Wednesday, 25 November 2020

25 November, 2020 বীৰ লাচিত সেনাই যোৱা কালি গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু সমুহ জিলা বাসী ৰাইজৰ সহযোগত গোলাঘাট এমেচাৰ থিয়েটাৰ চ'চাইটি ত বীৰ লাচিত দিৱস উদযাপন কৰা হয়। অনুষ্ঠান ৰ আৰম্ভণিতে পতাকা উত্তোলন , আৰু বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবি ত মাল্য অৰ্পণৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। উক্ত সভাত গোলাঘাটৰ বিশিষ্ট নাট্যকাৰ তথা পৰিচালক তথা দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰবক্তা দিনেশ গগৈ লগতে উপস্থিত থাকে বহু কেইজন গন্য মান্য ব্যক্তি। গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA

 25 November, 2020


বীৰ লাচিত সেনাই যোৱা কালি

গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু সমুহ জিলা বাসী ৰাইজৰ সহযোগত গোলাঘাট এমেচাৰ থিয়েটাৰ চ'চাইটি ত বীৰ লাচিত দিৱস উদযাপন কৰা হয়। অনুষ্ঠান ৰ আৰম্ভণিতে পতাকা উত্তোলন , আৰু বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবি ত মাল্য অৰ্পণৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে।

উক্ত সভাত গোলাঘাটৰ বিশিষ্ট নাট্যকাৰ তথা পৰিচালক তথা দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰবক্তা দিনেশ গগৈ  লগতে  উপস্থিত থাকে বহু কেইজন গন্য মান্য ব্যক্তি।

গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট  NORTHEAST NEWS INDIA


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...