Sunday, 13 December 2020

13 December, 2020 শীতকাল আহিল শীতৰ আমেজ লবলৈ অলসতা দূৰ কৰিবৰ বাবে বহুলোকে সুন্দৰ মনোমোহা ঠাইলৈ। ফুৰিবলৈ যায় ৷ আজি আপোনাক দেখুৱাব খুজিছো এক অনুপম সৌন্দৰ্যৰে ভৰপুৰ তীৰ্থস্থান কাশীৰ বিশ্বনাথ মন্দিৰৰ সমীপৰ এক পৰিবেশ ৷ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশ ৷ এইৰাজ্যত থকা এই পূৰ্ণ্যভূমী কাশী গঙ্গানদীত কৰাহয় নৌকা বিহাৰ ৷ ইয়াত চলাচল কৰা নাৱত উঠি আপুনিও সৌন্দৰ্য্য উপভোগ কৰিব পাাৰে ৷ শীত কালত ইয়ালৈ আগমন ঘটে লাখ লাখ পৰিভ্ৰমী চিকাৰী পক্ষীৰ ৷ পয্যতক হিচাপে গোলাঘাটৰ পৰা যোৱা উদ্দিপ দত্ত আৰু বিজয় পাণ্ডেৰ কেমেৰা আৱদ্ধ হ’ল গঙ্গা নদীৰ এই অপৰূপ৷ সৌন্দৰ্য ৷ কল্পনাফুকনৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট

 13 December, 2020


শীতকাল আহিল শীতৰ আমেজ লবলৈ অলসতা দূৰ কৰিবৰ বাবে বহুলোকে সুন্দৰ মনোমোহা ঠাইলৈ। ফুৰিবলৈ যায় ৷ আজি আপোনাক দেখুৱাব খুজিছো এক অনুপম সৌন্দৰ্যৰে ভৰপুৰ  তীৰ্থস্থান কাশীৰ বিশ্বনাথ মন্দিৰৰ সমীপৰ এক পৰিবেশ ৷ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশ ৷ এইৰাজ্যত থকা এই পূৰ্ণ্যভূমী কাশী গঙ্গানদীত কৰাহয় নৌকা বিহাৰ ৷ ইয়াত চলাচল কৰা নাৱত উঠি আপুনিও সৌন্দৰ্য্য উপভোগ কৰিব পাাৰে ৷ শীত কালত ইয়ালৈ আগমন ঘটে লাখ লাখ  পৰিভ্ৰমী চিকাৰী পক্ষীৰ ৷ পয্যতক হিচাপে গোলাঘাটৰ পৰা যোৱা উদ্দিপ দত্ত আৰু বিজয় পাণ্ডেৰ কেমেৰা আৱদ্ধ হ’ল গঙ্গা নদীৰ এই অপৰূপ৷ সৌন্দৰ্য ৷ কল্পনাফুকনৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট


Saturday, 12 December 2020

12 December, 2020 শনিবাৰে উখল মাখল হল গোলাঘাট চহৰ ৷ আৱতৰীয়া বিহু ঝুমুৰ মিচিংঐ নৃত্যমে উতলা কৰিলে ৰাইজৰ মন ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছত্ৰচাঁয়াত গঠনহোৱা ৰাইজৰ দলৰ প্ৰথমখন জিলা অভিবত্তন শনিবাৰে গোলাঘাটত অনুষ্ঠিত হয় ৷ এক বাৰেৰহণীয়া সাংস্কৃতিক সমদলেৰে আৰম্ভহোৱা এই অভিবৰ্তনত আহ্বায়ক জাহ্নুবৰুৱা ; চলচ্চিত্ৰ পৰিচালিকা গায়ত্ৰী বৰুৱা ; অভিনেত্ৰী জেৰিফা ৱাহিদ ; কৃষকমুক্তিৰ নেতা ভাস্কোডি শইকীয়া আদিয়ে বিশিষ্ট অতিথিৰ আসন শুৱনী কৰে ৷ কা আন্দোলনৰ ছহিদক স্মৃতি তৰ্পনেৰে গোলাঘাটৰ এমেচাৰ হ’লত অনুষ্ঠিত হোৱা এই অভিবৰ্তনে গোলাঘাটৰ পাচোটা বিধানসভা সমষ্টিৰ অন্যান্য ৰাজনিতী দলৰ মাজত খলকনি সৃষ্টি কৰিছে ইফালে অভিৱৰ্তনৰ এজন উদোক্তা ভাস্কোডি শইকীয়াই কয়যে -- চৰকাৰে অখিলগগৈক সুদীঘ্য দিনধৰি কাৰাগাৰত বন্ধ কৰি থোৱা বিষয়টো ৰাইজৰ দলে অহা নিৰ্বাচনত মূল ইচ্ছু কৰি ৰাইজৰ মাজলৈ নিব ৷ :::::::::: অসম গণপৰিষদে আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱাইছে বুলি তেওঁ মন্তব্যকৰি কয়যে কংগ্ৰেছ আৰু এইউ আইডি এফক বাদ দি সকলো আঞ্চলিকবাদী ভাৱধাৰাৰ সংগঠনৰ লগত ৰাইজৰ দলে মিত্ৰতা কৰিব ৷ গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 12 December, 2020

শনিবাৰে উখল মাখল হল গোলাঘাট চহৰ ৷ আৱতৰীয়া বিহু ঝুমুৰ মিচিংঐ নৃত্যমে উতলা কৰিলে ৰাইজৰ মন ৷ 


কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছত্ৰচাঁয়াত গঠনহোৱা ৰাইজৰ দলৰ প্ৰথমখন জিলা অভিবত্তন শনিবাৰে গোলাঘাটত অনুষ্ঠিত হয় ৷ এক বাৰেৰহণীয়া সাংস্কৃতিক সমদলেৰে আৰম্ভহোৱা এই অভিবৰ্তনত আহ্বায়ক জাহ্নুবৰুৱা ; চলচ্চিত্ৰ পৰিচালিকা গায়ত্ৰী বৰুৱা ; অভিনেত্ৰী জেৰিফা ৱাহিদ ; কৃষকমুক্তিৰ নেতা ভাস্কোডি শইকীয়া আদিয়ে বিশিষ্ট অতিথিৰ আসন শুৱনী কৰে ৷ কা আন্দোলনৰ ছহিদক স্মৃতি তৰ্পনেৰে

গোলাঘাটৰ এমেচাৰ হ’লত অনুষ্ঠিত হোৱা এই অভিবৰ্তনে গোলাঘাটৰ পাচোটা বিধানসভা সমষ্টিৰ অন্যান্য ৰাজনিতী দলৰ মাজত খলকনি সৃষ্টি কৰিছে 

ইফালে অভিৱৰ্তনৰ এজন উদোক্তা ভাস্কোডি শইকীয়াই কয়যে -- চৰকাৰে অখিলগগৈক সুদীঘ্য দিনধৰি কাৰাগাৰত বন্ধ কৰি থোৱা বিষয়টো ৰাইজৰ দলে অহা নিৰ্বাচনত মূল ইচ্ছু কৰি ৰাইজৰ মাজলৈ নিব ৷ :::::::::: অসম গণপৰিষদে আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱাইছে বুলি তেওঁ মন্তব্যকৰি কয়যে কংগ্ৰেছ আৰু এইউ আইডি এফক বাদ দি সকলো আঞ্চলিকবাদী ভাৱধাৰাৰ সংগঠনৰ লগত ৰাইজৰ দলে মিত্ৰতা কৰিব ৷ 

গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


12 December, 2020 গোলাঘাট শাওতলীৰ ৰাজপথত শনিবাৰে সন্ধিয়া শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন চাউল ভৰ্তি ট্ৰাকে এখন স্কুটীক পিছফালৰ পৰা খুন্দিওৱাৰ ফলত স্কুটী সংঘটিত হয় ঘটনাটো । স্কুটী আৰোহী মহিলা থিতাতে নিহত হয় আৰু এগৰাকী মহিলা গুৰুতৰ ভাৱে আহত হয়। নিহত মহিলা গৰাকীৰ নাম পৰিনীতা কটকী আৰু আহত পাপৰি শইকীয়া । দুয়োৰে ঘৰ গোলাঘাট খুমটাইৰ মেলামৰাত ৷ দুৰ্ঘটনাত সংঘটিত হোৱা ট্ৰাক খনৰ নম্বৰ হ'ল AS01Q 6102 আনহাতে স্কুটী খনৰ নম্বৰ হ'ল AS05 P 1042 । দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় শাওতলীত। ::: প্ৰকাশ শৰ্মা গোলাঘাট

 12 December, 2020

গোলাঘাট শাওতলীৰ ৰাজপথত শনিবাৰে সন্ধিয়া শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন চাউল ভৰ্তি  ট্ৰাকে এখন স্কুটীক পিছফালৰ পৰা খুন্দিওৱাৰ ফলত স্কুটী সংঘটিত হয় ঘটনাটো । স্কুটী আৰোহী মহিলা থিতাতে নিহত হয় আৰু এগৰাকী মহিলা গুৰুতৰ ভাৱে  আহত হয়। নিহত মহিলা গৰাকীৰ নাম পৰিনীতা কটকী আৰু আহত  পাপৰি শইকীয়া । দুয়োৰে ঘৰ গোলাঘাট খুমটাইৰ মেলামৰাত ৷  দুৰ্ঘটনাত সংঘটিত হোৱা  ট্ৰাক খনৰ নম্বৰ হ'ল AS01Q 6102  আনহাতে স্কুটী খনৰ নম্বৰ হ'ল  AS05 P 1042 । দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় শাওতলীত। ::: প্ৰকাশ শৰ্মা গোলাঘাট


12 December, 2020 *লখিমপুৰ কা আন্দোলন* Date :- 12/12/2020 ## লখিমপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ CAA বাতিলৰ দাবীত জাতীয় গৰ্জনৰ কার্যসূচী। ## আজি লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জাতি ধ্বংসি বিধেয়ক CAA বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ## কোনোপধ্যে এই CAA হবলৈ দিব নোৱাৰি বুলি হুংকাৰ , আৰু ২০২১ ৰ নিৰ্বাচনত BJP চৰকাৰৰক গাদিচ্যুত কৰাৰ হুংকাৰ দিয়ে। ## ইয়াৰ লগতে অখিল গগৈ ক বিনা ৰ্চতে মুক্তি দিবলৈ আহ্বান জনাইছে, অন্যথা তিব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ## আনহাতে এই জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি লখিমপুৰ হনুমান মন্দিৰৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিয়ে গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। ## অসম জাতীয়তাবাদী যুৱ পৰিষদৰ, মটক ছাত্ৰ সন্থাকে আদিকৰি প্ৰায় ১৯ টা সংগঠনৰ সহযোগত এই গণ হুংকাৰ কাৰ্যসূচী আয়োজন কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 12 December, 2020


*লখিমপুৰ কা আন্দোলন* Date :- 12/12/2020


## লখিমপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ CAA বাতিলৰ দাবীত জাতীয় গৰ্জনৰ কার্যসূচী।


## আজি লখিমপুৰ জিলা  উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জাতি ধ্বংসি বিধেয়ক CAA বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।


## কোনোপধ্যে এই CAA হবলৈ দিব নোৱাৰি বুলি হুংকাৰ , আৰু ২০২১ ৰ 

নিৰ্বাচনত  BJP চৰকাৰৰক গাদিচ্যুত কৰাৰ হুংকাৰ দিয়ে।


## ইয়াৰ লগতে  অখিল গগৈ ক বিনা ৰ্চতে মুক্তি দিবলৈ আহ্বান জনাইছে, অন্যথা তিব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।



