Monday, 5 October 2020

05 October, 2020 GOLAGHAT AASU PTOTEST OC: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই সোমবাৰে এক প্ৰতিবাদী কায্যসূচী ৰূপায়ণ কৰে l সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে নাগৰিকত্ব সংশোধনী আইন ২০২০ আৰু পৰিবেশ প্ৰভাব নিৰূপণ আইন (EIA )২০২০ ৰ লগতে তিনিওখন কৃষি আইন (২০২০) ৰ বাতিলৰ দাবীত এক মানব শৃংখল কাৰ্যসূচী ৰূপায়ণ l গোলাঘাট নগৰৰ মাজমজিয়াত বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লগানেৰে উত্তাল কৰি ,সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ ,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজ পথ l শীঘ্ৰে যদি চৰকাৰে দাবী সমুহ মানি নলয় তেন্তে ভৱিষ্যতে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সকিয়নী প্ৰদান কৰে সংগঠনটোৱে l গোলাঘাট পৰা কৃষ্ণাক্ষীবৰা নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

 05 October, 2020



 GOLAGHAT AASU PTOTEST


OC: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সদৌ অসম   ছাত্ৰ সন্থাই সোমবাৰে এক প্ৰতিবাদী কায্যসূচী ৰূপায়ণ কৰে  l সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে নাগৰিকত্ব সংশোধনী আইন ২০২০ আৰু পৰিবেশ প্ৰভাব নিৰূপণ আইন (EIA )২০২০ ৰ লগতে তিনিওখন কৃষি আইন (২০২০) ৰ বাতিলৰ দাবীত এক মানব শৃংখল কাৰ্যসূচী ৰূপায়ণ  l গোলাঘাট নগৰৰ মাজমজিয়াত বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লগানেৰে উত্তাল কৰি ,সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ ,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি  চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজ পথ l  শীঘ্ৰে যদি চৰকাৰে  দাবী সমুহ মানি নলয় তেন্তে ভৱিষ্যতে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সকিয়নী প্ৰদান কৰে  সংগঠনটোৱে l

 গোলাঘাট পৰা কৃষ্ণাক্ষীবৰা নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

05 October, 2020Covid19 Assam and actions taken till 04/10/2020.

05 October, 2020

Covid19 Assam and actions taken till 04/10/2020.

Sunday, 4 October 2020

04 October, 2020 মূখ্যমন্ত্ৰীক এঘাৰ দফীয়া স্মাৰকপত্ৰ দিলে কোচ জাতিৰ পাঁছ সংগঠনে অসমৰ ভূমীপুত্ৰ কোচ সকলক প্ৰতিনিধিত্ব কৰা পাঁচোটাকৈ সংগঠনে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি এখনি এঘাৰ দফীয়া স্মাৰকপত্ৰ প্ৰদান কৰে ৷ কোচ সকলক জনজাতিকৰণ কৰা ; অবিচিৰ প্ৰমাণপত্ৰ সমূহ অনলি কোচ হিচাপে দিয়া ; কোচ ভাষাৰ এহেজাৰ শিক্ষক নিযুক্তি দিয়া ; নিবনুৱা কোচ যুৱক যুৱতীক চৰকাৰি সাহায্য প্ৰদানকৰা ; ২০২১ ৰ চিলাৰায় দিৱসত কোচ জাতিৰ ইতিহাস সংকলনৰ প্ৰস্তাৱনা সংকলনৰ প্ৰকাশ কৰা ; আদি মুঠ এঘাৰটা দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে ৷ যোৱা ৩০ ছেপ্তেম্বৰৰ বিয়লি নাৰায়নীসেনা ; কোচ যুৱপৰিষদ ; কোচ মহিলা সমিতি ; কোচ সন্মিলন ; আৰু কোচ সাহিত্য সভাৰ প্ৰতিনিধি সকলে গুৱাহাটী খানাপাৰাৰ অসম পদাধিকাৰী প্ৰশাসনিক ভৱনত মুখ্যমন্ত্ৰীৰসৈত্যে এক আলোচনাত মিলিত হৈ স্মাৰকপত্ৰ খনি প্ৰদান কৰে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট NORTHEAST NEWS INDIA

