Saturday, 10 October 2020

10 October, 2020 পঞ্জিকামতে এইবাৰ কাতিমাহৰ একতাৰিখ অৰ্থাৎ নৱৰাত্ৰি দিনাৰ পৰাই আৰম্ভণি হৈছে শক্তি আৰাধ্যা দেৱী দুৰ্গা পুজা ৷ এইবাৰৰ পৰিবেশ কি চাও আহক আমাৰ গোলাঘাটৰ সাংবাদিক কৃষ্ণাক্ষী বৰাৰ এক প্ৰতিবেদন ৷ বতৰৰ ঋতু অনুযায়ী দুই ৰংৰ অপৰাজিতা আৰু নিয়ৰসনা শেৱালীৰ সুবাস ; নৈৰ পৰাৰ মৃদু বতাহত হালিজালি থকা শুকুলা কহুৱাই জাননি দিলে শাৰদীয় দুৰ্গোৎসৱৰ ৷ মা দুৰ্গাৰ পূজাৰ বিষয়ে কিঞ্চিত জানিবলৈ আমি উপস্থিত হৈছিলো অসমৰ এজন বিদগ্ধ সংকৃত পণ্ডিত জীতেন শাস্তিৰ ওচৰত পিছে মত্যত এইবাৰ মৰাত্মক কৰুণা ভাইৰাছে লগালে পয়মাল ৷ অহা২১ অক্টোবৰৰ পঞ্চমীৰপৰা ক্ৰমে ষষ্ঠী ; সপ্তমী; অষ্টমী ; নৱমী আৰু ২৬ অক্টোবৰত দশমীৰে সমাপ্তি ঘটিব ৷ পিছে এইবাৰ কৰুণাকালত পানীত হাহঁ নচৰা অৱস্থা হৈছে মৃত শিল্পী সকলৰ বিশ্বকৰ্মা পূজাত অতি আশাৰে নিৰ্মাণ কৰা মূৰ্ত্তি কেইটাও বিক্ৰী নহল তেওলোকৰ ৷ এইবাৰো দুৰ্গাপূজাত লাগিছে পয়মাল এইজন ৯৬ বছৰীয়া ককা প্ৰভাত চন্দ্ৰ পাল ৷ তেওৰ আৰু কৰ্মচাৰীৰ মুখেৰেই প্ৰকাশ পাইছে মৃত শিল্পীৰ দুৰ্দশা আন এক অধ্যায় ৷ ::: গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰাৰৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷ ১০ অক্টোবৰ ৷

 10 October, 2020


পঞ্জিকামতে এইবাৰ কাতিমাহৰ একতাৰিখ অৰ্থাৎ নৱৰাত্ৰি দিনাৰ পৰাই আৰম্ভণি হৈছে শক্তি আৰাধ্যা দেৱী দুৰ্গা পুজা ৷ এইবাৰৰ পৰিবেশ কি চাও আহক আমাৰ গোলাঘাটৰ 

 সাংবাদিক কৃষ্ণাক্ষী বৰাৰ এক প্ৰতিবেদন ৷


 

 বতৰৰ ঋতু অনুযায়ী দুই ৰংৰ অপৰাজিতা আৰু নিয়ৰসনা শেৱালীৰ

 সুবাস ; নৈৰ পৰাৰ মৃদু বতাহত হালিজালি থকা শুকুলা কহুৱাই জাননি দিলে শাৰদীয় দুৰ্গোৎসৱৰ ৷ মা দুৰ্গাৰ পূজাৰ বিষয়ে কিঞ্চিত জানিবলৈ আমি উপস্থিত হৈছিলো অসমৰ এজন বিদগ্ধ সংকৃত পণ্ডিত জীতেন শাস্তিৰ ওচৰত 

পিছে মত্যত এইবাৰ মৰাত্মক কৰুণা ভাইৰাছে লগালে পয়মাল ৷ অহা২১ অক্টোবৰৰ পঞ্চমীৰপৰা

 ক্ৰমে ষষ্ঠী ; সপ্তমী; অষ্টমী ; নৱমী আৰু ২৬ অক্টোবৰত দশমীৰে সমাপ্তি ঘটিব ৷ পিছে এইবাৰ কৰুণাকালত পানীত হাহঁ নচৰা অৱস্থা হৈছে মৃত শিল্পী সকলৰ বিশ্বকৰ্মা পূজাত অতি আশাৰে নিৰ্মাণ কৰা মূৰ্ত্তি  কেইটাও বিক্ৰী নহল তেওলোকৰ ৷ এইবাৰো দুৰ্গাপূজাত লাগিছে পয়মাল এইজন ৯৬ বছৰীয়া ককা প্ৰভাত চন্দ্ৰ পাল ৷ তেওৰ আৰু কৰ্মচাৰীৰ মুখেৰেই প্ৰকাশ পাইছে মৃত শিল্পীৰ দুৰ্দশা আন এক অধ্যায় ৷ ::: গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰাৰৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷ ১০ অক্টোবৰ ৷


