Sunday, 24 January 2021

24 January, 2021 *লখিমপুৰ বন্ধ* Date :- 24/1/21 ## আজি দেওবাৰ। ## লখিমপুৰত আজি সপ্তাহিক বন্ধ। ## লেবাৰ অফিচৰ পৰা বাৰম্বাৰ আদেশ কৰাৰ পাছতো আজিকুপতি বহু ব্যৱসায়ী প্ৰতিষ্ঠনে এই আদেশক অবজ্ঞা কৰি আহিছে। ## সেয়েহে আজি লখিমপুৰ জিলা সিউমেন ৰাইটচৰ সহায়ত লেবাৰ ইনিস্পেক্টৰে লখিমপুৰৰ নগৰৰ বহুকইখন ব্যৱসায়ী প্ৰতিষ্ঠনৰ উপৰত কেচ ৰূজু কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 24 January, 2021


*লখিমপুৰ বন্ধ* Date :- 24/1/21


## আজি দেওবাৰ।


## লখিমপুৰত আজি সপ্তাহিক বন্ধ।


## লেবাৰ অফিচৰ পৰা বাৰম্বাৰ আদেশ কৰাৰ পাছতো আজিকুপতি বহু ব্যৱসায়ী প্ৰতিষ্ঠনে এই আদেশক অবজ্ঞা কৰি আহিছে।


## সেয়েহে আজি লখিমপুৰ জিলা সিউমেন ৰাইটচৰ সহায়ত লেবাৰ ইনিস্পেক্টৰে লখিমপুৰৰ নগৰৰ বহুকইখন ব্যৱসায়ী প্ৰতিষ্ঠনৰ উপৰত কেচ ৰূজু কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


24 January, 2021 *Lakhimpur AASU PROTEST* Date :- 24/1/21 ## কা' বিৰুদ্ধে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত। ## নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল , EIA বিল প্ৰত্যাহাৰ , অসম চুক্তি ৬ নং দফা কাৰ্যকৰী কৰাৰ লগতে অসমৰ বিদেশী সমস্যা সমাধানৰ দাবীৰে অমৃত শ্বাহ আৰু প্ৰধান মন্ত্ৰী অসম ভ্ৰমণ বিৰুদ্ধাচৰণ কৰি আছুৰ এই প্ৰতিবাদ। ## লখিমপুৰ নগৰৰ বজাৰৰ চাৰিআলিত আছুৱে দাহ কৰিলে KA - EIA ৰ প্ৰতিলিপি। ## লখিমপুৰ নগৰত হাতে হাতে ক'লা পতাকা লৈ আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। ## সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যজুৰি সাব্যস্ত কৰা হয় এই প্ৰতিলিপি দাহ কাৰ্যসূচী। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 24 January, 2021


*Lakhimpur AASU PROTEST* Date :- 24/1/21


## কা' বিৰুদ্ধে লখিমপুৰ  জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী  কাৰ্যসূচী অব্যাহত।


 ## নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল , EIA বিল প্ৰত্যাহাৰ , অসম চুক্তি  ৬ নং দফা কাৰ্যকৰী কৰাৰ লগতে অসমৰ বিদেশী সমস্যা সমাধানৰ দাবীৰে অমৃত শ্বাহ আৰু প্ৰধান মন্ত্ৰী অসম ভ্ৰমণ বিৰুদ্ধাচৰণ কৰি  আছুৰ এই প্ৰতিবাদ।


## লখিমপুৰ নগৰৰ বজাৰৰ চাৰিআলিত আছুৱে দাহ কৰিলে KA - EIA ৰ প্ৰতিলিপি। 

 

## লখিমপুৰ নগৰত হাতে হাতে ক'লা পতাকা লৈ  আছুৰ  প্ৰতিবাদী  কাৰ্যসূচী ৰূপায়ণ।


## সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যজুৰি সাব্যস্ত কৰা হয় এই  প্ৰতিলিপি দাহ  কাৰ্যসূচী।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Saturday, 23 January 2021

23 January, 2021 *লখিমপুৰত ভূমি পট্টা* Date :- 23/1/21 ## বগী নদীত ভূমিহীন পৰিয়ালক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ । ## সমগ্ৰ ৰাজ্যৰ লগতে আজি লখিমপুৰ জিলাৰ বগীনদীতো ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰা হয় । ## শিৱসাগৰ জেৰেঙা পথাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাৱে পট্টা বিতৰণ কৰাৰ পাছতে বগীনদীতো পট্টা বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। ## কদম ৰাজহ চক্ৰ , দুৰ্যোগ ব্যৱস্থাপনা আৰু লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বগীনদীৰ গাওঁবুঢ়া ভৱনত অনুষ্ঠিত এখন সভাত পট্টা বিতৰণ কৰা হয় । ## কদম ৰাজহ চক্ৰৰ অন্তৰ্গত ৮৯৪ পৰিয়ালক আজি ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰা হয় । ## এই আৱণ্টন পত্ৰ বিতৰণ সভাত কদম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গোপাল শৰ্মা, সংলগ্ন চক্ৰ বিষয়া ইলিমা কান্দুলানা, সমাজ সেৱক চন্দ্ৰ কুমাৰ নাৰ্জাৰী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বগীনদী জেষ্ঠ নাগৰিকৰ সন্থাৰ সম্পাদক জগত চন্দ্ৰ বড়া, কাননগু পুতুল শইকীয়াৰ লগতে ৰাজহ চক্ৰৰ মণ্ডল, গাওঁবুঢ়া সকল উপস্থিত থাকে । লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 23 January, 2021


