Friday, 5 February 2021

05 February, 2021 *LAKHIMPUR AJYCP PROTEST* Date :- 5/2/21 ## লখিমপুৰত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে। ## অত্যধিক মূল্য বৃদ্ধিৰ সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি তুলিছে, সেয়াহে শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় পেট্ৰলীয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰে। ## অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতি অন্তৰ্গত উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে নগৰৰ মাজমজীয়া গ্লাছ চাৰিআলিত এই প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে। ## অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়নী প্ৰদান কৰে যে অনাগত দিনত যদি মূল্য বৃদ্ধি ৰোধ নকৰে তেন্তে ইয়াতকৈ জঙ্গী আন্দোলনৰ হুংকাৰ দিয়ে। ## আনহাতে লখিমপুৰ জিলা প্ৰশাসনে পুত্তলিকা দাহ কৰাৰ ক্ষেত্ৰত বাধা দিছিল যদিও তেওঁলোকে সকলো বাধা নেওচি প্ৰতিবাদী কাৰ্য সফল কৰিবলৈ সক্ষম হয়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 05 February, 2021


*LAKHIMPUR AJYCP PROTEST* Date :- 5/2/21


## লখিমপুৰত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে।


## অত্যধিক মূল্য বৃদ্ধিৰ সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি তুলিছে, সেয়াহে শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় পেট্ৰলীয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰে।


## অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতি অন্তৰ্গত উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে নগৰৰ মাজমজীয়া গ্লাছ চাৰিআলিত এই প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে।

 


## অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়নী প্ৰদান কৰে যে অনাগত দিনত যদি মূল্য বৃদ্ধি ৰোধ নকৰে তেন্তে ইয়াতকৈ জঙ্গী আন্দোলনৰ হুংকাৰ দিয়ে।


## আনহাতে লখিমপুৰ জিলা প্ৰশাসনে পুত্তলিকা দাহ কৰাৰ ক্ষেত্ৰত বাধা দিছিল যদিও তেওঁলোকে সকলো বাধা নেওচি প্ৰতিবাদী কাৰ্য সফল কৰিবলৈ সক্ষম হয়।



লখিমপুৰৰ পৰা ৰাহান  আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...