Thursday, 31 December 2020

31 December, 2020 Numaligarh 31 Dec 2020 চনৰ শেষৰ দিনটোতো আতংক গোলাঘাটৰ নুমলীগড়ৰ দুখনকৈ গাঁৱত । নাই নৱবৰ্ষৰ আনন্দ উচাহ । কাৰণ বন্যহস্তীৰ আতংকৰ লগতে সন্ত্ৰাস । বহু কেইটা বাসগৃহ টচনচ কৰিলে বণ্যহস্তী জাকে । নুমলীগড়ৰ দুখন গাঁৱত বিগত দুটা দিনৰ ভিতৰত কুৰিৰো অধিক বাসগৃহ ধ্বংস কৰে বৃহৎ হাতীৰ জাকে । নিশা হলেই এতিয়া আতংকৰ সৃষ্টি হয় গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত ।পথাৰৰ ধান ভড়াললৈ নিয়াৰ পিচত দিনৰ ভাগতো গাৱৰ পথেৰে বাৰীৰ মাজেৰেই বাট লৈছে হাতীয়ে । দিশহাৰা হৈছে গঞা । নুমলীগড়ৰ এক নং ৰংবং আৰু চাৰি নং ৰংবং অঞ্চলত বিগত দুটা দিনত বণ্যহস্তী জাকে বহু বাসগৃহ ধ্বংস কৰে । বন্যহস্তীৰ 70/80 জনীয়া জাকটোৱে ভাঙি তচ নচ কৰে কেইবাটাও পৰিয়ালৰ বাসগৃহ । হাতীৰ বাবেই এতিয়া নতুন বছৰক আদৰাৰ আনন্দ নোহোৱা হৈছে ৰাইজৰ মাজত৷ কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 31 December, 2020


Numaligarh 31 Dec 

2020 চনৰ শেষৰ দিনটোতো আতংক গোলাঘাটৰ নুমলীগড়ৰ দুখনকৈ গাঁৱত । নাই নৱবৰ্ষৰ  আনন্দ উচাহ  । কাৰণ  বন্যহস্তীৰ আতংকৰ লগতে সন্ত্ৰাস   । বহু কেইটা বাসগৃহ টচনচ কৰিলে বণ্যহস্তী জাকে  ।


 

নুমলীগড়ৰ দুখন গাঁৱত  বিগত দুটা দিনৰ ভিতৰত কুৰিৰো অধিক বাসগৃহ ধ্বংস কৰে বৃহৎ হাতীৰ জাকে । নিশা হলেই এতিয়া আতংকৰ সৃষ্টি হয় গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত  ।পথাৰৰ ধান ভড়াললৈ নিয়াৰ পিচত দিনৰ ভাগতো গাৱৰ পথেৰে বাৰীৰ মাজেৰেই বাট লৈছে হাতীয়ে । দিশহাৰা হৈছে গঞা । 

 নুমলীগড়ৰ এক নং ৰংবং আৰু চাৰি নং ৰংবং অঞ্চলত বিগত  দুটা দিনত বণ্যহস্তী জাকে বহু বাসগৃহ ধ্বংস কৰে  । বন্যহস্তীৰ 70/80 জনীয়া জাকটোৱে ভাঙি তচ নচ কৰে কেইবাটাও পৰিয়ালৰ বাসগৃহ ।  হাতীৰ বাবেই এতিয়া নতুন বছৰক আদৰাৰ আনন্দ নোহোৱা হৈছে ৰাইজৰ  মাজত৷


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


Wednesday, 30 December 2020

30 December, 2020 *অন্তৰংগ আলাপ লখিমপুৰ* Date :- 30/12/2020 ## উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত আৰু লখিমপুৰ বালিকা মহাবিদ্যালয় আছু গোটৰ সহযোগত আজি লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাঙ্গণত এক অন্তৰঙ্গ আলাপ অনুষ্ঠান আয়োজন কৰা হয়। ## বিগত বৰ্ষত আমি কি পালো আৰু কি হেৰুৱালো এই বিষয়ে আলোচনা কৰা হয়। ## আজি এই অন্তৰঙ্গ আলাপ অনুষ্ঠানতে অসম লোক সেৱা আয়ুগ পৰীক্ষাত সু খ্যাতিৰে উত্তিৰ্ণ হৈ লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই অনা উত্তৰ লখিমপুৰৰ ৫ জন কৃতি ছাত্ৰক সম্বধনা জনোৱা হয়। ## এই অনুষ্ঠানত উপষ্টিত থাকে লখিমপুৰৰ বিশিষ্ট শিক্ষাবিদ, সমাজ কৰ্মী, সাংবাদিক, উদ্ভাৱক আৰু বহুজন গণ্য মান্য ব্যক্তি। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 30 December, 2020


