Monday, 19 October 2020

19 October, 2020 উত্তৰ পূৰ্বাঞ্চললৈ সুনাম কঢ়িয়াই আনিলে গোলাঘাটৰ এগৰাকী শিক্ষাৰ্থীয়ে ৷ পিছে কোন এইগৰাকী চাও আহক ৷ এইগৰাকী শিক্ষাৰ্থীৰ নাম কান্তাদৰ্শী পৰাশৰ ৷ গোলাঘাটৰ দুই শিক্ষাবিদৰ দুহিতা কান্তাদৰ্শী ওৰফে মিকু ৷ বোকাখাট J D S G কলেজৰ প্ৰাক্তন অধ্যক্ষ ড° বিবেকানন্দ শৰ্মা আৰু খুমটাই জয়াগগৈ কলেজৰ প্ৰাক্তন অধ্যক্ষা শোভাৰাণী বৰকটকী শৰ্মাৰ দুহিতা কান্তাদৰ্শীয়ে সুনাম আনিলে নিজ জন্মস্থান গোলাঘাটলৈও ৷ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ অধীনত চণ্ডীগড় চৰকাৰি চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰি তেও শেহতীয়াকৈ ক্লিনিকেল চাইক’লজি দুবছৰীয়া এমফিল ডিগ্ৰীৰ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানৰ লগতে গ’ল্ড মেডেল লাভ কৰিছে ৷ তেওৰ এই সাফল্য উত্তৰপূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথম ৷ ইয়াৰ পূৰ্বে ২০১৬ চনত কান্তাদৰ্শীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে এম এ ডিগ্ৰী লাভ কৰিছিল ৷ কান্তাদৰ্শীৰ এই সাফল্যই আনন্দিত কৰিছে মাক দেউতাকৰ লগতে গোলাঘাট বাসীকো ৷ এই সন্দৰ্ভত ড° বিবেকানন্দ শৰ্মা আৰু শোভাৰাণি বৰকটকীশৰ্মাই এনেদৰে মন্তব্য প্ৰকাশ কৰিলে :::: প্ৰকাশ শৰ্মা নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 19 October, 2020


উত্তৰ পূৰ্বাঞ্চললৈ সুনাম কঢ়িয়াই আনিলে গোলাঘাটৰ এগৰাকী শিক্ষাৰ্থীয়ে ৷ পিছে কোন এইগৰাকী চাও আহক ৷


এইগৰাকী শিক্ষাৰ্থীৰ নাম কান্তাদৰ্শী পৰাশৰ ৷ গোলাঘাটৰ দুই শিক্ষাবিদৰ দুহিতা কান্তাদৰ্শী ওৰফে মিকু  ৷ বোকাখাট J D S G কলেজৰ প্ৰাক্তন অধ্যক্ষ ড° বিবেকানন্দ শৰ্মা আৰু খুমটাই জয়াগগৈ কলেজৰ প্ৰাক্তন অধ্যক্ষা শোভাৰাণী বৰকটকী শৰ্মাৰ দুহিতা কান্তাদৰ্শীয়ে সুনাম আনিলে নিজ জন্মস্থান গোলাঘাটলৈও ৷

পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ অধীনত চণ্ডীগড় চৰকাৰি চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰি তেও শেহতীয়াকৈ ক্লিনিকেল চাইক’লজি দুবছৰীয়া এমফিল ডিগ্ৰীৰ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানৰ লগতে গ’ল্ড মেডেল লাভ কৰিছে ৷ 


তেওৰ এই সাফল্য উত্তৰপূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথম ৷ ইয়াৰ পূৰ্বে ২০১৬ চনত কান্তাদৰ্শীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে এম এ ডিগ্ৰী

 লাভ কৰিছিল ৷ কান্তাদৰ্শীৰ এই সাফল্যই

 আনন্দিত কৰিছে মাক

 দেউতাকৰ লগতে গোলাঘাট বাসীকো ৷ এই সন্দৰ্ভত ড° বিবেকানন্দ শৰ্মা আৰু শোভাৰাণি বৰকটকীশৰ্মাই এনেদৰে মন্তব্য প্ৰকাশ কৰিলে ::::


