Sunday, 18 October 2020

18 October, 2020 আজিৰ দিনত প্ৰায়বোৰ অনুষ্ঠানৰ আৰম্ভণি হয় ছহিদ তৰ্পন কায্যসূচীৰে এইয়া গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়ৰ দৃশ্য৷ গজিছে বৰগছ ; ডিমৰু আৰু অপতৃণ আছে ছহিদ বেদীত ৷কলেজখনৰ কতৃপক্ষই চ্ছস্বতা কায়্যসূচীও মাজেমধ্যে অনুষ্ঠিত কৰে ৷ এই ছহিদবেদীৰ কাষেৰে অধ্যক্ষ অধ্যাপক ৰ লগতে শশ ছাত্ৰছাত্ৰী ও অহাযোৱা কৰে তথাপিও কাৰোৰে চকুত পৰানাই এই ছহিদবেদীৰ হাবীদৰা ৷ গোলাঘাটৰপৰা প্ৰকাশ শৰ্মা ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

 18 October, 2020


আজিৰ দিনত প্ৰায়বোৰ অনুষ্ঠানৰ  আৰম্ভণি হয় ছহিদ তৰ্পন কায্যসূচীৰে 


এইয়া গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়ৰ দৃশ্য৷ গজিছে বৰগছ ; ডিমৰু আৰু অপতৃণ আছে ছহিদ বেদীত ৷কলেজখনৰ কতৃপক্ষই চ্ছস্বতা কায়্যসূচীও মাজেমধ্যে অনুষ্ঠিত কৰে ৷ এই ছহিদবেদীৰ কাষেৰে  অধ্যক্ষ অধ্যাপক ৰ লগতে শশ ছাত্ৰছাত্ৰী ও অহাযোৱা কৰে তথাপিও কাৰোৰে চকুত পৰানাই এই ছহিদবেদীৰ হাবীদৰা ৷

গোলাঘাটৰপৰা প্ৰকাশ শৰ্মা ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া  ৷


No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...