23 January, 2021
দেশৰ অগ্ৰণী ভূমিকা গ্ৰহণ কৰা,স্বাধীনতা সংগ্ৰামত,
আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক মহান স্বতন্ত্ৰতা সেনানী সুভাষ চন্দ্ৰ বসুক তেখেতৰ শুভ জন্মদিৱসত শ্ৰদ্ধাৰে প্ৰণাম জনালোঁ।
মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India
No comments:
Post a Comment
Welcome Northeast News India