Thursday, 26 November 2020

26 November, 2020 গোলাঘাটৰ ৰাজপথত অঘটন ৷ গোলাঘাট নগৰৰ পৰা দেৰগাঁৱলৈ যোৱা পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত আজি দুপৰীয়া এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ As--05/C 2458 নম্বৰৰ খালি টেংকাৰখন কলেজ তিনিআলিৰ HP তেলডিপোৰ ওচৰত ৰাখি থোৱা অৱস্থাত গোলাঘাট চহৰ দিশৰপৰা যোৱা শিল ভৰ্তী As--05 C 5444 নম্বৰৰ ডাম্পাৰ খনৰ যন্ত্ৰাংশ খুলি যোৱাত সংঘৰ্ষ সৃষ্টি হয় আৰু টেংকাৰখন কাষৰ এঘৰৰ পকী দেৱাল ভাঙি বাৰীত সোমাই যায় ৷ এই ঘটনাৰ পিছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি ণিয়ন্ত্ৰণকৰে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট ৷

 26 November, 2020


গোলাঘাটৰ ৰাজপথত অঘটন  ৷

গোলাঘাট নগৰৰ পৰা

 দেৰগাঁৱলৈ যোৱা পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত আজি দুপৰীয়া এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ As--05/C 2458 নম্বৰৰ খালি টেংকাৰখন কলেজ তিনিআলিৰ HP তেলডিপোৰ ওচৰত ৰাখি থোৱা অৱস্থাত গোলাঘাট চহৰ দিশৰপৰা যোৱা শিল ভৰ্তী As--05 C 5444 নম্বৰৰ ডাম্পাৰ খনৰ যন্ত্ৰাংশ খুলি যোৱাত সংঘৰ্ষ সৃষ্টি হয় আৰু টেংকাৰখন কাষৰ এঘৰৰ পকী দেৱাল ভাঙি বাৰীত সোমাই যায় ৷ এই ঘটনাৰ পিছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি ণিয়ন্ত্ৰণকৰে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট ৷


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...