Friday, 22 January 2021

22 January, 2021 গোলাঘাটৰ ব্ৰহ্মানন্দ দত্ত ৰাজহুৱা শিৱ মন্দিৰত শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ গোলাঘাটৰ পাঁচআলি স্থিত ব্ৰহ্মানন্দ দত্ত ৰাজহুৱা শিৱথানত শুক্ৰবাৰে সন্ধিয়াৰ পৰা শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ আৰম্ভ হৈছে ৷;২২ ৰ পৰা ২৫ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা এই যজ্ঞৰ আজি সন্ধিয়া ৫ বজাত পোৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে বন্তী পজ্বলনেৰে আৰম্ভ কৰা হয় ৷ ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷

 22 January, 2021


গোলাঘাটৰ ব্ৰহ্মানন্দ দত্ত ৰাজহুৱা শিৱ মন্দিৰত শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ



গোলাঘাটৰ পাঁচআলি স্থিত ব্ৰহ্মানন্দ দত্ত ৰাজহুৱা শিৱথানত শুক্ৰবাৰে সন্ধিয়াৰ পৰা শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ আৰম্ভ হৈছে ৷;২২ ৰ পৰা ২৫ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা এই যজ্ঞৰ আজি সন্ধিয়া ৫ বজাত পোৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে বন্তী

 পজ্বলনেৰে আৰম্ভ কৰা হয় ৷   ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...