Thursday, 26 November 2020
26 November, 2020 *লখিমপুৰ শ্ৰদ্ধাঞ্জলি* Date :- 26/11/2020 আজিও অসমৰ বিভিন্ন প্ৰান্তত শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। অসমৰ এজন বয়সীয়াল ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত আজিও সকলো মৰ্মাহত হৈ পৰিছে। সেয়েহে আজি লখিমপুৰ নগৰৰ খেলমাটিত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ লখিমপুৰ জিলা সমিতি অন্তৰ্গত লখিমপুৰ নগৰ, কমলাবৰীয়া, বগলীজান, জহিং আৰু চাবতী আঞ্চলিক সমিতি উদ্যোগত এক শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। প্ৰয়াত প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ বিদেহীৰ আত্মাৰ সদগতিৰ কামনাৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ NORTHEAST NEWS INDIA
26 November, 2020
*লখিমপুৰ শ্ৰদ্ধাঞ্জলি* Date :- 26/11/2020
আজিও অসমৰ বিভিন্ন প্ৰান্তত শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। অসমৰ এজন বয়সীয়াল ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত আজিও সকলো মৰ্মাহত হৈ পৰিছে। সেয়েহে আজি লখিমপুৰ নগৰৰ খেলমাটিত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ লখিমপুৰ জিলা সমিতি অন্তৰ্গত লখিমপুৰ নগৰ, কমলাবৰীয়া, বগলীজান, জহিং আৰু চাবতী আঞ্চলিক সমিতি উদ্যোগত এক শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। প্ৰয়াত প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ বিদেহীৰ আত্মাৰ সদগতিৰ কামনাৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ NORTHEAST NEWS INDIA
26 November, 2020 গোলাঘাটৰ ৰাজপথত অঘটন ৷ গোলাঘাট নগৰৰ পৰা দেৰগাঁৱলৈ যোৱা পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত আজি দুপৰীয়া এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ As--05/C 2458 নম্বৰৰ খালি টেংকাৰখন কলেজ তিনিআলিৰ HP তেলডিপোৰ ওচৰত ৰাখি থোৱা অৱস্থাত গোলাঘাট চহৰ দিশৰপৰা যোৱা শিল ভৰ্তী As--05 C 5444 নম্বৰৰ ডাম্পাৰ খনৰ যন্ত্ৰাংশ খুলি যোৱাত সংঘৰ্ষ সৃষ্টি হয় আৰু টেংকাৰখন কাষৰ এঘৰৰ পকী দেৱাল ভাঙি বাৰীত সোমাই যায় ৷ এই ঘটনাৰ পিছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি ণিয়ন্ত্ৰণকৰে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট ৷
26 November, 2020
গোলাঘাটৰ ৰাজপথত অঘটন ৷
গোলাঘাট নগৰৰ পৰা
দেৰগাঁৱলৈ যোৱা পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত আজি দুপৰীয়া এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ As--05/C 2458 নম্বৰৰ খালি টেংকাৰখন কলেজ তিনিআলিৰ HP তেলডিপোৰ ওচৰত ৰাখি থোৱা অৱস্থাত গোলাঘাট চহৰ দিশৰপৰা যোৱা শিল ভৰ্তী As--05 C 5444 নম্বৰৰ ডাম্পাৰ খনৰ যন্ত্ৰাংশ খুলি যোৱাত সংঘৰ্ষ সৃষ্টি হয় আৰু টেংকাৰখন কাষৰ এঘৰৰ পকী দেৱাল ভাঙি বাৰীত সোমাই যায় ৷ এই ঘটনাৰ পিছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি ণিয়ন্ত্ৰণকৰে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট ৷