## আনহাতে এই জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি লখিমপুৰ হনুমান মন্দিৰৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিয়ে গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰে।


## অসম জাতীয়তাবাদী যুৱ পৰিষদৰ, মটক ছাত্ৰ সন্থাকে আদিকৰি প্ৰায় ১৯ টা সংগঠনৰ সহযোগত এই গণ হুংকাৰ কাৰ্যসূচী আয়োজন কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Friday, 11 December 2020

11 December, 2020 *লখিমপুৰ কা আন্দোলন* Date :- 11/12/2020 কা আন্দোলনৰ পুণৰ উকমূকনি। যি পৰ্যন্ত কা বাতিল নহয় তেতিয়ালৈকে আন্দোলন চলি থাকিব। এই কথা জানিবলৈ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিয়ে।আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লখিমপুৰ LIC কায্যালয়ৰ সন্মুখত পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। আনহাতে সদৌ অসম ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিয়ে আজি লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সন্মুখত কা বাতিলৰ দাবীৰে ক'লা পতাকা প্ৰদৰ্শন কৰে। কা বাতিলৰ আন্দোলন তীব্ৰতৰ কৰি নিয়া সংকল্প লয় আছুৱে। আৰু যি সময়লৈ কা বাতিল নহয় সেই সময়ৰলৈকে আন্দোলন চলাই নিয়াৰ সংকল্প গ্ৰহণ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 11 December, 2020


*লখিমপুৰ কা আন্দোলন* Date :- 11/12/2020


কা আন্দোলনৰ পুণৰ উকমূকনি। যি পৰ্যন্ত কা বাতিল নহয় তেতিয়ালৈকে আন্দোলন চলি থাকিব। এই কথা জানিবলৈ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিয়ে।আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লখিমপুৰ LIC কায্যালয়ৰ সন্মুখত পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। আনহাতে সদৌ অসম ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিয়ে আজি লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সন্মুখত কা বাতিলৰ দাবীৰে ক'লা পতাকা প্ৰদৰ্শন কৰে। কা বাতিলৰ আন্দোলন তীব্ৰতৰ কৰি নিয়া সংকল্প লয় আছুৱে। আৰু যি সময়লৈ কা বাতিল নহয় সেই সময়ৰলৈকে আন্দোলন চলাই নিয়াৰ সংকল্প গ্ৰহণ কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


11 December, 2020 *নিবনুৱা সন্থা প্ৰতিবাদ লখিমপুৰ* Date :- 11/12/2020 লখিমপুৰ পৌৰসভা বিৰোদ্ধে নিবনুৱা সন্থা লখিমপুৰ জিলা সমিতি উত্তাল প্ৰতিবাদ। নগৰখনৰ নলা নৰ্দমাৰ সমুহ চাফ নকৰা, নলা উপৰত কোনো ধাকনী নিদিয়া, পদ পথৰ উপৰত ব্যৱসায় কৰা লোকক প্ৰশাসনে উচ্চেদ কৰা আদি কেইবাটাও সমস্যা সমাধানৰ দাবীত আজি নিবনুৱা সন্থা লখিমপুৰ জিলা সমিতিয়ে ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয় সন্মূখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। তেওলোকৰ এই দাবীসমূহ পূৰণ নকৰিলে আগন্তক দিনত ইয়াতকৈও জঙ্গী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে নিবনুৱা সন্থা লখিমপুৰ জিলা সমিতিয়ে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 11 December, 2020