*লখিমপুৰত ভূমি পট্টা* Date :- 23/1/21


## বগী নদীত ভূমিহীন পৰিয়ালক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ ।


## সমগ্ৰ ৰাজ্যৰ লগতে আজি লখিমপুৰ জিলাৰ বগীনদীতো ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰা হয় ।


## শিৱসাগৰ জেৰেঙা পথাৰত প্ৰধান মন্ত্ৰী

নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাৱে পট্টা বিতৰণ কৰাৰ পাছতে বগীনদীতো পট্টা বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰা হয়।


## কদম ৰাজহ চক্ৰ , দুৰ্যোগ ব্যৱস্থাপনা আৰু লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বগীনদীৰ গাওঁবুঢ়া ভৱনত অনুষ্ঠিত এখন সভাত পট্টা বিতৰণ কৰা হয় ।


## কদম ৰাজহ চক্ৰৰ অন্তৰ্গত ৮৯৪ পৰিয়ালক আজি ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰা হয় ।


## এই আৱণ্টন পত্ৰ বিতৰণ সভাত কদম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গোপাল শৰ্মা, সংলগ্ন চক্ৰ বিষয়া ইলিমা কান্দুলানা, সমাজ সেৱক চন্দ্ৰ কুমাৰ নাৰ্জাৰী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বগীনদী জেষ্ঠ নাগৰিকৰ সন্থাৰ সম্পাদক জগত চন্দ্ৰ বড়া, কাননগু পুতুল  শইকীয়াৰ লগতে ৰাজহ চক্ৰৰ মণ্ডল, গাওঁবুঢ়া সকল উপস্থিত থাকে ।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


23 January, 2021দেশৰ অগ্ৰণী ভূমিকা গ্ৰহণ কৰা,স্বাধীনতা সংগ্ৰামত, আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক মহান স্বতন্ত্ৰতা সেনানী সুভাষ চন্দ্ৰ বসুক তেখেতৰ শুভ জন্মদিৱসত শ্ৰদ্ধাৰে প্ৰণাম জনালোঁ।NORTHEAST NEWS INDIA

23 January, 2021

দেশৰ অগ্ৰণী ভূমিকা গ্ৰহণ কৰা,স্বাধীনতা সংগ্ৰামত, 
আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক মহান স্বতন্ত্ৰতা সেনানী সুভাষ চন্দ্ৰ বসুক তেখেতৰ শুভ জন্মদিৱসত শ্ৰদ্ধাৰে প্ৰণাম জনালোঁ।

NORTHEAST NEWS INDIA

Friday, 22 January 2021

22 January , 2021 গোলাঘাট জিলা পৰিবহন বিভাগৰ প্ৰশংসনীয় পদক্ষেপ দুচকীয়া বাহন চলোৱা সময়ত যানবাহন আইন উলংঘা কৰা চালক সকলক জৰিমনা লোৱাৰ বিপৰীতে চকলেট আৰু সজাগতা মূলক প্ৰচাৰ পত্ৰ প্ৰদান গোলাঘাট জিলা পৰিবহন বিভাগৰ বিষয়া কৰ্মীৰ দ্বাৰা শুক্ৰবাৰে গোলাঘাট জিলা পৰিবহন বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লগত সংগতিৰাখি দুচকীয়া বাহন চলোৱা সময়ত হেলমেট পৰিধান কৰা লগতে যাতায়ত নিয়ম সমূহ পালন কৰা সম্পৰ্কত সজাগতাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে এক বিশেষ কায্যসূচী ৰূপায়ণ কৰে বিভাগৰ বিষয়া কর্মী সকলে।গোলাঘাট নগৰৰ টোকানী চাৰ্কোলত পৰিবহণৰ বিষয়া কৰ্মচাৰী সকলে হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলোবা লোক সকলক এটাকৈ চকলেট আৰু প্ৰচাৰ পত্ৰ প্ৰদান কৰি যানবাহন আইন মানিচলিবলৈ অনুৰোধ কৰিলে ৷ গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 22 January , 2021


গোলাঘাট জিলা পৰিবহন বিভাগৰ প্ৰশংসনীয় পদক্ষেপ


দুচকীয়া বাহন চলোৱা সময়ত যানবাহন আইন উলংঘা কৰা চালক সকলক জৰিমনা লোৱাৰ বিপৰীতে চকলেট আৰু সজাগতা মূলক প্ৰচাৰ পত্ৰ প্ৰদান গোলাঘাট জিলা পৰিবহন বিভাগৰ বিষয়া কৰ্মীৰ দ্বাৰা