26 November, 2020 *লখিমপুৰ জন জাগৰণ সভা* Date :- 26/11/2020 সমাগত বিধান সভা নিৰ্বাচন। ইতিমধ্যে সকলো ৰাজনৈতিক দলে ককালত টঙালি বান্ধিছে লখিমপুৰতো বিভিন্ন ৰাজনৈতিক দলে ইতিমধ্যে ৰাজনৈতিক কুচ কাৱাজ আৰম্ভ কৰিছে। যোৱা ২৪ নৱেম্বৰ তাৰিখে লখিমপুৰ লালুক খেলপথাৰত অনুস্থিত হবলগীয়া অসম গণ পৰিষদৰ জন জাগৰণ সভাখন প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত মৰ্মাহত হৈ সেই সভা খন বাতিল কৰে। পৰৱতী সময়ত ২৮ নৱেম্বৰ তাৰিখে এই জন জাগৰণ সভাখনি পাতিবলৈ প্ৰস্তুতি ইতিমধ্যে সমাপ্ত হৈছে। এই সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি সকলোৰ সদস্য উপষ্ঠিত থকাৰ উপৰিও জনপ্ৰিয় কন্ঠ শিল্পী মহেন্দ্ৰ হাজৰিকা, কল্পনা পাটোৱৰী আৰু প্ৰণামিকা গোস্বামী। অসম গণ পৰিষদৰ নাওবৈচা সমষ্টি পৰা পাৰ্থীত আগ বঢ়াব জয়ন্ত খাওণ্ডে। ইতিমধ্যে এই জন জাগৰণ সভাত প্ৰায় ২০ হাজাৰ মানুহৰ সমাগম হোৱা আশা কৰিছে জয়ন্ত খাওণ্ডে। লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India
26 November, 2020
*লখিমপুৰ জন জাগৰণ সভা* Date :- 26/11/2020
সমাগত বিধান সভা নিৰ্বাচন।
ইতিমধ্যে সকলো ৰাজনৈতিক দলে ককালত টঙালি বান্ধিছে লখিমপুৰতো বিভিন্ন ৰাজনৈতিক দলে ইতিমধ্যে ৰাজনৈতিক কুচ কাৱাজ আৰম্ভ কৰিছে। যোৱা ২৪ নৱেম্বৰ তাৰিখে লখিমপুৰ লালুক খেলপথাৰত অনুস্থিত হবলগীয়া অসম গণ পৰিষদৰ জন জাগৰণ সভাখন প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত মৰ্মাহত হৈ সেই সভা খন বাতিল কৰে। পৰৱতী সময়ত ২৮ নৱেম্বৰ তাৰিখে এই জন জাগৰণ সভাখনি পাতিবলৈ প্ৰস্তুতি ইতিমধ্যে সমাপ্ত হৈছে। এই সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি সকলোৰ সদস্য উপষ্ঠিত থকাৰ উপৰিও জনপ্ৰিয় কন্ঠ শিল্পী মহেন্দ্ৰ হাজৰিকা, কল্পনা পাটোৱৰী আৰু প্ৰণামিকা গোস্বামী। অসম গণ পৰিষদৰ নাওবৈচা সমষ্টি পৰা পাৰ্থীত আগ বঢ়াব জয়ন্ত খাওণ্ডে। ইতিমধ্যে এই জন জাগৰণ সভাত প্ৰায় ২০ হাজাৰ মানুহৰ সমাগম হোৱা আশা কৰিছে জয়ন্ত খাওণ্ডে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India
26 November, 2020 *লখিমপুৰ বিদ্যোৎ বিভাগ* Date :- 26/11/2020 সৰ্বভাৰতীয় বিদ্যুতকৰ্মী আৰু অভিযন্তা সমন্বয়ৰক্ষী সমিতি আহ্বানত আজি দেশজোৰা সাধাৰণ ধৰ্মঘট। অসমৰ বিভিন্ন প্ৰান্ত লগতে লখিমপুৰতো দেখা গৈছে এই সাধাৰণ ধৰ্মঘট। লখিমপুৰ বিদ্যুত উপ সংমণ্ডলৰ কায্যালয়ৰত আজি দিনৰ ১০ বজাৰ পৰা ১ বজালৈ লখিমপুৰ বিদ্যুত বিভাগৰ কৰ্মৰত বিদ্যুত কৰ্মী, অভিযন্তা আৰু পেঞ্চনাৰ্চ সমন্বয়ৰক্ষী সমিতিয়ে সাধাৰণ ধৰ্মঘট কাৰ্যসূচী পালন কৰে। এইসকল কৰ্মী দাবী বিদ্যুত খণ্ড ব্যক্তিগতকৰণ কৰাৰ বন্ধ কৰক, শ্ৰমিক বিৰোধী নীতি বন্ধ কৰক আৰু নতুন পেঞ্চন নীতি বন্ধ কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখক আদি দাবীৰে উদ্ধৰ্তম কৰ্তিপক্ষ্যলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই সমোহ দাবী মানি নল'লে ইয়াতকৈ জঙ্গী আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদ কাৰী সকলে। লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India
