Friday, 5 February 2021

05 February, 2021 *পথ সুৰক্ষা মাহৰ লখিমপুৰ* Date :- 5/2/21 ## ৩২ তম পথ সুৰক্ষা মাহ হিচাপে ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰী লৈ সমগ্ৰ অসমতে পালন কৰা হয়। ## তাৰেই অংশ হিচাপে আজি উত্তৰ লখিমপুৰ নগৰত জিলা পৰিবহন বিভাগৰ দ্বাৰা এক পথ সচেতনতামূলক কায্যসূচী পালন কৰা হয়। ## ডিল স্বাধীন এয়াৰ নামৰ এটা বেচৰকাৰী সংস্থা আৰু যান বাহন আৰক্ষী সহযোগত জিলা পৰিবহণ বিষয়া কাৰ্য্যালয়ৰ দ্বাৰা লখিমপুৰৰ ত্যাগক্ষেত্ৰৰ পৰা এক সজাগতা সমদল বাহিৰ কৰে। ## এই সজাগতা সমদলৰ শুভ উদ্ধোধন কৰে জিলা পৰিবহণ বিষয়া সীতাৰাম দলে। ## উত্তৰ লখিমপুৰ নগৰৰ মাজেৰে গৈ পুনৰ ত্যাগক্ষেত্ৰত সামৰণি পৰে এই সজাগতা সমদল। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 05 February, 2021


*পথ সুৰক্ষা মাহৰ লখিমপুৰ* Date :- 5/2/21


## ৩২ তম পথ সুৰক্ষা মাহ হিচাপে ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰী লৈ সমগ্ৰ অসমতে পালন কৰা হয়।


## তাৰেই অংশ হিচাপে আজি উত্তৰ লখিমপুৰ নগৰত জিলা পৰিবহন বিভাগৰ দ্বাৰা এক পথ সচেতনতামূলক কায্যসূচী পালন কৰা  হয়।


## ডিল স্বাধীন এয়াৰ নামৰ এটা বেচৰকাৰী সংস্থা আৰু যান বাহন আৰক্ষী সহযোগত জিলা পৰিবহণ বিষয়া কাৰ্য্যালয়ৰ দ্বাৰা লখিমপুৰৰ ত্যাগক্ষেত্ৰৰ পৰা এক সজাগতা সমদল বাহিৰ কৰে।


## এই সজাগতা সমদলৰ শুভ উদ্ধোধন কৰে জিলা পৰিবহণ বিষয়া সীতাৰাম দলে।


## উত্তৰ লখিমপুৰ নগৰৰ মাজেৰে গৈ পুনৰ ত্যাগক্ষেত্ৰত সামৰণি পৰে এই সজাগতা সমদল।



লখিমপুৰৰ পৰা ৰাহান  আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...