Wednesday, 20 January 2021

20 January, 2021 গোলাঘাটৰ আশাকৰ্মী সকলে আজি ৰাজপথ উত্তাল কৰি এক প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে ৷ মহিলাসকলে হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন দাবীৰে সমদল কৰি উপায়ুক্ত যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ কল্পনা ফুকনৰ ৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট

 20 January, 2021


গোলাঘাটৰ আশাকৰ্মী সকলে  আজি ৰাজপথ উত্তাল কৰি এক প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে ৷ মহিলাসকলে হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন দাবীৰে সমদল কৰি উপায়ুক্ত যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷


 কল্পনা ফুকনৰ ৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট


20 January, 2021 গোলাঘাট জিলা পৰিবহণ বিভাগে ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ পথ সুৰক্ষা বিষয়ক ধাৰাবাহিক কায্যসূচী হাতত লৈছে ৷ ইয়াৰেই অংশ হিচাবে বুধবাৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত এক সজাগতা সভা অনুষ্ঠিত কৰে সভাত কলেজখনৰ অধ্যক্ষৰ লগতে ডিটিঅ’ দিব্যজ্যোতি কাৰ্জী ; এম ভি আই পৰাগ শইকীয়াই ভাষণ দিয়ে ৷সভাৰ শেষত কলেজৰ সন্মুখত এখন বাটৰনাট অনুষঠিত কৰে ৷ বহুসংখ্যক ছাত্ৰছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই সভাৰ সন্দৰ্ভত ডিটিঅ’ দিব্যজ্যোতি কাৰ্জীয়ে এনেদৰে মতামত প্ৰকাশ কৰিলে ৷ কল্পনা ফুকণৰ ৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট

 20 January, 2021


গোলাঘাট জিলা পৰিবহণ বিভাগে ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ পথ সুৰক্ষা বিষয়ক ধাৰাবাহিক কায্যসূচী হাতত লৈছে ৷ ইয়াৰেই অংশ হিচাবে বুধবাৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত এক সজাগতা সভা অনুষ্ঠিত কৰে সভাত কলেজখনৰ অধ্যক্ষৰ লগতে ডিটিঅ’ দিব্যজ্যোতি কাৰ্জী ; এম ভি আই পৰাগ শইকীয়াই ভাষণ দিয়ে ৷সভাৰ শেষত কলেজৰ সন্মুখত এখন বাটৰনাট অনুষঠিত কৰে ৷ বহুসংখ্যক ছাত্ৰছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই সভাৰ সন্দৰ্ভত ডিটিঅ’ দিব্যজ্যোতি কাৰ্জীয়ে এনেদৰে মতামত প্ৰকাশ কৰিলে ৷ 


 কল্পনা ফুকণৰ ৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট


Tuesday, 19 January 2021

19 January, 2021 ৰাজ্যৰ নিবনুৱা সকললৈ সু খবৰ নৱৰূপত স্বয়ম আঁচনিৰ অধীনত অসম চৰকাৰৰ বিত্ত বিভাগে আবেদনপত্ৰ মঞ্জুৰ কৰা হিতাধিকাৰীসকলক ২১, ২২, ২৩ আৰু ২৭ জানুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে তেওঁলোকৰ সংশ্লিষ্ট জিলাসমূহত অনুমোদনপত্ৰ প্ৰদান কৰিব। নিউজ ডেস্কঃ ৰিপত নৰ্থইষ্ট নিউজ ইণ্ডিয়া

 19 January, 2021


ৰাজ্যৰ নিবনুৱা সকললৈ সু খবৰ

নৱৰূপত স্বয়ম আঁচনিৰ অধীনত

অসম চৰকাৰৰ বিত্ত বিভাগে  আবেদনপত্ৰ মঞ্জুৰ কৰা হিতাধিকাৰীসকলক ২১, ২২, ২৩ আৰু ২৭ জানুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে তেওঁলোকৰ সংশ্লিষ্ট জিলাসমূহত অনুমোদনপত্ৰ প্ৰদান কৰিব।


