Saturday, 17 October 2020

17 October, 2020 সদৌ অসম সাংবাদিক সন্থাৰ গোলাঘাট জিলা সমিটিৰ প্ৰথম খন কায্যনিৰ্বাহ সভা শনিবাৰে সম্পন্ন হয় ৷ সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ গোলাঘাট জিলা সমিতিৰ প্ৰথমখন কায্যনিৰ্বাহ সভা শনিবাৰে গোলাঘাটৰ হোটেল অভিনন্দনৰ প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হয় ৷ জিলাৰ নৱনিৰ্বাচিত সভাপতি প্ৰকাশ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ আঁতধৰে জিলাৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হাজৰিকাই ৷ বিভিন্ন মহকুমাৰ পৰা অহা সাংবাদিক সকলৰ উপস্থিতিত অনুষ্ঠিত সভাত সাংবাদিকৰ কল্যাণকামী বহুকেইটা সিদ্ধান্ত গ্ৰহণৰ লগতে প্ৰতিটো মহকুমা সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ :নিউজ ডেস্কৰ ৰিপৰ্ট গোলাঘাট ১৭ /১০/২০২০ NORTHEAST NEWS INDIA

 17 October, 2020


সদৌ অসম সাংবাদিক সন্থাৰ গোলাঘাট জিলা সমিটিৰ প্ৰথম খন কায্যনিৰ্বাহ সভা শনিবাৰে সম্পন্ন হয় ৷


সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ গোলাঘাট জিলা সমিতিৰ প্ৰথমখন কায্যনিৰ্বাহ সভা  শনিবাৰে গোলাঘাটৰ হোটেল অভিনন্দনৰ প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হয় ৷ জিলাৰ নৱনিৰ্বাচিত সভাপতি 

 প্ৰকাশ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ আঁতধৰে জিলাৰ সাধাৰণ সম্পাদক  দিব্যজ্যোতি হাজৰিকাই ৷ বিভিন্ন মহকুমাৰ পৰা অহা সাংবাদিক সকলৰ উপস্থিতিত অনুষ্ঠিত সভাত সাংবাদিকৰ কল্যাণকামী বহুকেইটা সিদ্ধান্ত গ্ৰহণৰ লগতে প্ৰতিটো মহকুমা সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ :নিউজ ডেস্কৰ

 ৰিপৰ্ট গোলাঘাট ১৭ /১০/২০২০


NORTHEAST NEWS INDIA


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...