10 October, 2020Covid19 Assam and actions taken as on 09/10/2020.

10 October, 2020

Covid19 Assam and actions taken as on 09/10/2020.

Friday, 9 October 2020

09 October, 2020 গোলাঘাটৰ ঢ়েকীয়ালত বৃহস্পতিবাৰেবিয়লি এক শোকাবহ পথদুৰ্ঘটনা সংঘটিত হয় ৷পণ্ডিত হেমচন্দ্ৰ গোশ্বামী পথত বেংক কৰ্মচাৰী ৰাণীঘোষক পৃতি ৰবিঘোষ এখন বাইকত ঘৰৰ অভিমুখে গৈ আছিল ৷ ঘৰলৈ মাত্ৰ দুই কিলোটাৰ থকাৰ সময়তে তেওলোকে এখন ৰৈ থকা ডাম্পাৰ অতিক্ৰম কৰোতেই বিপৰীত দিশৰপৰা অহা আন এখন ডাম্পাৰে খুন্দা মাৰে ফলত ৰাণীঘোষৰ থিতাতে মৃত্যু হয় ৷ ৰাণীৰ পিতৃ ৰবিঘোষক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হয় ৷ মাত্ৰ ৬ মাহৰ পূৰ্বে ৰাণীয়ে গোলাঘাটৰ ভাৰতীয় ষ্টেট বেংকৰ প্ৰবেচনাৰ অফিচাৰ হিচাপে যোগদান কৰিছিল ৷ এই আকস্মিক শোকাবহ ঘটনাই গোলাঘাটৰ লগতে দেৰগাঁৱতো গভীৰ শোকৰ ছাঁ পেলাইছে ৷ : গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা NORTHEAST NEWS INDIA

 09 October, 2020


গোলাঘাটৰ ঢ়েকীয়ালত বৃহস্পতিবাৰেবিয়লি এক শোকাবহ পথদুৰ্ঘটনা সংঘটিত হয় ৷পণ্ডিত হেমচন্দ্ৰ গোশ্বামী পথত বেংক কৰ্মচাৰী ৰাণীঘোষক পৃতি ৰবিঘোষ এখন বাইকত ঘৰৰ অভিমুখে গৈ আছিল ৷ ঘৰলৈ মাত্ৰ দুই কিলোটাৰ থকাৰ সময়তে তেওলোকে এখন ৰৈ থকা ডাম্পাৰ অতিক্ৰম কৰোতেই বিপৰীত দিশৰপৰা অহা আন

 এখন ডাম্পাৰে খুন্দা মাৰে ফলত ৰাণীঘোষৰ থিতাতে মৃত্যু হয় ৷ ৰাণীৰ পিতৃ ৰবিঘোষক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হয় ৷ মাত্ৰ ৬ মাহৰ পূৰ্বে ৰাণীয়ে গোলাঘাটৰ ভাৰতীয় ষ্টেট বেংকৰ প্ৰবেচনাৰ অফিচাৰ হিচাপে যোগদান কৰিছিল ৷ এই আকস্মিক শোকাবহ ঘটনাই গোলাঘাটৰ লগতে দেৰগাঁৱতো গভীৰ শোকৰ ছাঁ পেলাইছে ৷ : গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা NORTHEAST NEWS INDIA