নিউজ ডেস্কঃ ৰিপত

নৰ্থইষ্ট নিউজ ইণ্ডিয়া


19 January, 2021 *লখিমপুৰ সতী সাধিনী প্ৰতিমূৰ্তি উন্মোচন* Date :- 19/1/21 ## আজি গোগামুখৰ পৰা আহি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ বাইপাছত সতী সাধিনী প্ৰতিমূৰ্তি উন্মোচন কৰে। ## ইয়াৰ লগতে এখন উন্মোচনী সভাও অনুস্থিত কৰে সদৌ লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাই। ## এই অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগত সংগ দিয়ে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস আৰু লখিমপুৰ সমষ্টি বিধায়ক উৎপল দত্তয়ে। ## প্ৰায় ১৫ লাখ টকাৰে নিৰ্মাণ কৰি উলিয়োৱা সতী সাধিনী এই প্ৰতিমূৰ্তি টো লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰায় এক বছৰৰ পূৰ্বে কাম আৰম্ভ কৰি আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 19 January, 2021


*লখিমপুৰ সতী সাধিনী প্ৰতিমূৰ্তি উন্মোচন* Date :- 19/1/21


## আজি গোগামুখৰ পৰা আহি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ বাইপাছত সতী সাধিনী প্ৰতিমূৰ্তি উন্মোচন কৰে।


## ইয়াৰ লগতে এখন উন্মোচনী সভাও অনুস্থিত কৰে সদৌ লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাই।


## এই অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগত সংগ দিয়ে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস আৰু লখিমপুৰ সমষ্টি বিধায়ক উৎপল দত্তয়ে।


## প্ৰায় ১৫ লাখ টকাৰে নিৰ্মাণ কৰি উলিয়োৱা সতী সাধিনী এই প্ৰতিমূৰ্তি টো লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰায় এক বছৰৰ পূৰ্বে কাম আৰম্ভ কৰি আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Monday, 18 January 2021

18 January, 2021 *শিল্পী দিৱস লখিমপুৰ নাট* Date :- 18/1/21 ## ১৭ জানুৱাৰী ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৱালা দেৱৰ মৃত্যু তিথি। ## এই ১৭ জানুৱাৰী দিনটো পালন কৰা হয় শিল্পী দিৱস হিচাপে। ## দিনযোৰা কায্যসুচীৰে লখিমপুৰৰ বিভিন্ন ঠাইত পালন কৰে শিল্পী দিৱস। ## নিশালৈ গীত আৰু নাটকৰ অনুষ্ঠান আয়োজন। ## ৰূমণ্ঠন প্ৰডাক্চনৰ বেনাৰত লখিমপুৰ সংগীত মহাবিদয়ালয়ত মঞ্চস্থ কৰা হয় জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ কালজয়ী নাট ৰূপালীম। ## এই নাটখনি প্ৰযোজনা কৰে ৰাহুল দাসে আৰু নাটখনি পৰিচলনা কৰে ৰাজ শেষৰে। ## নাটখনিত অভিনয় কৰে ভাম্যমান জগতৰ কেইবাজনো অভিনেতা অভিনেত্ৰী লগতে লখিমপুৰ বহু কেইজন ন-পুৰনি আভিনেতাই। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 18 January, 2021


*শিল্পী দিৱস লখিমপুৰ নাট* Date :- 18/1/21


## ১৭ জানুৱাৰী ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৱালা দেৱৰ মৃত্যু তিথি।


## এই ১৭ জানুৱাৰী দিনটো পালন কৰা হয় শিল্পী দিৱস হিচাপে।


## দিনযোৰা কায্যসুচীৰে লখিমপুৰৰ বিভিন্ন ঠাইত পালন কৰে শিল্পী দিৱস।


## নিশালৈ গীত আৰু নাটকৰ অনুষ্ঠান আয়োজন।


## ৰূমণ্ঠন প্ৰডাক্চনৰ বেনাৰত লখিমপুৰ সংগীত মহাবিদয়ালয়ত মঞ্চস্থ কৰা হয় জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ কালজয়ী নাট ৰূপালীম।