*নিবনুৱা সন্থা প্ৰতিবাদ লখিমপুৰ* Date :- 11/12/2020


 লখিমপুৰ পৌৰসভা বিৰোদ্ধে নিবনুৱা সন্থা লখিমপুৰ জিলা সমিতি উত্তাল প্ৰতিবাদ। নগৰখনৰ নলা নৰ্দমাৰ সমুহ চাফ নকৰা, নলা উপৰত কোনো ধাকনী নিদিয়া, পদ পথৰ উপৰত ব্যৱসায় কৰা লোকক প্ৰশাসনে উচ্চেদ কৰা আদি কেইবাটাও সমস্যা সমাধানৰ দাবীত আজি নিবনুৱা সন্থা লখিমপুৰ জিলা সমিতিয়ে ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয় সন্মূখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। তেওলোকৰ এই দাবীসমূহ পূৰণ নকৰিলে আগন্তক দিনত ইয়াতকৈও জঙ্গী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে নিবনুৱা সন্থা লখিমপুৰ জিলা সমিতিয়ে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


11 December, 2020 *Tetanus plus campaining Lakhimpur* Date :- 11/12/2020 লখিমপুৰ জিলাৰ বিভিন্ন ঠাইত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ দ্বাৰা বিনামূলীয়া ধনুষস্টংকাৰ (টিটেনাচ প্লাচ) প্ৰতিশেধক প্ৰদান কৰা হব। এই কথা সদৰি কৰে জিলা প্ৰতিষেধক বিষয়াই। আজি উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত চিকিৎসা বিভাগৰ উচ্চপদস্থ বিষয়া ক্ৰমে ডা: মাধৱ চন্দ্ৰ ফুকন আৰু উত্তৰ লখিমপুৰ আৰবান চেলৰ চিকিৎসা বিষয়া ডা: পুলক বৰগোহাঁই আৰু লখিমপুৰ জিলা প্ৰতিষেধক বিষয়া ডা° গুণিন গগৈ উপস্থিত থাকি কয় যে বত্তৰ্মান চৰকাৰে স্বাস্থ্য সেৱাত বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু এনেবোৰ প্ৰতিশেধক আচনিঁ গ্ৰহণ কৰিছে। সকলো ৰাইজে এই অভিযানত সৰ্ম্পূণ সহযোগ কৰি সাফল্য মণ্ডিত কৰাৰ আহ্বান জনাইছে চিকিৎসা বিভাগে। সমগ্ৰ অসমৰ লগতে লখিমপুৰতো অহা ১৪ ডিচেম্বৰৰ পৰা এই অভিযান আৰম্ভ কৰা হব। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 11 December, 2020


*Tetanus plus campaining Lakhimpur* Date :- 11/12/2020


 লখিমপুৰ জিলাৰ বিভিন্ন ঠাইত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ দ্বাৰা বিনামূলীয়া ধনুষস্টংকাৰ (টিটেনাচ প্লাচ) প্ৰতিশেধক প্ৰদান কৰা হব। এই কথা সদৰি কৰে জিলা প্ৰতিষেধক বিষয়াই। আজি উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত চিকিৎসা বিভাগৰ উচ্চপদস্থ বিষয়া ক্ৰমে ডা: মাধৱ চন্দ্ৰ ফুকন আৰু উত্তৰ লখিমপুৰ আৰবান চেলৰ চিকিৎসা বিষয়া ডা: পুলক বৰগোহাঁই আৰু লখিমপুৰ জিলা প্ৰতিষেধক বিষয়া ডা° গুণিন গগৈ উপস্থিত থাকি  কয় যে বত্তৰ্মান চৰকাৰে স্বাস্থ্য সেৱাত বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু এনেবোৰ প্ৰতিশেধক আচনিঁ গ্ৰহণ কৰিছে। সকলো ৰাইজে এই অভিযানত সৰ্ম্পূণ সহযোগ কৰি সাফল্য মণ্ডিত কৰাৰ আহ্বান জনাইছে চিকিৎসা বিভাগে। সমগ্ৰ অসমৰ লগতে লখিমপুৰতো অহা ১৪ ডিচেম্বৰৰ পৰা এই অভিযান আৰম্ভ কৰা হব।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া




পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...