09 October 2020 যোৱা কালি গোলাঘাটত ৰাষ্ট্ৰীয় হতাশগ্ৰস্থ নিৰূপন দিৱস পালন প্ৰতিবেদক গোলাঘাট ৮ অক্টোবৰ ৰাষ্ট জুৰি যোৱা কালি পালন হোৱা ৰাষ্ট্ৰীয় হতাশগ্ৰস্থ নিৰূপন দিৱস যোৱা কালি গোলাঘাটতো পালন কৰা হয় । স্বাস্থ্য বিভাগৰ জিলা মানসিক স্বাস্থ্য কাৰ্যক্ৰমৰ উদ্যোগত গোলাঘাট কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত অনুস্থিত এই কাৰ্যক্ৰমত ২৬ গৰাকী ব্যক্তিৰ হতাশাগ্ৰস্থতা নিৰূপন কৰা হয় । ইয়াৰ উপৰিও হতাশা গ্ৰস্থ সম্পৰ্কত সজাগতাৰ এক মনোজ্ঞ বক্তব্য প্ৰদান কৰে নৈদানীক মনোবিজ্ঞানী বুলতী শইকীয়া আৰু সমাজসেৱী জ্যোৎস্না কুল্লুৱে । অনুস্থানত মনোৰোগ বিশেষজ্ঞ ডাঃ দীপক দত্ত ও উপস্থিত থাকি বক্তব্য প্ৰদান কৰে । দীপমনী খাটনিয়াৰ ৷ গোলাঘাট ৷

 09 October 2020


যোৱা কালি গোলাঘাটত ৰাষ্ট্ৰীয় হতাশগ্ৰস্থ নিৰূপন দিৱস পালন প্ৰতিবেদক গোলাঘাট ৮ অক্টোবৰ                              

ৰাষ্ট জুৰি যোৱা কালি পালন হোৱা ৰাষ্ট্ৰীয় হতাশগ্ৰস্থ নিৰূপন দিৱস যোৱা কালি গোলাঘাটতো পালন কৰা হয় । স্বাস্থ্য বিভাগৰ জিলা মানসিক স্বাস্থ্য কাৰ্যক্ৰমৰ উদ্যোগত গোলাঘাট কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত অনুস্থিত এই কাৰ্যক্ৰমত ২৬ গৰাকী ব্যক্তিৰ হতাশাগ্ৰস্থতা নিৰূপন কৰা হয় । ইয়াৰ উপৰিও হতাশা গ্ৰস্থ সম্পৰ্কত সজাগতাৰ এক মনোজ্ঞ বক্তব্য প্ৰদান কৰে নৈদানীক মনোবিজ্ঞানী বুলতী শইকীয়া আৰু সমাজসেৱী জ্যোৎস্না কুল্লুৱে । অনুস্থানত মনোৰোগ বিশেষজ্ঞ ডাঃ দীপক দত্ত ও উপস্থিত থাকি বক্তব্য প্ৰদান কৰে । দীপমনী খাটনিয়াৰ ৷ গোলাঘাট ৷


09 October, 2020 বিধায়ক ৰমাকান্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ব্ৰাহ্মণ সমাজ আৰু সত্ৰ মহাসভাৰ : আৰক্ষী থানাত গোচৰ                                                     . গোলাঘাট ৯ অক্টোবৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ব্ৰাহ্মণ সকলৰ প্ৰতি কৰা ভাবুকি প্ৰদান আৰু কু ৰুচি মন্তব্যৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠিছে গোলাঘাটৰ ব্ৰাহ্মণ সমাজ । গোলাঘাট জিলা ব্ৰাহ্মণ সমাজ , গোলাঘাট জিলা সত্ৰ মহাসভা আৰু সমন্বিত যুৱ তীৰ্থৰ যৌথ উদ্যোগত গোলাঘাটৰ নামবৰ গেষ্ট হাউচৰ সভা গৃহত আজি অনুস্থিত এখন সভাই বিধায়ক গৰাকীৰ এনে বিদ্বেশ পূৰ্ণ আৰু উচতনী সূচক মন্তব্য দিয়াৰ পিছতো অসম চৰকাৰে বিধায়ক গৰাকীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা নোলোৱাত আশ্বয্য প্ৰকাশ কৰে । সভাই অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক বিধায়ক গৰাকীৰ বিৰুদ্ধে আইনগত বিধিৰে গ্ৰেপ্তাৰ আৰু অসম বিধান সভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোশ্বামীক বিধায়ক গৰাকীৰ বিধান সভাৰ সদস্য পদ খাৰিজ কৰিবলৈ দাবী জনায় পৃথকে পৃথকে দুখন স্মাৰক পত্ৰ প্ৰেৰণৰ সীদ্ধান্ত ও গ্ৰহণ কৰে । সভাই লগতে বিধায়ক গৰাকী যিটো দলৰ পৰা বিধান সভালৈ নিৰ্বাচিত হৈছে সেই দলটোৰ নেতৃত্বৰ নিৰবতাকো সহজ ভাবে গ্ৰহণ কৰা নাই আৰু দলটোৰ নেতৃত্বক বিধায়ক গৰাকীৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।গোলাঘাট জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি অতুল গোশ্বামীৰ সভাপতিত্বত অনুস্থিত হোৱা সভা খনত গোলাঘাট জিলা সত্ৰ মহাসভাৰ সম্পাদক প্ৰদীপ গোশ্বামী , ব্ৰাহ্মণ সমাজৰ জিলা সদস্য সূনীল কুমাৰ ৰাজগুৰু, গোলাঘাট জিলা সমন্বিত যুৱ তীৰ্থৰ সভাপতি তনুজ মহন্ত আৰু সম্পাদক মৌচুম মহন্ত আদিয়ে বক্তব্য প্ৰদান কৰে । সভাৰ অন্তত সংগঠন কেইটাৰ হৈ এক সজাতী দলে বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে গোলাঘাট সদৰ আৰক্ষী থানাত এক গোচৰ ৰজু কৰে ।:::: গোলাঘাট ৰ পৰা কৃষ্ণাক্ষীবৰা ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