প্ৰকাশ শৰ্মা  নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


19 October, 2020 গোলাঘাটৰ ফৰকাটিংৰ এজন কিশোৰ নামতেওৰ জয়ন্ত নাথ ৷ অতি কম বয়সতে ফুটি উঠিছে তেওৰ প্ৰতিভা ৷ এইজন কিশোৰ ফৰকাটংৰ তিৰুৱাল গাঁৱৰ মাধৱ নাথৰ পুত্ৰ জয়ন্ত নাথ ৷ পুৱাৰ ফেহুজালিতেই তেও আৰম্ভ কৰে ৰাজপথত অথবা ফিল্ডত দৌৰ আৰু জাম্প ৷ফকাটিং কলেজৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ জয়ন্তই ইতিপূৰ্বে হাইজাম্প লংজাম্প আদিৰ বাবে বহুতো ট্ৰফী ; প্ৰমাণপত্ৰ লাভ কৰিছে ৷ এক ৰেকৰ্ড গঢ়িবলৈ আগ বাঢ়িছে নিজা প্ৰছেষ্টাত তেও অনুশীলন কৰিছে লংজাম্পৰ আৰু তেওঁ প্ৰায় ২৩ ফুট পয্যন্ত লংজাম্প মাৰিবলৈ সক্ষম হৈছে ৷ আমাৰ কেমেৰাৰ সন্মুখত ফৰকাটিং কলেজৰ ফিল্ডত জপিয়াই প্ৰদৰ্শন কৰালে এওৰ বিশেষ প্ৰতিভা ৷ নেচনেল গেমছৰ লিপিবদ্ধ হৈছে লংজাম্পৰ দূ্ৰত্ব ২৬ ফুত ৪ ইঞ্চি ৷ নৰ্থইষ্টৰ ৰেক’ডত ১৯ ফুত ৷ কেমেৰাৰ সন্মুখত স্থানীয় লোকৰ উপস্থিত জয়ন্তই জপিয়ালে প্ৰায় ২৩ ফুট ৷ উপযুক্ত প্ৰশিক্ষণ লাভকৰিলে জয়ন্তই এদিন বিশ্বৰেক’ড গঢ়িব পাৰিব সেইকথা অনুমান কৰিব পাৰি ৷:: প্ৰকাশ শৰ্মা নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 19 October, 2020


গোলাঘাটৰ ফৰকাটিংৰ এজন কিশোৰ নামতেওৰ জয়ন্ত নাথ ৷ অতি কম বয়সতে ফুটি উঠিছে তেওৰ প্ৰতিভা ৷

 এইজন কিশোৰ ফৰকাটংৰ তিৰুৱাল গাঁৱৰ মাধৱ নাথৰ পুত্ৰ জয়ন্ত নাথ ৷ পুৱাৰ ফেহুজালিতেই তেও আৰম্ভ কৰে ৰাজপথত অথবা ফিল্ডত দৌৰ আৰু জাম্প ৷ফকাটিং কলেজৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ জয়ন্তই ইতিপূৰ্বে হাইজাম্প লংজাম্প আদিৰ বাবে বহুতো ট্ৰফী ; প্ৰমাণপত্ৰ লাভ কৰিছে ৷ এক ৰেকৰ্ড গঢ়িবলৈ আগ বাঢ়িছে নিজা প্ৰছেষ্টাত তেও অনুশীলন কৰিছে লংজাম্পৰ আৰু তেওঁ প্ৰায় ২৩ ফুট পয্যন্ত লংজাম্প মাৰিবলৈ সক্ষম হৈছে ৷ আমাৰ কেমেৰাৰ সন্মুখত ফৰকাটিং কলেজৰ ফিল্ডত জপিয়াই প্ৰদৰ্শন কৰালে এওৰ বিশেষ প্ৰতিভা ৷ নেচনেল গেমছৰ লিপিবদ্ধ হৈছে লংজাম্পৰ দূ্ৰত্ব ২৬  ফুত ৪ ইঞ্চি ৷ নৰ্থইষ্টৰ ৰেক’ডত ১৯ ফুত ৷  কেমেৰাৰ সন্মুখত স্থানীয় লোকৰ উপস্থিত জয়ন্তই

 জপিয়ালে প্ৰায় ২৩ ফুট ৷

উপযুক্ত প্ৰশিক্ষণ লাভকৰিলে জয়ন্তই এদিন বিশ্বৰেক’ড গঢ়িব পাৰিব সেইকথা অনুমান কৰিব পাৰি ৷:: প্ৰকাশ শৰ্মা নৰ্থইষ্ট  নিউজ ইণ্ডিয়া গোলাঘাট ৷


Sunday, 18 October 2020

18 October, 2020Covid19 Assam and actions taken as on 17/10/2020.

18 October, 2020

Covid19 Assam and actions taken as on 17/10/2020.