## এই নাটখনি প্ৰযোজনা কৰে ৰাহুল দাসে আৰু নাটখনি পৰিচলনা কৰে ৰাজ শেষৰে।


## নাটখনিত অভিনয় কৰে ভাম্যমান জগতৰ কেইবাজনো অভিনেতা অভিনেত্ৰী লগতে লখিমপুৰ বহু কেইজন ন-পুৰনি আভিনেতাই।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


18 January, 2021 Breaking... ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোলাঘাটৰ থুৰামুখ তিনিআলিত নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হয় । আমাৰ সাংবাদিক কল্পনা ফুকনে পঠাইছে এই দৃশ্য ৷৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে উদ্ধাৰ নাহৰফুটুকীৰ মৃতদেহ । ৰাস্তা পাৰ হোৱা অৱস্থাত গাড়ীৰ খুন্দাত নাহৰফুটুকী বাঘটো মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজৰ লগতে বন বিভাগে । ঘটনা স্থলীত বন বিভাগৰ লোক উপস্থিত হৈ নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ কৰে । গোলাঘাটতৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ নিউজ ইণ্ডিয়া ৷

 18 January, 2021


Breaking... ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোলাঘাটৰ থুৰামুখ তিনিআলিত  নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হয় ।  আমাৰ সাংবাদিক কল্পনা ফুকনে পঠাইছে এই দৃশ্য ৷৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে উদ্ধাৰ নাহৰফুটুকীৰ মৃতদেহ । ৰাস্তা পাৰ হোৱা অৱস্থাত গাড়ীৰ খুন্দাত নাহৰফুটুকী বাঘটো মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজৰ লগতে বন বিভাগে । ঘটনা স্থলীত বন বিভাগৰ লোক উপস্থিত হৈ নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ কৰে ।


গোলাঘাটতৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ নিউজ ইণ্ডিয়া  ৷


 18 January, 2021


*কাজিৰঙা নাট* Date :- 17/1/21


## কাজিৰঙা থিয়েটাৰ আশ্ৰমৰ নাট সমাৰোহ।


## শিল্পী দিৱসৰ লগত সংগতি ৰাখি ১৭ জানুৱাৰীৰ দিনা কাজিৰঙাৰ দিৰিং চাৰিআলিৰ কাজিৰঙা থিয়েটাৰ আশ্ৰমত এদিনীয়াকৈ ৰাজ্যিক নাট সমাৰোহ অনুস্থিত কৰে।


## কাজিৰঙা থিয়েটাৰ আশ্ৰমৰ সঞ্চালক ৰাজকুমাৰ ঠাকুৰৰ পৰিকল্পনাত আয়োজন কৰা এই নাট সমাৰোহৰ শুভ উদ্বোধন কৰে ৰাষ্ট্ৰীয় নাট পৰিচালক দয়াল কৃষ্ণ নাথে।


## এই নাট সমাৰোহ উদ্ধোধনী অনুষ্ঠানত নাট্যকৰ্মী তথা সাংবাদিক নীলপদ্ম শৰ্ম্মা                 উপস্তিত থাকি ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে।


## সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত মুকলি মঞ্চৰ এই নাট সমাৰোহত বোকাখাতৰ দেখহ শুনহৰ নাট্যদলৰ নাটক "বানৰৰ ওভতনি যাত্ৰা "তৰুন তীৰ্থ শইকীয়াৰ পৰিচালনাত আৰু মঙ্গলদৈৰ জেংৰাই নাট্যদলৰ নাটক “ব্ৰেইন লেচ হেড” বিশ্বজিৎ ডেকাৰ ৰচনা আৰু  পৰিচালনাত মঞ্চস্থ কৰা হয়।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...