 09 October, 2020


বিধায়ক ৰমাকান্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ব্ৰাহ্মণ সমাজ আৰু সত্ৰ মহাসভাৰ : আৰক্ষী থানাত গোচৰ                                                     .       গোলাঘাট ৯ অক্টোবৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ব্ৰাহ্মণ সকলৰ প্ৰতি কৰা ভাবুকি প্ৰদান আৰু কু ৰুচি মন্তব্যৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠিছে গোলাঘাটৰ ব্ৰাহ্মণ সমাজ । গোলাঘাট জিলা ব্ৰাহ্মণ সমাজ , গোলাঘাট জিলা সত্ৰ মহাসভা আৰু সমন্বিত যুৱ তীৰ্থৰ যৌথ উদ্যোগত গোলাঘাটৰ নামবৰ গেষ্ট হাউচৰ সভা গৃহত আজি অনুস্থিত এখন সভাই বিধায়ক গৰাকীৰ এনে বিদ্বেশ পূৰ্ণ আৰু উচতনী সূচক মন্তব্য দিয়াৰ পিছতো অসম চৰকাৰে বিধায়ক গৰাকীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা নোলোৱাত আশ্বয্য প্ৰকাশ কৰে । সভাই অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক বিধায়ক গৰাকীৰ বিৰুদ্ধে আইনগত বিধিৰে গ্ৰেপ্তাৰ আৰু অসম বিধান সভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোশ্বামীক বিধায়ক গৰাকীৰ বিধান সভাৰ সদস্য পদ খাৰিজ কৰিবলৈ দাবী জনায় পৃথকে পৃথকে দুখন স্মাৰক পত্ৰ প্ৰেৰণৰ সীদ্ধান্ত ও গ্ৰহণ কৰে । সভাই লগতে বিধায়ক গৰাকী যিটো দলৰ পৰা বিধান সভালৈ নিৰ্বাচিত হৈছে সেই দলটোৰ নেতৃত্বৰ নিৰবতাকো সহজ ভাবে গ্ৰহণ কৰা নাই আৰু দলটোৰ নেতৃত্বক বিধায়ক গৰাকীৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।গোলাঘাট জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি অতুল গোশ্বামীৰ সভাপতিত্বত অনুস্থিত হোৱা সভা খনত গোলাঘাট জিলা সত্ৰ মহাসভাৰ সম্পাদক প্ৰদীপ গোশ্বামী , ব্ৰাহ্মণ সমাজৰ জিলা সদস্য সূনীল কুমাৰ ৰাজগুৰু, গোলাঘাট জিলা সমন্বিত যুৱ তীৰ্থৰ সভাপতি তনুজ মহন্ত আৰু সম্পাদক মৌচুম মহন্ত আদিয়ে বক্তব্য প্ৰদান কৰে । সভাৰ অন্তত সংগঠন কেইটাৰ হৈ এক সজাতী দলে বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে গোলাঘাট সদৰ আৰক্ষী থানাত এক গোচৰ ৰজু কৰে ।:::: গোলাঘাট ৰ পৰা কৃষ্ণাক্ষীবৰা ৰিৰ্পত  নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷


09 October, 2020Covid19 Assam and actions taken as on 08/10/2020.

09 October, 2020

Covid19 Assam and actions taken as on 08/10/2020.

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...