Friday, 6 November 2020
05 November, 2020 গোলাঘাট বেঙেনাখোৱা গাওঁ পঞ্চায়তত অৰুণোদয় আঁচনিৰ ব্যাপক কেলেঙ্কাৰী। কংগ্ৰেছৰ দখলত থকা গোলাঘাট বেঙেনা খোৱা গাওঁ পঞ্চায়ত খনত যোৱা কেইমাহ মানৰ আগত জৱ কাৰ্ডৰ নামত দুৰ্নীতি কৰাৰ বাবে ২৪ জন পঞ্চায়ত প্ৰতিনিধি বিৰুদ্ধে জামিনবিহীন ধাৰাত গোচৰ ৰুজু হৈছিল। ইয়াৰে দুজন জেল হাজোতলৈ গ'ল আৰু ৭ জনে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন পালে। আৰু বাকীসকল এতিয়াও পলাতক অৱস্হাত আছে। এই একেইখিনি দুৰ্নীতিকাৰী জনপ্ৰতিনিধি আৰু পদুমনি খণ্ডৰ উন্নয়ন বিষয়া আব্দুল ৰচিদ ৰ নেতৃত্বত গোলাঘাট ৰ কংগ্ৰেছৰ বিধায়িকা অজন্তা নেওগক ভালৰি লগাবলৈ অৰুণোদয় আঁচনি খন কংগ্ৰেছীকৰণ কৰিবলৈ ল'লে। উক্ত পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত ব্যাপক কেলেঙ্কাৰী সৃষ্টি হোৱা বুলি স্হানীয় লোকৰ পৰা জানিব পৰা গৈছে। পঞ্চায়তৰ অধীনস্থ বহু দৰিদ্ৰ পৰিয়ালৰ লোক এই আচঁনিৰ পৰা বঞ্চিত হ'ব লগা হৈছে বুলি জানিব দিয়ে ভুক্তভোগীয়ে। উল্লেখ্য যে,, এই পঞ্চায়তৰ অধীনস্থ বহু আৰ্থিক ভাৱে সবল লোকৰ নাম এই আচঁনিৰ প্ৰাপ্য তালিকাত আহিছে আৰু যিসকল আৰ্থিক ভাৱে দুৰ্বল তেওঁলোকৰ নাম বঞ্চিত হৈছে বুলি কেমেৰাৰ সন্মুখত ক্ষোভ উজাৰি ক'লে ভোক্তভোগী পৰিয়ালে। তেওঁলোকে এই সন্দৰ্ভত পঞ্চায়তৰ প্ৰতিনিধি পৰা জানিব চেষ্টা কৰিলেই তেওঁলোকক দু্ব্যৱহাৰ কৰি এই বিষয়ৰ পৰা গা এৰা চেষ্টা কৰে বুলি জানিব পৰা গৈছে। এই বিষয়ে ভোক্তভোগী পৰিয়ালৰ সদস্য ই এনেদৰে কয়______ এতিয়া প্ৰশ্ন হ'ল,, উন্নয়ন ৰ নামত চৰকাৰে যি আইন প্ৰৱৰ্তন কৰিছে সেইয়া উচিত পৰিমানে ব্যৱহৃত হৈছেনে ?? নে যি সকল এই আচঁনিৰ প্ৰাপ্য সেইসকলক ইয়াৰ পৰা বঞ্চিত কৰি জনপ্ৰতিনিধিৰ ময়মতালীৰ স্বৰূপ উদঙাই দিয়া হৈছে??? এই সন্দৰ্ভত সমাজকৰ্মী প্ৰকাশ বৰাই এইদৰে কয়---- গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰা ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
05 November, 2020
গোলাঘাট বেঙেনাখোৱা গাওঁ পঞ্চায়তত অৰুণোদয় আঁচনিৰ ব্যাপক কেলেঙ্কাৰী।
কংগ্ৰেছৰ দখলত থকা গোলাঘাট বেঙেনা খোৱা গাওঁ পঞ্চায়ত খনত যোৱা কেইমাহ মানৰ আগত জৱ কাৰ্ডৰ নামত দুৰ্নীতি কৰাৰ বাবে ২৪ জন পঞ্চায়ত প্ৰতিনিধি বিৰুদ্ধে জামিনবিহীন ধাৰাত গোচৰ ৰুজু হৈছিল। ইয়াৰে দুজন জেল হাজোতলৈ গ'ল আৰু ৭ জনে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন পালে। আৰু বাকীসকল এতিয়াও পলাতক অৱস্হাত আছে। এই একেইখিনি দুৰ্নীতিকাৰী জনপ্ৰতিনিধি আৰু পদুমনি খণ্ডৰ উন্নয়ন বিষয়া আব্দুল ৰচিদ ৰ নেতৃত্বত গোলাঘাট ৰ কংগ্ৰেছৰ বিধায়িকা অজন্তা নেওগক ভালৰি লগাবলৈ অৰুণোদয় আঁচনি খন কংগ্ৰেছীকৰণ কৰিবলৈ ল'লে।
