৱা হয়। ## স্বচ্ছতা, পৰিবহন নিয়ম মানি চলা আদি শ্লগানেৰে উলিওৱা এই সমদলত কেডেট সকলে ৰাষ্ট্ৰীয় কেডেট কৰৰ কায্যালয়ৰ পৰা চাবতিলৈ মহিলা উদ্যোগী প্ৰশিক্ষণ কেন্দ্ৰলৈ যায়। ## বিয়লি চাবতি মহিলা উদ্যোগী প্ৰশিক্ষণ কেন্দ্ৰত এখন সভা অনুস্থিত কৰা হয়। ## এই সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে ১৩১ নং চাটাৰ ৰেজিমেণ্ট co অভিশেষ শৰ্মা লগতে ৭২ নং আসাম গাৰ্লচ কোম্পানীৰ অফিচাৰ কামানন্দেন্ট কৰ্নেল জচবীৰ সিং চীমা, চুবেদাৰ দশৰথ ভাই উপস্থিত থাকে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 04 February, 2021


*NCC সজাগতা কেম্প* Date :- 4/2/21


## ৰাষ্ট্ৰীয় কেডেট কৰ ৰ ৭২ নং আসাম গাৰ্লচ কোম্পানীৰ ৯৬ গৰাকী কেডাৰক লৈ লখিমপুৰ জিলাৰ চাবতি মহিলা উদ্যোগী প্ৰশিক্ষণ কেন্দ্ৰত যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ ৫দিনীয়া কৰ্মশালা অনুস্থিত কৰা হয়।


## আজি পুৱা এক সজাগতাৰ সমদল উলিওৱা হয়।


## স্বচ্ছতা, পৰিবহন নিয়ম মানি চলা আদি শ্লগানেৰে উলিওৱা এই সমদলত কেডেট সকলে ৰাষ্ট্ৰীয় কেডেট কৰৰ কায্যালয়ৰ পৰা চাবতিলৈ মহিলা উদ্যোগী প্ৰশিক্ষণ কেন্দ্ৰলৈ যায়।


## বিয়লি চাবতি মহিলা উদ্যোগী প্ৰশিক্ষণ কেন্দ্ৰত  এখন সভা অনুস্থিত কৰা হয়।


## এই সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে ১৩১ নং চাটাৰ ৰেজিমেণ্ট co অভিশেষ শৰ্মা লগতে ৭২ নং আসাম গাৰ্লচ কোম্পানীৰ অফিচাৰ কামানন্দেন্ট 

কৰ্নেল জচবীৰ সিং চীমা, চুবেদাৰ দশৰথ ভাই উপস্থিত থাকে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...