  

শুক্ৰবাৰে গোলাঘাট জিলা পৰিবহন বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লগত সংগতিৰাখি দুচকীয়া বাহন চলোৱা সময়ত হেলমেট পৰিধান কৰা লগতে যাতায়ত নিয়ম সমূহ পালন কৰা সম্পৰ্কত সজাগতাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে এক বিশেষ কায্যসূচী ৰূপায়ণ কৰে বিভাগৰ বিষয়া কর্মী সকলে।গোলাঘাট নগৰৰ টোকানী চাৰ্কোলত পৰিবহণৰ বিষয়া কৰ্মচাৰী সকলে হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলোবা লোক সকলক এটাকৈ চকলেট আৰু প্ৰচাৰ পত্ৰ প্ৰদান কৰি যানবাহন আইন মানিচলিবলৈ অনুৰোধ কৰিলে ৷ 

গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


22 January, 2021 গোলাঘাটৰ ব্ৰহ্মানন্দ দত্ত ৰাজহুৱা শিৱ মন্দিৰত শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ গোলাঘাটৰ পাঁচআলি স্থিত ব্ৰহ্মানন্দ দত্ত ৰাজহুৱা শিৱথানত শুক্ৰবাৰে সন্ধিয়াৰ পৰা শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ আৰম্ভ হৈছে ৷;২২ ৰ পৰা ২৫ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা এই যজ্ঞৰ আজি সন্ধিয়া ৫ বজাত পোৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে বন্তী পজ্বলনেৰে আৰম্ভ কৰা হয় ৷ ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷

 22 January, 2021


গোলাঘাটৰ ব্ৰহ্মানন্দ দত্ত ৰাজহুৱা শিৱ মন্দিৰত শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ



গোলাঘাটৰ পাঁচআলি স্থিত ব্ৰহ্মানন্দ দত্ত ৰাজহুৱা শিৱথানত শুক্ৰবাৰে সন্ধিয়াৰ পৰা শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ আৰম্ভ হৈছে ৷;২২ ৰ পৰা ২৫ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা এই যজ্ঞৰ আজি সন্ধিয়া ৫ বজাত পোৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে বন্তী

 পজ্বলনেৰে আৰম্ভ কৰা হয় ৷   ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷


22 January, 2021 *লখিমপুৰৰ সমাজ কৰ্মী মৃত্যু* Date :- 22/1/21 ## উত্তৰ লখিমপুৰ কমলাবাৰী পথৰ বৰমূৰীয়া গাৱৰ নিবাসী কেশৱ ভূঞা দেৱৰ ৰাতি প্ৰায় ১ মান বজাত মৃত্যু হয়। ## হৃদ ৰোগত আক্ৰান্ত হৈ সৌমাৰপীঠ হস্পিটেলত ৮২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি হয় ভূঞা দেৱৰ। ## তেখেত লখিমপুৰ পেঞ্চনাৰ সন্থাৰ সভাপতি লগতে লখিমপুৰ সাহিত্য সভাৰ আজীৱন সদস্য,লখিমপুৰ বিহু উদযাপন সমিতিৰ বিষয়ববীয়া,এজন সমাজ কৰ্মী আছিল। ## তেখেতে মৃত্যুৰ সময়ত পৰিবাৰ হৈত্যে ৫ গৰাকী জীয়ৰী আৰু নাতি -নাতিনী লগতে ৩জন ককাই -ভাই সহ অসংখ্য গুনমুগ্ধ এৰি থৈ যায়। ## তেখেতৰ মৃত্যুত লখিমপুৰৰ বিভিন্ন অনুস্থান প্ৰতিস্থানে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 22 January, 2021


*লখিমপুৰৰ সমাজ কৰ্মী মৃত্যু* Date :- 22/1/21


## উত্তৰ লখিমপুৰ কমলাবাৰী পথৰ বৰমূৰীয়া গাৱৰ নিবাসী কেশৱ ভূঞা দেৱৰ ৰাতি প্ৰায় ১ মান বজাত মৃত্যু হয়।


## হৃদ ৰোগত আক্ৰান্ত হৈ সৌমাৰপীঠ হস্পিটেলত ৮২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি হয় ভূঞা দেৱৰ।


## তেখেত লখিমপুৰ পেঞ্চনাৰ সন্থাৰ সভাপতি লগতে লখিমপুৰ সাহিত্য সভাৰ আজীৱন সদস্য,লখিমপুৰ বিহু উদযাপন সমিতিৰ বিষয়ববীয়া,এজন সমাজ কৰ্মী আছিল।


## তেখেতে মৃত্যুৰ সময়ত পৰিবাৰ হৈত্যে ৫ গৰাকী জীয়ৰী আৰু নাতি -নাতিনী লগতে ৩জন ককাই -ভাই সহ অসংখ্য গুনমুগ্ধ এৰি থৈ যায়।


## তেখেতৰ মৃত্যুত লখিমপুৰৰ বিভিন্ন অনুস্থান প্ৰতিস্থানে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...