18 October, 2020 আজিৰ দিনত প্ৰায়বোৰ অনুষ্ঠানৰ আৰম্ভণি হয় ছহিদ তৰ্পন কায্যসূচীৰে এইয়া গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়ৰ দৃশ্য৷ গজিছে বৰগছ ; ডিমৰু আৰু অপতৃণ আছে ছহিদ বেদীত ৷কলেজখনৰ কতৃপক্ষই চ্ছস্বতা কায়্যসূচীও মাজেমধ্যে অনুষ্ঠিত কৰে ৷ এই ছহিদবেদীৰ কাষেৰে অধ্যক্ষ অধ্যাপক ৰ লগতে শশ ছাত্ৰছাত্ৰী ও অহাযোৱা কৰে তথাপিও কাৰোৰে চকুত পৰানাই এই ছহিদবেদীৰ হাবীদৰা ৷ গোলাঘাটৰপৰা প্ৰকাশ শৰ্মা ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

 18 October, 2020


আজিৰ দিনত প্ৰায়বোৰ অনুষ্ঠানৰ  আৰম্ভণি হয় ছহিদ তৰ্পন কায্যসূচীৰে 


এইয়া গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়ৰ দৃশ্য৷ গজিছে বৰগছ ; ডিমৰু আৰু অপতৃণ আছে ছহিদ বেদীত ৷কলেজখনৰ কতৃপক্ষই চ্ছস্বতা কায়্যসূচীও মাজেমধ্যে অনুষ্ঠিত কৰে ৷ এই ছহিদবেদীৰ কাষেৰে  অধ্যক্ষ অধ্যাপক ৰ লগতে শশ ছাত্ৰছাত্ৰী ও অহাযোৱা কৰে তথাপিও কাৰোৰে চকুত পৰানাই এই ছহিদবেদীৰ হাবীদৰা ৷

গোলাঘাটৰপৰা প্ৰকাশ শৰ্মা ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া  ৷


Saturday, 17 October 2020

17 October, 2020 সদৌ অসম সাংবাদিক সন্থাৰ গোলাঘাট জিলা সমিটিৰ প্ৰথম খন কায্যনিৰ্বাহ সভা শনিবাৰে সম্পন্ন হয় ৷ সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ গোলাঘাট জিলা সমিতিৰ প্ৰথমখন কায্যনিৰ্বাহ সভা শনিবাৰে গোলাঘাটৰ হোটেল অভিনন্দনৰ প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হয় ৷ জিলাৰ নৱনিৰ্বাচিত সভাপতি প্ৰকাশ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ আঁতধৰে জিলাৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হাজৰিকাই ৷ বিভিন্ন মহকুমাৰ পৰা অহা সাংবাদিক সকলৰ উপস্থিতিত অনুষ্ঠিত সভাত সাংবাদিকৰ কল্যাণকামী বহুকেইটা সিদ্ধান্ত গ্ৰহণৰ লগতে প্ৰতিটো মহকুমা সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ :নিউজ ডেস্কৰ ৰিপৰ্ট গোলাঘাট ১৭ /১০/২০২০ NORTHEAST NEWS INDIA

 17 October, 2020


সদৌ অসম সাংবাদিক সন্থাৰ গোলাঘাট জিলা সমিটিৰ প্ৰথম খন কায্যনিৰ্বাহ সভা শনিবাৰে সম্পন্ন হয় ৷


সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ গোলাঘাট জিলা সমিতিৰ প্ৰথমখন কায্যনিৰ্বাহ সভা  শনিবাৰে গোলাঘাটৰ হোটেল অভিনন্দনৰ প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হয় ৷ জিলাৰ নৱনিৰ্বাচিত সভাপতি 

 প্ৰকাশ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ আঁতধৰে জিলাৰ সাধাৰণ সম্পাদক  দিব্যজ্যোতি হাজৰিকাই ৷ বিভিন্ন মহকুমাৰ পৰা অহা সাংবাদিক সকলৰ উপস্থিতিত অনুষ্ঠিত সভাত সাংবাদিকৰ কল্যাণকামী বহুকেইটা সিদ্ধান্ত গ্ৰহণৰ লগতে প্ৰতিটো মহকুমা সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ :নিউজ ডেস্কৰ

 ৰিপৰ্ট গোলাঘাট ১৭ /১০/২০২০


NORTHEAST NEWS INDIA


17 OCTOBER, 2020Covid19 Assam and actions taken as on 16/10/2020.

17 OCTOBER, 2020

Covid19 Assam and actions taken as on 16/10/2020.

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...