26 November, 2020
*লখিমপুৰ বিদ্যোৎ বিভাগ* Date :- 26/11/2020
সৰ্বভাৰতীয় বিদ্যুতকৰ্মী আৰু অভিযন্তা সমন্বয়ৰক্ষী সমিতি আহ্বানত আজি দেশজোৰা সাধাৰণ ধৰ্মঘট। অসমৰ বিভিন্ন প্ৰান্ত লগতে লখিমপুৰতো দেখা গৈছে এই সাধাৰণ ধৰ্মঘট। লখিমপুৰ বিদ্যুত উপ সংমণ্ডলৰ কায্যালয়ৰত আজি দিনৰ ১০ বজাৰ পৰা ১ বজালৈ লখিমপুৰ বিদ্যুত বিভাগৰ কৰ্মৰত বিদ্যুত কৰ্মী, অভিযন্তা আৰু পেঞ্চনাৰ্চ সমন্বয়ৰক্ষী সমিতিয়ে সাধাৰণ ধৰ্মঘট কাৰ্যসূচী পালন কৰে। এইসকল কৰ্মী দাবী বিদ্যুত খণ্ড ব্যক্তিগতকৰণ কৰাৰ বন্ধ কৰক, শ্ৰমিক বিৰোধী নীতি বন্ধ কৰক আৰু নতুন পেঞ্চন নীতি বন্ধ কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখক আদি দাবীৰে উদ্ধৰ্তম কৰ্তিপক্ষ্যলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই সমোহ দাবী মানি নল'লে ইয়াতকৈ জঙ্গী আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদ কাৰী সকলে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India
Wednesday, 25 November 2020
25 November, 2020 বীৰ লাচিত সেনাই যোৱা কালি গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু সমুহ জিলা বাসী ৰাইজৰ সহযোগত গোলাঘাট এমেচাৰ থিয়েটাৰ চ'চাইটি ত বীৰ লাচিত দিৱস উদযাপন কৰা হয়। অনুষ্ঠান ৰ আৰম্ভণিতে পতাকা উত্তোলন , আৰু বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবি ত মাল্য অৰ্পণৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। উক্ত সভাত গোলাঘাটৰ বিশিষ্ট নাট্যকাৰ তথা পৰিচালক তথা দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰবক্তা দিনেশ গগৈ লগতে উপস্থিত থাকে বহু কেইজন গন্য মান্য ব্যক্তি। গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA
25 November, 2020
বীৰ লাচিত সেনাই যোৱা কালি
গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু সমুহ জিলা বাসী ৰাইজৰ সহযোগত গোলাঘাট এমেচাৰ থিয়েটাৰ চ'চাইটি ত বীৰ লাচিত দিৱস উদযাপন কৰা হয়। অনুষ্ঠান ৰ আৰম্ভণিতে পতাকা উত্তোলন , আৰু বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবি ত মাল্য অৰ্পণৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে।
উক্ত সভাত গোলাঘাটৰ বিশিষ্ট নাট্যকাৰ তথা পৰিচালক তথা দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰবক্তা দিনেশ গগৈ লগতে উপস্থিত থাকে বহু কেইজন গন্য মান্য ব্যক্তি।
গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...