Friday, 9 October 2020

09 October, 2020 গোলাঘাটৰ ঢ়েকীয়ালত বৃহস্পতিবাৰেবিয়লি এক শোকাবহ পথদুৰ্ঘটনা সংঘটিত হয় ৷পণ্ডিত হেমচন্দ্ৰ গোশ্বামী পথত বেংক কৰ্মচাৰী ৰাণীঘোষক পৃতি ৰবিঘোষ এখন বাইকত ঘৰৰ অভিমুখে গৈ আছিল ৷ ঘৰলৈ মাত্ৰ দুই কিলোটাৰ থকাৰ সময়তে তেওলোকে এখন ৰৈ থকা ডাম্পাৰ অতিক্ৰম কৰোতেই বিপৰীত দিশৰপৰা অহা আন এখন ডাম্পাৰে খুন্দা মাৰে ফলত ৰাণীঘোষৰ থিতাতে মৃত্যু হয় ৷ ৰাণীৰ পিতৃ ৰবিঘোষক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হয় ৷ মাত্ৰ ৬ মাহৰ পূৰ্বে ৰাণীয়ে গোলাঘাটৰ ভাৰতীয় ষ্টেট বেংকৰ প্ৰবেচনাৰ অফিচাৰ হিচাপে যোগদান কৰিছিল ৷ এই আকস্মিক শোকাবহ ঘটনাই গোলাঘাটৰ লগতে দেৰগাঁৱতো গভীৰ শোকৰ ছাঁ পেলাইছে ৷ : গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা NORTHEAST NEWS INDIA

 09 October, 2020


গোলাঘাটৰ ঢ়েকীয়ালত বৃহস্পতিবাৰেবিয়লি এক শোকাবহ পথদুৰ্ঘটনা সংঘটিত হয় ৷পণ্ডিত হেমচন্দ্ৰ গোশ্বামী পথত বেংক কৰ্মচাৰী ৰাণীঘোষক পৃতি ৰবিঘোষ এখন বাইকত ঘৰৰ অভিমুখে গৈ আছিল ৷ ঘৰলৈ মাত্ৰ দুই কিলোটাৰ থকাৰ সময়তে তেওলোকে এখন ৰৈ থকা ডাম্পাৰ অতিক্ৰম কৰোতেই বিপৰীত দিশৰপৰা অহা আন

 এখন ডাম্পাৰে খুন্দা মাৰে ফলত ৰাণীঘোষৰ থিতাতে মৃত্যু হয় ৷ ৰাণীৰ পিতৃ ৰবিঘোষক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হয় ৷ মাত্ৰ ৬ মাহৰ পূৰ্বে ৰাণীয়ে গোলাঘাটৰ ভাৰতীয় ষ্টেট বেংকৰ প্ৰবেচনাৰ অফিচাৰ হিচাপে যোগদান কৰিছিল ৷ এই আকস্মিক শোকাবহ ঘটনাই গোলাঘাটৰ লগতে দেৰগাঁৱতো গভীৰ শোকৰ ছাঁ পেলাইছে ৷ : গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা NORTHEAST NEWS INDIA


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...