Friday, 9 October 2020

09 October 2020 যোৱা কালি গোলাঘাটত ৰাষ্ট্ৰীয় হতাশগ্ৰস্থ নিৰূপন দিৱস পালন প্ৰতিবেদক গোলাঘাট ৮ অক্টোবৰ ৰাষ্ট জুৰি যোৱা কালি পালন হোৱা ৰাষ্ট্ৰীয় হতাশগ্ৰস্থ নিৰূপন দিৱস যোৱা কালি গোলাঘাটতো পালন কৰা হয় । স্বাস্থ্য বিভাগৰ জিলা মানসিক স্বাস্থ্য কাৰ্যক্ৰমৰ উদ্যোগত গোলাঘাট কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত অনুস্থিত এই কাৰ্যক্ৰমত ২৬ গৰাকী ব্যক্তিৰ হতাশাগ্ৰস্থতা নিৰূপন কৰা হয় । ইয়াৰ উপৰিও হতাশা গ্ৰস্থ সম্পৰ্কত সজাগতাৰ এক মনোজ্ঞ বক্তব্য প্ৰদান কৰে নৈদানীক মনোবিজ্ঞানী বুলতী শইকীয়া আৰু সমাজসেৱী জ্যোৎস্না কুল্লুৱে । অনুস্থানত মনোৰোগ বিশেষজ্ঞ ডাঃ দীপক দত্ত ও উপস্থিত থাকি বক্তব্য প্ৰদান কৰে । দীপমনী খাটনিয়াৰ ৷ গোলাঘাট ৷

 09 October 2020


যোৱা কালি গোলাঘাটত ৰাষ্ট্ৰীয় হতাশগ্ৰস্থ নিৰূপন দিৱস পালন প্ৰতিবেদক গোলাঘাট ৮ অক্টোবৰ                              

ৰাষ্ট জুৰি যোৱা কালি পালন হোৱা ৰাষ্ট্ৰীয় হতাশগ্ৰস্থ নিৰূপন দিৱস যোৱা কালি গোলাঘাটতো পালন কৰা হয় । স্বাস্থ্য বিভাগৰ জিলা মানসিক স্বাস্থ্য কাৰ্যক্ৰমৰ উদ্যোগত গোলাঘাট কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত অনুস্থিত এই কাৰ্যক্ৰমত ২৬ গৰাকী ব্যক্তিৰ হতাশাগ্ৰস্থতা নিৰূপন কৰা হয় । ইয়াৰ উপৰিও হতাশা গ্ৰস্থ সম্পৰ্কত সজাগতাৰ এক মনোজ্ঞ বক্তব্য প্ৰদান কৰে নৈদানীক মনোবিজ্ঞানী বুলতী শইকীয়া আৰু সমাজসেৱী জ্যোৎস্না কুল্লুৱে । অনুস্থানত মনোৰোগ বিশেষজ্ঞ ডাঃ দীপক দত্ত ও উপস্থিত থাকি বক্তব্য প্ৰদান কৰে । দীপমনী খাটনিয়াৰ ৷ গোলাঘাট ৷


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...