উক্ত পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত ব্যাপক কেলেঙ্কাৰী সৃষ্টি হোৱা বুলি স্হানীয় লোকৰ পৰা জানিব পৰা গৈছে। পঞ্চায়তৰ অধীনস্থ বহু দৰিদ্ৰ পৰিয়ালৰ লোক এই আচঁনিৰ পৰা বঞ্চিত হ'ব লগা হৈছে বুলি জানিব দিয়ে ভুক্তভোগীয়ে। উল্লেখ্য যে,, এই পঞ্চায়তৰ অধীনস্থ বহু আৰ্থিক ভাৱে সবল লোকৰ নাম এই আচঁনিৰ প্ৰাপ্য তালিকাত আহিছে আৰু যিসকল আৰ্থিক ভাৱে দুৰ্বল তেওঁলোকৰ নাম বঞ্চিত হৈছে বুলি কেমেৰাৰ সন্মুখত ক্ষোভ উজাৰি ক'লে ভোক্তভোগী পৰিয়ালে। তেওঁলোকে এই সন্দৰ্ভত পঞ্চায়তৰ প্ৰতিনিধি পৰা জানিব চেষ্টা কৰিলেই তেওঁলোকক দু্ব্যৱহাৰ কৰি এই বিষয়ৰ পৰা গা এৰা চেষ্টা কৰে বুলি জানিব পৰা গৈছে। এই বিষয়ে ভোক্তভোগী পৰিয়ালৰ সদস্য ই এনেদৰে কয়______
এতিয়া প্ৰশ্ন হ'ল,, উন্নয়ন ৰ নামত চৰকাৰে যি আইন প্ৰৱৰ্তন কৰিছে সেইয়া উচিত পৰিমানে ব্যৱহৃত হৈছেনে ?? নে যি সকল এই আচঁনিৰ প্ৰাপ্য সেইসকলক ইয়াৰ পৰা বঞ্চিত কৰি জনপ্ৰতিনিধিৰ ময়মতালীৰ স্বৰূপ উদঙাই দিয়া হৈছে???
এই সন্দৰ্ভত সমাজকৰ্মী প্ৰকাশ বৰাই এইদৰে কয়----
গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰা ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
Thursday, 5 November 2020
05 November, 2020 আজি ৫ নবেম্বৰ ৷ এই দিনটোতেই আমাৰ অতিকে শ্ৰদ্ধাৰ ; অতিকে মৰমৰ সুধাকণ্ঠক ডা°ভূপেন হাজৰিকাই এই পৃথিৱীৰ পৰা মেলানি মাগিলে ৷ তেখেতৰ নৰশ্বদেহ পঞ্চভূতত বিলীন হ’ল ৷ কিন্ত কালজয়ী গীতেৰে তেওঁ আমাৰ মাজত ; আমাৰ হিদয়ত থাকিগল ৷ সেয়েহে সমগ্ৰ দেশবাসীৰ লগতে আজিৰ দিনটোত গোলাঘাটৰ নতুন আমোলাপট্টিৰ কণ কণ শিশুসকলেও এটি গীতৰ নৃত্যৰে প্ৰয়াত সুধাকণ্ঠক ড° ভূপেন হাজৰিকাক স্মৰণ কৰে ৷ ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷
05 November, 2020
আজি ৫ নবেম্বৰ ৷ এই দিনটোতেই আমাৰ অতিকে শ্ৰদ্ধাৰ ; অতিকে মৰমৰ সুধাকণ্ঠক ডা°ভূপেন হাজৰিকাই এই পৃথিৱীৰ পৰা মেলানি মাগিলে ৷ তেখেতৰ নৰশ্বদেহ পঞ্চভূতত বিলীন হ’ল ৷ কিন্ত কালজয়ী গীতেৰে তেওঁ আমাৰ মাজত ; আমাৰ হিদয়ত থাকিগল ৷ সেয়েহে সমগ্ৰ দেশবাসীৰ লগতে আজিৰ দিনটোত গোলাঘাটৰ নতুন আমোলাপট্টিৰ কণ কণ শিশুসকলেও এটি গীতৰ নৃত্যৰে প্ৰয়াত সুধাকণ্ঠক ড° ভূপেন হাজৰিকাক স্মৰণ কৰে ৷ ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷
Wednesday, 4 November 2020
Tuesday, 3 November 2020
03 November, 2020 গোলাঘাট আবকাৰী বিভাগে সোমবাৰে আবেলি জামুগুৰিৰ চিপাহীবাৰিত এক বিশেষ অভিযান চলাই এটা সুৰা মাফিয়াৰ ঘৰত বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।গোলাঘাটৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাসৰ নেতৃত্বত যোৱা আবকাৰী দলটোৱে জামুগুৰি থানাৰ অন্তগৰ্ত চিপাহীবাৰীত অভিযান চলাই যোগেন গিৰি নামৰ এটা কুখ্যাত সুৰা মাফিয়াৰ ব্যৱসায় প্ৰতিষ্ঠান আৰু ঘৰৰ পৰা বৃহৎ পৰিমানৰ অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। অভিযান কালত দলটোৱে দি,এচ,পি ব্লেক ৫ কেচ, এচি ব্লেক ২ কেচ, বিয়েৰ ১৪ কেচ, মস্তি স্পেচিয়েল ৩৩ কেচ বিলাতী সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ যোগ্য যে এই সুৰা মাফিয়াটোৰ সহযোগতে সমগ্ৰ জামুগুৰি অঞ্চলত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলি আছিল। বদমাচ মহা ধুৰন্ধৰ দাদাগিৰি কৰি লোকৰ বস্তু কাঢ়ি খোৱা এইটো পাখণ্ডৰ আৰু আছে অনেক কাহিনী। এও সোঁৱে-বাঁওৱে অঘোষিত দেহৰক্ষী হিচাবে কেইটামান মদাহী লগত লৈ ফূৰা যোগেন গিৰিৰ অৱশ্যে মদাহী সমাজত ডন হিছাপে পৰিচিত। ,এ,টি, এমৰ দৰে যেতিয়াই তেতিয়াই সুৰা যোগান দিব পৰা একমাত্ৰ তেওঁৱেই ব্যক্তি। প্ৰায় দহখনৰো অধিক চাহ বাগানত সুৰা যোগান ধৰা যোগেন গিৰি বৰ্তমান জামুগুৰি অঞ্চলৰ কুখ্যাত সুৰাসম্ৰাট হৈ পৰিছে। অ'ত বছৰে মাফিয়াৰাজ চলাই থকা সমাজৰ কলংক যোগেন গিৰিৰ সন্দৰ্ভত অনাগত দিনত আৱকাৰী বিভাগে আদালতত কি প্ৰতিবেদন দিয়ে সেয়াহে লক্ষণীয় হ'ব। : প্ৰকাশ শৰ্মা গোলাঘাট
03 November, 2020
গোলাঘাট আবকাৰী বিভাগে সোমবাৰে আবেলি জামুগুৰিৰ চিপাহীবাৰিত এক বিশেষ অভিযান চলাই এটা সুৰা মাফিয়াৰ ঘৰত বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।গোলাঘাটৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাসৰ নেতৃত্বত যোৱা আবকাৰী দলটোৱে জামুগুৰি থানাৰ অন্তগৰ্ত চিপাহীবাৰীত অভিযান চলাই যোগেন গিৰি নামৰ এটা কুখ্যাত সুৰা মাফিয়াৰ ব্যৱসায় প্ৰতিষ্ঠান আৰু ঘৰৰ পৰা বৃহৎ পৰিমানৰ অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। অভিযান কালত দলটোৱে দি,এচ,পি ব্লেক ৫ কেচ, এচি ব্লেক ২ কেচ, বিয়েৰ ১৪ কেচ, মস্তি স্পেচিয়েল ৩৩ কেচ বিলাতী সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ যোগ্য যে এই সুৰা মাফিয়াটোৰ সহযোগতে সমগ্ৰ জামুগুৰি অঞ্চলত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলি আছিল। বদমাচ মহা ধুৰন্ধৰ দাদাগিৰি কৰি লোকৰ বস্তু কাঢ়ি খোৱা এইটো পাখণ্ডৰ আৰু আছে অনেক কাহিনী। এও সোঁৱে-বাঁওৱে অঘোষিত দেহৰক্ষী হিচাবে কেইটামান মদাহী লগত লৈ ফূৰা যোগেন গিৰিৰ অৱশ্যে মদাহী সমাজত ডন হিছাপে পৰিচিত। ,এ,টি, এমৰ দৰে যেতিয়াই তেতিয়াই সুৰা যোগান দিব পৰা একমাত্ৰ তেওঁৱেই ব্যক্তি।
প্ৰায় দহখনৰো অধিক চাহ বাগানত সুৰা যোগান ধৰা যোগেন গিৰি বৰ্তমান জামুগুৰি অঞ্চলৰ কুখ্যাত সুৰাসম্ৰাট হৈ পৰিছে। অ'ত বছৰে মাফিয়াৰাজ চলাই থকা সমাজৰ কলংক যোগেন গিৰিৰ সন্দৰ্ভত অনাগত দিনত আৱকাৰী বিভাগে আদালতত কি প্ৰতিবেদন দিয়ে সেয়াহে লক্ষণীয় হ'ব। : প্ৰকাশ শৰ্মা গোলাঘাট
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...