Monday, 28 December 2020

28 December, 2020 Breaking ..গোলাঘাট কছাৰীহাট বাঢ়ৈচুকত অগ্নিকাণ্ড । বাঢ়ৈচুকৰ চন্দ্ৰ শইকীয়া বাসগৃহত অগ্নিকাণ্ড । । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভুত হয় চন্দ্ৰ শইকীয়া বাসগৃহ । জুই সম্প্ৰসাৰিত হোৱাৰ পৰা গোলাঘাটৰ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে । অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক চৰ্ট চাৰিৰ্কটৰ ফলত হোৱা বুলি সন্দেহ কৰা হৈছে । কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 28 December, 2020


Breaking ..গোলাঘাট কছাৰীহাট বাঢ়ৈচুকত অগ্নিকাণ্ড । বাঢ়ৈচুকৰ চন্দ্ৰ শইকীয়া বাসগৃহত অগ্নিকাণ্ড ।  । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে  ভস্মীভুত হয় চন্দ্ৰ শইকীয়া বাসগৃহ । জুই সম্প্ৰসাৰিত হোৱাৰ পৰা গোলাঘাটৰ  অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে । অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই  যদিও বৈদ্যুতিক চৰ্ট চাৰিৰ্কটৰ  ফলত হোৱা বুলি সন্দেহ কৰা হৈছে ।

কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...