Saturday, 6 February 2021

06 February, 2021 *কংগ্ৰেছৰ ধৰ্মঘট লখিমপুৰ* Date :- 6/2/21 ## অসম প্ৰদেশ কংগ্ৰেছ কমিটি নিদ্দেশে মৰ্মে আজি লখিমপুৰতো জিলা কংগ্ৰেছে প্ৰায়বোৰ পেট্ৰল ডিপু সন্মুখত পূৱা ১০ বজাৰ পৰা ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। ## ইন্ধন জাতীয় সামগ্ৰী মূল্য বৃদ্ধি লগতে অত্যৱশ্যকী সামগ্ৰী মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি তুলিছে। ## সেয়াহে আজি লখিমপুৰ জিলা প্ৰায়বোৰ পেট্ৰল ডিপু সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। ## এই ধৰ্মঘট কাৰ্যসূচী জৰিয়তে বি জে পি চৰকাৰক দবী জনায় যে অতি শীঘ্ৰে এই মূল্য বৃদ্ধি হ্ৰাস কৰক। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 06 February, 2021


*কংগ্ৰেছৰ ধৰ্মঘট লখিমপুৰ* Date :- 6/2/21


## অসম প্ৰদেশ কংগ্ৰেছ কমিটি নিদ্দেশে মৰ্মে আজি লখিমপুৰতো জিলা কংগ্ৰেছে প্ৰায়বোৰ পেট্ৰল ডিপু সন্মুখত পূৱা ১০ বজাৰ পৰা ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।


## ইন্ধন জাতীয় সামগ্ৰী মূল্য বৃদ্ধি লগতে অত্যৱশ্যকী সামগ্ৰী মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি তুলিছে।


## সেয়াহে আজি লখিমপুৰ জিলা প্ৰায়বোৰ পেট্ৰল ডিপু সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।


## এই ধৰ্মঘট কাৰ্যসূচী জৰিয়তে বি জে পি চৰকাৰক দবী জনায় যে অতি শীঘ্ৰে এই মূল্য বৃদ্ধি হ্ৰাস কৰক।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...