Saturday, 23 January 2021

23 January, 2021 *লখিমপুৰত ভূমি পট্টা* Date :- 23/1/21 ## বগী নদীত ভূমিহীন পৰিয়ালক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ । ## সমগ্ৰ ৰাজ্যৰ লগতে আজি লখিমপুৰ জিলাৰ বগীনদীতো ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰা হয় । ## শিৱসাগৰ জেৰেঙা পথাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাৱে পট্টা বিতৰণ কৰাৰ পাছতে বগীনদীতো পট্টা বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। ## কদম ৰাজহ চক্ৰ , দুৰ্যোগ ব্যৱস্থাপনা আৰু লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বগীনদীৰ গাওঁবুঢ়া ভৱনত অনুষ্ঠিত এখন সভাত পট্টা বিতৰণ কৰা হয় । ## কদম ৰাজহ চক্ৰৰ অন্তৰ্গত ৮৯৪ পৰিয়ালক আজি ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰা হয় । ## এই আৱণ্টন পত্ৰ বিতৰণ সভাত কদম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গোপাল শৰ্মা, সংলগ্ন চক্ৰ বিষয়া ইলিমা কান্দুলানা, সমাজ সেৱক চন্দ্ৰ কুমাৰ নাৰ্জাৰী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বগীনদী জেষ্ঠ নাগৰিকৰ সন্থাৰ সম্পাদক জগত চন্দ্ৰ বড়া, কাননগু পুতুল শইকীয়াৰ লগতে ৰাজহ চক্ৰৰ মণ্ডল, গাওঁবুঢ়া সকল উপস্থিত থাকে । লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 23 January, 2021


*লখিমপুৰত ভূমি পট্টা* Date :- 23/1/21


## বগী নদীত ভূমিহীন পৰিয়ালক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ ।


## সমগ্ৰ ৰাজ্যৰ লগতে আজি লখিমপুৰ জিলাৰ বগীনদীতো ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰা হয় ।


## শিৱসাগৰ জেৰেঙা পথাৰত প্ৰধান মন্ত্ৰী

নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাৱে পট্টা বিতৰণ কৰাৰ পাছতে বগীনদীতো পট্টা বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰা হয়।


## কদম ৰাজহ চক্ৰ , দুৰ্যোগ ব্যৱস্থাপনা আৰু লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বগীনদীৰ গাওঁবুঢ়া ভৱনত অনুষ্ঠিত এখন সভাত পট্টা বিতৰণ কৰা হয় ।


## কদম ৰাজহ চক্ৰৰ অন্তৰ্গত ৮৯৪ পৰিয়ালক আজি ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰা হয় ।


## এই আৱণ্টন পত্ৰ বিতৰণ সভাত কদম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গোপাল শৰ্মা, সংলগ্ন চক্ৰ বিষয়া ইলিমা কান্দুলানা, সমাজ সেৱক চন্দ্ৰ কুমাৰ নাৰ্জাৰী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বগীনদী জেষ্ঠ নাগৰিকৰ সন্থাৰ সম্পাদক জগত চন্দ্ৰ বড়া, কাননগু পুতুল  শইকীয়াৰ লগতে ৰাজহ চক্ৰৰ মণ্ডল, গাওঁবুঢ়া সকল উপস্থিত থাকে ।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...