Saturday, 12 December 2020

12 December, 2020 গোলাঘাট শাওতলীৰ ৰাজপথত শনিবাৰে সন্ধিয়া শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন চাউল ভৰ্তি ট্ৰাকে এখন স্কুটীক পিছফালৰ পৰা খুন্দিওৱাৰ ফলত স্কুটী সংঘটিত হয় ঘটনাটো । স্কুটী আৰোহী মহিলা থিতাতে নিহত হয় আৰু এগৰাকী মহিলা গুৰুতৰ ভাৱে আহত হয়। নিহত মহিলা গৰাকীৰ নাম পৰিনীতা কটকী আৰু আহত পাপৰি শইকীয়া । দুয়োৰে ঘৰ গোলাঘাট খুমটাইৰ মেলামৰাত ৷ দুৰ্ঘটনাত সংঘটিত হোৱা ট্ৰাক খনৰ নম্বৰ হ'ল AS01Q 6102 আনহাতে স্কুটী খনৰ নম্বৰ হ'ল AS05 P 1042 । দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় শাওতলীত। ::: প্ৰকাশ শৰ্মা গোলাঘাট

 12 December, 2020

গোলাঘাট শাওতলীৰ ৰাজপথত শনিবাৰে সন্ধিয়া শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন চাউল ভৰ্তি  ট্ৰাকে এখন স্কুটীক পিছফালৰ পৰা খুন্দিওৱাৰ ফলত স্কুটী সংঘটিত হয় ঘটনাটো । স্কুটী আৰোহী মহিলা থিতাতে নিহত হয় আৰু এগৰাকী মহিলা গুৰুতৰ ভাৱে  আহত হয়। নিহত মহিলা গৰাকীৰ নাম পৰিনীতা কটকী আৰু আহত  পাপৰি শইকীয়া । দুয়োৰে ঘৰ গোলাঘাট খুমটাইৰ মেলামৰাত ৷  দুৰ্ঘটনাত সংঘটিত হোৱা  ট্ৰাক খনৰ নম্বৰ হ'ল AS01Q 6102  আনহাতে স্কুটী খনৰ নম্বৰ হ'ল  AS05 P 1042 । দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় শাওতলীত। ::: প্ৰকাশ শৰ্মা গোলাঘাট


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...