Thursday, 26 November 2020

26 November, 2020 *লখিমপুৰ বিদ্যোৎ বিভাগ* Date :- 26/11/2020 সৰ্বভাৰতীয় বিদ্যুতকৰ্মী আৰু অভিযন্তা সমন্বয়ৰক্ষী সমিতি আহ্বানত আজি দেশজোৰা সাধাৰণ ধৰ্মঘট। অসমৰ বিভিন্ন প্ৰান্ত লগতে লখিমপুৰতো দেখা গৈছে এই সাধাৰণ ধৰ্মঘট। লখিমপুৰ বিদ্যুত উপ সংমণ্ডলৰ কায্যালয়ৰত আজি দিনৰ ১০ বজাৰ পৰা ১ বজালৈ লখিমপুৰ বিদ্যুত বিভাগৰ কৰ্মৰত বিদ্যুত কৰ্মী, অভিযন্তা আৰু পেঞ্চনাৰ্চ সমন্বয়ৰক্ষী সমিতিয়ে সাধাৰণ ধৰ্মঘট কাৰ্যসূচী পালন কৰে। এইসকল কৰ্মী দাবী বিদ্যুত খণ্ড ব্যক্তিগতকৰণ কৰাৰ বন্ধ কৰক, শ্ৰমিক বিৰোধী নীতি বন্ধ কৰক আৰু নতুন পেঞ্চন নীতি বন্ধ কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখক আদি দাবীৰে উদ্ধৰ্তম কৰ্তিপক্ষ্যলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই সমোহ দাবী মানি নল'লে ইয়াতকৈ জঙ্গী আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদ কাৰী সকলে। লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India

 26 November, 2020


*লখিমপুৰ বিদ্যোৎ বিভাগ* Date :- 26/11/2020


সৰ্বভাৰতীয় বিদ্যুতকৰ্মী আৰু অভিযন্তা সমন্বয়ৰক্ষী সমিতি আহ্বানত আজি দেশজোৰা সাধাৰণ ধৰ্মঘট। অসমৰ বিভিন্ন প্ৰান্ত লগতে লখিমপুৰতো দেখা গৈছে এই সাধাৰণ ধৰ্মঘট। লখিমপুৰ বিদ্যুত উপ সংমণ্ডলৰ কায্যালয়ৰত আজি দিনৰ ১০ বজাৰ পৰা ১ বজালৈ লখিমপুৰ বিদ্যুত বিভাগৰ কৰ্মৰত বিদ্যুত কৰ্মী, অভিযন্তা আৰু পেঞ্চনাৰ্চ সমন্বয়ৰক্ষী সমিতিয়ে সাধাৰণ ধৰ্মঘট কাৰ্যসূচী পালন কৰে। এইসকল কৰ্মী দাবী বিদ্যুত খণ্ড ব্যক্তিগতকৰণ কৰাৰ বন্ধ কৰক, শ্ৰমিক বিৰোধী নীতি বন্ধ কৰক আৰু নতুন পেঞ্চন নীতি বন্ধ কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখক আদি দাবীৰে উদ্ধৰ্তম কৰ্তিপক্ষ্যলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই সমোহ দাবী মানি নল'লে ইয়াতকৈ জঙ্গী আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদ কাৰী সকলে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...