Monday, 18 January 2021

18 January, 2021 Breaking... ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোলাঘাটৰ থুৰামুখ তিনিআলিত নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হয় । আমাৰ সাংবাদিক কল্পনা ফুকনে পঠাইছে এই দৃশ্য ৷৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে উদ্ধাৰ নাহৰফুটুকীৰ মৃতদেহ । ৰাস্তা পাৰ হোৱা অৱস্থাত গাড়ীৰ খুন্দাত নাহৰফুটুকী বাঘটো মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজৰ লগতে বন বিভাগে । ঘটনা স্থলীত বন বিভাগৰ লোক উপস্থিত হৈ নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ কৰে । গোলাঘাটতৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ নিউজ ইণ্ডিয়া ৷

 18 January, 2021


Breaking... ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোলাঘাটৰ থুৰামুখ তিনিআলিত  নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হয় ।  আমাৰ সাংবাদিক কল্পনা ফুকনে পঠাইছে এই দৃশ্য ৷৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে উদ্ধাৰ নাহৰফুটুকীৰ মৃতদেহ । ৰাস্তা পাৰ হোৱা অৱস্থাত গাড়ীৰ খুন্দাত নাহৰফুটুকী বাঘটো মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজৰ লগতে বন বিভাগে । ঘটনা স্থলীত বন বিভাগৰ লোক উপস্থিত হৈ নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ কৰে ।


গোলাঘাটতৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ নিউজ ইণ্ডিয়া  ৷


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...