*অন্তৰংগ আলাপ লখিমপুৰ* Date :- 30/12/2020


## উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত আৰু লখিমপুৰ বালিকা মহাবিদ্যালয় আছু গোটৰ সহযোগত আজি লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাঙ্গণত এক অন্তৰঙ্গ আলাপ অনুষ্ঠান আয়োজন কৰা হয়।


## বিগত বৰ্ষত আমি কি পালো আৰু কি হেৰুৱালো এই বিষয়ে আলোচনা কৰা হয়।


## আজি এই অন্তৰঙ্গ আলাপ অনুষ্ঠানতে অসম লোক সেৱা আয়ুগ পৰীক্ষাত সু খ্যাতিৰে উত্তিৰ্ণ হৈ লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই অনা উত্তৰ লখিমপুৰৰ ৫ জন কৃতি ছাত্ৰক সম্বধনা জনোৱা হয়।


## এই অনুষ্ঠানত উপষ্টিত থাকে লখিমপুৰৰ বিশিষ্ট শিক্ষাবিদ, সমাজ কৰ্মী, সাংবাদিক, উদ্ভাৱক আৰু বহুজন গণ্য মান্য ব্যক্তি।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


30 December, 2020 Breaking গোলাঘাটত গ্ৰেপ্তাৰ দুই জাল নোট ব্যৱসায়ী। হিফজুৰ ৰহমান আৰু ফুৰকান আলিক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ । ৩১ হাজাৰ টকাৰ ২০০ টকীয়া জালনোট সহ গ্ৰেপ্তাৰ দুই কুখ্যাত অপৰাধীক । জানিব পৰা মতে , নগাঁৱৰ ফুৰকান আলি নামৰ লোকজনে হিফজুৰ ৰহমানক ২০০ টকীয়া ৩১ হাজাৰ নকল মুদ্ৰা প্ৰদান কৰিছিল আৰু নগাঁৱৰ হিফজুৰে গোলাঘাটৰ ৰঙাজানৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত নকল টকাৰে সামগ্ৰী ক্ৰয় কৰিবলৈ চেষ্টা চলাওতেই ব্যৱসায়ীৰ চোকা দৃষ্টিত নকল মুদ্ৰাৰ বুলি সন্দেহ কৰি গোলাঘাট আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে হিফজুৰক গ্ৰেপ্তাৰ কৰাৰ পাছতেই নগাঁৱৰ পৰা ফুৰকান আলিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া চলাই আছে । আৰক্ষীৰ তদন্তৰ পিছতেহে ওলাব এই নকল মুদ্ৰা প্ৰচলনৰ প্ৰকৃত উৎস । কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 30 December, 2020


Breaking

গোলাঘাটত গ্ৰেপ্তাৰ দুই জাল নোট ব্যৱসায়ী। হিফজুৰ ৰহমান আৰু ফুৰকান আলিক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ । ৩১ হাজাৰ টকাৰ ২০০ টকীয়া জালনোট সহ গ্ৰেপ্তাৰ দুই কুখ্যাত অপৰাধীক । জানিব পৰা মতে , নগাঁৱৰ ফুৰকান আলি নামৰ লোকজনে হিফজুৰ ৰহমানক ২০০ টকীয়া  ৩১ হাজাৰ নকল মুদ্ৰা প্ৰদান কৰিছিল আৰু নগাঁৱৰ হিফজুৰে গোলাঘাটৰ ৰঙাজানৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত নকল টকাৰে সামগ্ৰী ক্ৰয় কৰিবলৈ চেষ্টা চলাওতেই ব্যৱসায়ীৰ চোকা দৃষ্টিত নকল মুদ্ৰাৰ বুলি সন্দেহ কৰি গোলাঘাট আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে হিফজুৰক গ্ৰেপ্তাৰ কৰাৰ পাছতেই নগাঁৱৰ পৰা ফুৰকান আলিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া চলাই আছে । আৰক্ষীৰ তদন্তৰ পিছতেহে ওলাব এই নকল মুদ্ৰা প্ৰচলনৰ প্ৰকৃত উৎস । 

কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


Tuesday, 29 December 2020

29 December, 2020 *পশ্চিম বংগৰ গোবৰদাংগাত অভিনৱ থিয়েটাৰৰ নাটক মঞ্চস্থ* ## লকডাউনৰ ফলত নাট্য জগত খনৰ কাম-কাজ স্থবিৰ হৈ পৰিছিল। ## লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ অভিনৱ থিয়েটাৰ ভাৰতৰ এক প্ৰতিষ্ঠিত নাট্য গোষ্ঠী। ## ব্যক্তিক্ৰমী ধৰনে নাটক প্ৰযোজনা কৰা এই নাট্যগোষ্ঠীটোৱে লক ডাউনৰ পাছত ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰীয় নাট্য উৎসৱত নাটক মঞ্চস্থ কৰি সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। ## নাট্য গোষ্ঠীটোৱে যোৱা ২৭ ডিচেম্বৰ,২০২০ তাৰিখে পশ্চিম বংগৰ গোবৰদাংগাত অনুস্হিত মৃদংগম ৰাষ্ট্ৰীয় মহোৎসৱত নাটক “কলাজ অৱ লাইফ” দয়াল কৃষ্ণ নাথৰ পৰিকল্পনা আৰু পৰিচালনাত মঞ্চস্থ কৰে। ## সমাজ ব্যৱস্থা , ৰাজনৈতিক ব্যৱস্থাৰ কু কৰ্মৰ ছৱি দাঙি ধৰি সৰ্ম্পূণ থলুৱা সংগীত ব্যৱহাৰ কৰি সজাই তোলা এই নাটকখনিত অসমৰ বিভিন্ন ঠাইৰ শিল্পী সকলৰ সমাৱেশত মঞ্চস্থ কৰা হয়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 29 December, 2020


*পশ্চিম বংগৰ গোবৰদাংগাত অভিনৱ থিয়েটাৰৰ নাটক  মঞ্চস্থ*


## লকডাউনৰ ফলত নাট্য জগত খনৰ কাম-কাজ স্থবিৰ হৈ পৰিছিল।


## লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ অভিনৱ থিয়েটাৰ ভাৰতৰ এক প্ৰতিষ্ঠিত নাট্য গোষ্ঠী।


## ব্যক্তিক্ৰমী ধৰনে নাটক প্ৰযোজনা কৰা এই  নাট্যগোষ্ঠীটোৱে লক ডাউনৰ পাছত ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰীয় নাট্য উৎসৱত নাটক মঞ্চস্থ কৰি সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে।


## নাট্য গোষ্ঠীটোৱে যোৱা ২৭ ডিচেম্বৰ,২০২০  তাৰিখে পশ্চিম বংগৰ গোবৰদাংগাত অনুস্হিত মৃদংগম  ৰাষ্ট্ৰীয়  মহোৎসৱত   নাটক “কলাজ অৱ লাইফ” দয়াল কৃষ্ণ নাথৰ পৰিকল্পনা আৰু পৰিচালনাত মঞ্চস্থ কৰে।


## সমাজ ব্যৱস্থা , ৰাজনৈতিক ব্যৱস্থাৰ কু কৰ্মৰ ছৱি দাঙি ধৰি সৰ্ম্পূণ থলুৱা সংগীত ব্যৱহাৰ কৰি সজাই তোলা এই নাটকখনিত  অসমৰ বিভিন্ন ঠাইৰ শিল্পী সকলৰ সমাৱেশত মঞ্চস্থ কৰা হয়।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


29 December, 2020 ## কৰুণাবাৰী ব্লক এন এচ ইয়ো আই কমিটিৰ সৌজন্যত ব্লক ভিত্তিত কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা যোৱাকালি লখিমপুৰ মাৰ্কাজ একাডেমি খেলপথাৰত অনুস্থিত কৰা হয়। ## এই প্ৰতিযোগিতাত কৰুণাবাৰী ব্লকৰ বিভিন্ন বিদ্যালয়ৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। ## আনহাতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দিনৰ ২ বজাৰ পৰা এক সাংস্কৃতিক আনুষ্ঠানৰ আয়োজন কৰে। ## এই সাংস্কৃতিক আনুষ্ঠানত গীত পৰিবেশন কৰে অসমৰ খ্যাত নামা শিল্পী ৰিতু প্ৰতিম ৰাজখোৱা, গীতাশ্ৰী ভূঞা, শিৰুমনি গগৈ আৰু RCB সাগৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 29 December, 2020


## কৰুণাবাৰী ব্লক এন এচ ইয়ো আই কমিটিৰ সৌজন্যত ব্লক ভিত্তিত কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা যোৱাকালি লখিমপুৰ মাৰ্কাজ একাডেমি খেলপথাৰত অনুস্থিত কৰা হয়।


## এই প্ৰতিযোগিতাত কৰুণাবাৰী ব্লকৰ বিভিন্ন বিদ্যালয়ৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।


## আনহাতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দিনৰ ২ বজাৰ পৰা এক সাংস্কৃতিক আনুষ্ঠানৰ আয়োজন কৰে।


## এই সাংস্কৃতিক আনুষ্ঠানত গীত পৰিবেশন কৰে অসমৰ খ্যাত নামা শিল্পী ৰিতু প্ৰতিম ৰাজখোৱা, গীতাশ্ৰী ভূঞা, শিৰুমনি গগৈ আৰু RCB সাগৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Monday, 28 December 2020

