Thursday, 26 November 2020

26 November, 2020 *লখিমপুৰ জন জাগৰণ সভা* Date :- 26/11/2020 সমাগত বিধান সভা নিৰ্বাচন। ইতিমধ্যে সকলো ৰাজনৈতিক দলে ককালত টঙালি বান্ধিছে লখিমপুৰতো বিভিন্ন ৰাজনৈতিক দলে ইতিমধ্যে ৰাজনৈতিক কুচ কাৱাজ আৰম্ভ কৰিছে। যোৱা ২৪ নৱেম্বৰ তাৰিখে লখিমপুৰ লালুক খেলপথাৰত অনুস্থিত হবলগীয়া অসম গণ পৰিষদৰ জন জাগৰণ সভাখন প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত মৰ্মাহত হৈ সেই সভা খন বাতিল কৰে। পৰৱতী সময়ত ২৮ নৱেম্বৰ তাৰিখে এই জন জাগৰণ সভাখনি পাতিবলৈ প্ৰস্তুতি ইতিমধ্যে সমাপ্ত হৈছে। এই সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি সকলোৰ সদস্য উপষ্ঠিত থকাৰ উপৰিও জনপ্ৰিয় কন্ঠ শিল্পী মহেন্দ্ৰ হাজৰিকা, কল্পনা পাটোৱৰী আৰু প্ৰণামিকা গোস্বামী। অসম গণ পৰিষদৰ নাওবৈচা সমষ্টি পৰা পাৰ্থীত আগ বঢ়াব জয়ন্ত খাওণ্ডে। ইতিমধ্যে এই জন জাগৰণ সভাত প্ৰায় ২০ হাজাৰ মানুহৰ সমাগম হোৱা আশা কৰিছে জয়ন্ত খাওণ্ডে। লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India

 26 November, 2020


*লখিমপুৰ জন জাগৰণ সভা* Date :- 26/11/2020


 সমাগত বিধান সভা নিৰ্বাচন।


ইতিমধ্যে সকলো ৰাজনৈতিক দলে ককালত টঙালি বান্ধিছে লখিমপুৰতো বিভিন্ন ৰাজনৈতিক দলে ইতিমধ্যে ৰাজনৈতিক কুচ কাৱাজ আৰম্ভ কৰিছে। যোৱা ২৪ নৱেম্বৰ তাৰিখে লখিমপুৰ লালুক খেলপথাৰত  অনুস্থিত হবলগীয়া অসম গণ পৰিষদৰ জন জাগৰণ সভাখন প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত মৰ্মাহত হৈ সেই সভা খন বাতিল কৰে। পৰৱতী সময়ত ২৮ নৱেম্বৰ তাৰিখে এই জন জাগৰণ সভাখনি পাতিবলৈ প্ৰস্তুতি ইতিমধ্যে সমাপ্ত হৈছে। এই সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি সকলোৰ সদস্য উপষ্ঠিত থকাৰ উপৰিও জনপ্ৰিয় কন্ঠ শিল্পী মহেন্দ্ৰ হাজৰিকা, কল্পনা পাটোৱৰী আৰু প্ৰণামিকা গোস্বামী। অসম গণ পৰিষদৰ নাওবৈচা সমষ্টি পৰা পাৰ্থীত আগ বঢ়াব জয়ন্ত খাওণ্ডে। ইতিমধ্যে এই জন জাগৰণ সভাত প্ৰায় ২০ হাজাৰ মানুহৰ সমাগম হোৱা আশা কৰিছে জয়ন্ত খাওণ্ডে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India



No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...