Tuesday, 29 December 2020

29 December, 2020 ## কৰুণাবাৰী ব্লক এন এচ ইয়ো আই কমিটিৰ সৌজন্যত ব্লক ভিত্তিত কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা যোৱাকালি লখিমপুৰ মাৰ্কাজ একাডেমি খেলপথাৰত অনুস্থিত কৰা হয়। ## এই প্ৰতিযোগিতাত কৰুণাবাৰী ব্লকৰ বিভিন্ন বিদ্যালয়ৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। ## আনহাতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দিনৰ ২ বজাৰ পৰা এক সাংস্কৃতিক আনুষ্ঠানৰ আয়োজন কৰে। ## এই সাংস্কৃতিক আনুষ্ঠানত গীত পৰিবেশন কৰে অসমৰ খ্যাত নামা শিল্পী ৰিতু প্ৰতিম ৰাজখোৱা, গীতাশ্ৰী ভূঞা, শিৰুমনি গগৈ আৰু RCB সাগৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 29 December, 2020


## কৰুণাবাৰী ব্লক এন এচ ইয়ো আই কমিটিৰ সৌজন্যত ব্লক ভিত্তিত কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা যোৱাকালি লখিমপুৰ মাৰ্কাজ একাডেমি খেলপথাৰত অনুস্থিত কৰা হয়।


## এই প্ৰতিযোগিতাত কৰুণাবাৰী ব্লকৰ বিভিন্ন বিদ্যালয়ৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।


## আনহাতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দিনৰ ২ বজাৰ পৰা এক সাংস্কৃতিক আনুষ্ঠানৰ আয়োজন কৰে।


## এই সাংস্কৃতিক আনুষ্ঠানত গীত পৰিবেশন কৰে অসমৰ খ্যাত নামা শিল্পী ৰিতু প্ৰতিম ৰাজখোৱা, গীতাশ্ৰী ভূঞা, শিৰুমনি গগৈ আৰু RCB সাগৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...