28 December, 2020 *লখিমপুৰ Accident* Date :- 28/12/2020 ## বত্তৰ্মান পেট্ৰল যি হে চৰা দাম, অকমান তেল বাছিলেও বহুত। ## সেই অকমান তেল বছাবলৈ গৈ এখন গাড়ীয়ে প্ৰাণ কাঢ়িলে এটি ১৩ বছৰীয়া কিশোৰৰ। ## AS 07 AC 9047 মহেন্দ্ৰ গাড়ী খনে ৰাংচালী এঘৰলৈ কিছু সামগ্রী কঢ়িয়াই আনিছিল, পথেৰে গলে অলপ দুৰ হোৱাৰ বাবে পথাৰৰ মাজেৰে যাওঁতেই গাড়ীখন লাগি ধৰাত থেলিবলৈ কেইজন মান শিশুক দিছিল। ## শিশু কেইজনে গাড়ী খন থেলি উথাওতেই গাড়ী খন ডাইভাৰে চলাই হাতীলোং ৰাওনাপুৰৰ আব্বাচ আলি নামৰ শিশুটিৰ গা উপৰেৰে গাড়ী খন উঠি যোৱাৰ ফলত আব্বাচ আলি থিতাতে নিহত হয়। ## ইতিমধ্যে এই ঘটনাক লখিমপুৰ জিলা আমছুৱে তীব্ৰ গঢ়িহনা দিয়াৰ লগতে নিহত পৰিয়াল বৰ্গলৈ এক কালীন আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী জনাই। ## আনহাতে খেলমাটি আৰক্ষী উপস্থিতি হৈ নিহত আব্বাচ আলিক মৰোৰ্ণত পৰীক্ষা বাবে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। Byte :- লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 28 December, 2020


*লখিমপুৰ Accident* Date :- 28/12/2020


## বত্তৰ্মান পেট্ৰল যি হে চৰা দাম, অকমান তেল বাছিলেও বহুত।


## সেই অকমান তেল বছাবলৈ গৈ এখন গাড়ীয়ে প্ৰাণ কাঢ়িলে এটি ১৩ বছৰীয়া কিশোৰৰ।


## AS 07 AC 9047 মহেন্দ্ৰ গাড়ী খনে ৰাংচালী এঘৰলৈ কিছু সামগ্রী কঢ়িয়াই আনিছিল, পথেৰে গলে অলপ দুৰ হোৱাৰ বাবে পথাৰৰ মাজেৰে যাওঁতেই গাড়ীখন লাগি ধৰাত থেলিবলৈ কেইজন মান শিশুক দিছিল।


## শিশু কেইজনে গাড়ী খন থেলি উথাওতেই গাড়ী খন ডাইভাৰে চলাই হাতীলোং ৰাওনাপুৰৰ আব্বাচ আলি নামৰ শিশুটিৰ গা উপৰেৰে গাড়ী খন উঠি যোৱাৰ ফলত আব্বাচ আলি থিতাতে নিহত হয়।


## ইতিমধ্যে এই ঘটনাক লখিমপুৰ জিলা আমছুৱে তীব্ৰ গঢ়িহনা দিয়াৰ লগতে নিহত পৰিয়াল বৰ্গলৈ এক কালীন আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী জনাই।


## আনহাতে খেলমাটি আৰক্ষী উপস্থিতি হৈ নিহত আব্বাচ আলিক মৰোৰ্ণত পৰীক্ষা বাবে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Byte :-


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


28 December, 2020 Breaking ..গোলাঘাট কছাৰীহাট বাঢ়ৈচুকত অগ্নিকাণ্ড । বাঢ়ৈচুকৰ চন্দ্ৰ শইকীয়া বাসগৃহত অগ্নিকাণ্ড । । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভুত হয় চন্দ্ৰ শইকীয়া বাসগৃহ । জুই সম্প্ৰসাৰিত হোৱাৰ পৰা গোলাঘাটৰ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে । অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক চৰ্ট চাৰিৰ্কটৰ ফলত হোৱা বুলি সন্দেহ কৰা হৈছে । কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 28 December, 2020


Breaking ..গোলাঘাট কছাৰীহাট বাঢ়ৈচুকত অগ্নিকাণ্ড । বাঢ়ৈচুকৰ চন্দ্ৰ শইকীয়া বাসগৃহত অগ্নিকাণ্ড ।  । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে  ভস্মীভুত হয় চন্দ্ৰ শইকীয়া বাসগৃহ । জুই সম্প্ৰসাৰিত হোৱাৰ পৰা গোলাঘাটৰ  অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে । অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই  যদিও বৈদ্যুতিক চৰ্ট চাৰিৰ্কটৰ  ফলত হোৱা বুলি সন্দেহ কৰা হৈছে ।

কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...