 04 October, 2020

মূখ্যমন্ত্ৰীক এঘাৰ দফীয়া স্মাৰকপত্ৰ দিলে কোচ জাতিৰ পাঁছ সংগঠনে অসমৰ ভূমীপুত্ৰ কোচ সকলক প্ৰতিনিধিত্ব কৰা পাঁচোটাকৈ সংগঠনে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি এখনি এঘাৰ দফীয়া স্মাৰকপত্ৰ প্ৰদান কৰে ৷ কোচ সকলক জনজাতিকৰণ কৰা ; অবিচিৰ প্ৰমাণপত্ৰ সমূহ অনলি কোচ হিচাপে দিয়া ; কোচ ভাষাৰ এহেজাৰ শিক্ষক নিযুক্তি দিয়া ; নিবনুৱা কোচ যুৱক যুৱতীক চৰকাৰি সাহায্য প্ৰদানকৰা ; ২০২১ ৰ চিলাৰায় দিৱসত কোচ জাতিৰ ইতিহাস সংকলনৰ প্ৰস্তাৱনা সংকলনৰ প্ৰকাশ কৰা ; আদি মুঠ এঘাৰটা দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে ৷ যোৱা ৩০ ছেপ্তেম্বৰৰ বিয়লি নাৰায়নীসেনা ; কোচ যুৱপৰিষদ ; কোচ মহিলা সমিতি ; কোচ সন্মিলন ; আৰু কোচ সাহিত্য সভাৰ প্ৰতিনিধি সকলে গুৱাহাটী খানাপাৰাৰ অসম পদাধিকাৰী প্ৰশাসনিক ভৱনত মুখ্যমন্ত্ৰীৰসৈত্যে এক আলোচনাত মিলিত হৈ স্মাৰকপত্ৰ খনি প্ৰদান কৰে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট

NORTHEAST NEWS INDIA


04 October, 2020 *গোলাঘাটত ক’ভিড-১৯ ত মৃত্যু ৭৪* *গৰাকী* ----------------------------------- ৪অক্টোবৰ২০২০ সমগ্ৰ বিশ্বজুৰি মানৱ সমাজক ত্ৰাসিত কৰি মৃত্যুৰ তাণ্ডৱ চলোৱা ক’ভিড-১৯ ত গোলাঘাটত আক্ৰান্ত হোৱা আৰু মৃত্যুৰ সংখ্যা ভয়াবহভাবে বৃদ্ধি হৈছে ৷ গোলাঘাট জিলাতপ্ৰথমৰ পৰা আজি পয্যন্ত ৭৪ গৰাকীৰ মৃত্যু হোৱাবুলি জিলা প্ৰশাসনৰ তথ্যৰযোগে চাৰিঅক্টোবৰত জানিবলৈ দিছে ৷ সহকাৰী আয়ুক্ত পাপুগগৈয়ে জানিবলৈ দিয়ে যে ক’ভিড-১৯ ত ৪৩ গৰাকী আৰু পৰোক্ষ ক’ভিডত (Non-Covid) ৩১ গৰাকী এই পয্যন্ত মৃত্যু হৈছে ৷ প্ৰথম অৱস্থাত ক’ভিডৰ নীতিনিয়ম মানি সাবধানতা অৱলম্বন কৰাৰ বাবে বিভিন্নজন আক্ৰান্ত হোৱাৰ পিছতো মানুহ মৃত্যু হোৱা নাছিল যদিও ৰোগ লুকুৱাই ৰাখি এচামে গণ সংক্ৰমিত কৰাত ক্ৰমান্বয়ে মৃত্যুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে ৷ জিলা উপায়ুক্তকে ধৰি ক’ভিড-১৯ ৰ দায়ীত্বত থকা বিষয়া সকলে জনতাৰ মঙ্গলৰ হকে ক’ভিড-১৯ নীতি নিয়ম মানিবলৈ জনসাধাৰণক বাৰম্বাৰ অনুৰোধ কৰা স্বত্বেও লকডাউন শিথিলতাৰ বাবে সৰহসংখ্যকে এনে আহৱানক অৱহেলা কৰাত ক্ৰমান্বয়ে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ৷ ৪অক্টোবৰ বিয়লি পয্যন্ত ৰেপিড টেষ্টত ৫৪ গৰাকী পজিটিভ ৰোগী চিনাক্ত কৰা হয় ৷প্ৰথমৰপৰা চাৰি অক্টোবৰ বিয়লি পয্যন্ত পজিটিভ ৰোগীৰ সংখ্যা ৭৬৯৫ গৰাকী ৷ ইয়াৰে ৬৬৯৭ গৰাকী সুষ্ঠৰোগীক ঘৰলৈ যাবলৈ দিয়া হয় ৷ এক্টিভ ৰোগীৰ সংখ্যা ৯২৬ গৰাকী ঃঃ কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট

 04 October, 2020


*গোলাঘাটত ক’ভিড-১৯ ত মৃত্যু ৭৪*

 *গৰাকী*

-----------------------------------

 ৪অক্টোবৰ২০২০

সমগ্ৰ বিশ্বজুৰি মানৱ সমাজক ত্ৰাসিত কৰি মৃত্যুৰ তাণ্ডৱ চলোৱা ক’ভিড-১৯ ত গোলাঘাটত  আক্ৰান্ত হোৱা আৰু মৃত্যুৰ সংখ্যা ভয়াবহভাবে বৃদ্ধি হৈছে ৷ গোলাঘাট জিলাতপ্ৰথমৰ পৰা

 আজি পয্যন্ত ৭৪

 গৰাকীৰ মৃত্যু হোৱাবুলি জিলা প্ৰশাসনৰ তথ্যৰযোগে চাৰিঅক্টোবৰত  জানিবলৈ দিছে ৷ সহকাৰী আয়ুক্ত পাপুগগৈয়ে জানিবলৈ দিয়ে যে ক’ভিড-১৯ ত ৪৩ গৰাকী আৰু পৰোক্ষ ক’ভিডত  (Non-Covid) ৩১ গৰাকী এই পয্যন্ত মৃত্যু হৈছে ৷ প্ৰথম অৱস্থাত ক’ভিডৰ নীতিনিয়ম মানি সাবধানতা অৱলম্বন কৰাৰ বাবে বিভিন্নজন আক্ৰান্ত হোৱাৰ পিছতো মানুহ মৃত্যু হোৱা নাছিল যদিও ৰোগ লুকুৱাই ৰাখি এচামে গণ সংক্ৰমিত কৰাত ক্ৰমান্বয়ে মৃত্যুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে ৷  জিলা উপায়ুক্তকে ধৰি ক’ভিড-১৯ ৰ দায়ীত্বত থকা বিষয়া সকলে জনতাৰ মঙ্গলৰ হকে ক’ভিড-১৯ নীতি নিয়ম মানিবলৈ জনসাধাৰণক বাৰম্বাৰ অনুৰোধ কৰা স্বত্বেও লকডাউন শিথিলতাৰ বাবে সৰহসংখ্যকে এনে আহৱানক অৱহেলা কৰাত ক্ৰমান্বয়ে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ৷  ৪অক্টোবৰ বিয়লি পয্যন্ত ৰেপিড টেষ্টত ৫৪ গৰাকী পজিটিভ ৰোগী চিনাক্ত কৰা হয় ৷প্ৰথমৰপৰা চাৰি অক্টোবৰ বিয়লি পয্যন্ত পজিটিভ ৰোগীৰ সংখ্যা ৭৬৯৫ গৰাকী ৷ ইয়াৰে ৬৬৯৭ গৰাকী সুষ্ঠৰোগীক ঘৰলৈ যাবলৈ দিয়া হয় ৷ এক্টিভ ৰোগীৰ সংখ্যা ৯২৬ গৰাকী

 ঃঃ কল্পনা ফুকনৰ ৰিপৰ্ট  নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট


04 October, 2020Covid19 Assam and actions taken as on 03/10/2020.

04 October, 2020

Covid19 Assam and actions taken as on 03/10/2020.

Saturday, 3 October 2020

03 October, 2020Covid19 Assam and actions taken as on 02/10/2020.

03 October, 2020

Covid19 Assam and actions taken as on 02/10/2020.

02 October, 2020দুনীতি কেলেংকাৰীৰ অভিযোগ উঠা এখন গাও পঞ্চায়ত ৷ গান্ধীজয়ন্তীৰ দিনাও অবৈধ কাম কৰিবলৈ গৈ পলায়ন কৰিবলগা হল বিডিঅ’ পঞ্চায়ত খনৰ নাম বেঙেনাখোৱা গাও পঞ্চায়ত ৷ এনৰেগা আচনীৰ ব্যাপক কেলেংকাৰী সংঘটিত হোৱাত কংগ্ৰেছ নেতৃত্বাধীন এই পঞ্চায়ত খনৰ জনপ্ৰতিনিধি আৰু বিডিঅ’ কে ধৰি চৰকাৰি কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ তৰা হৈছিল কেইজনমান জেলত সোমাল ; আন কেইজনমানে জামিন লাভ কৰিলে আৰু বহুকেইজনে জামিন নেপাই পলাতক হৈ আছে ৷ কিন্ত মহামানৱ মহাত্মাগান্ধীৰ জন্মজয়ন্তীৰ দিনটোত পলাতক সকলকে ধৰি সকলো শুক্ৰবাৰে সমবেত হ’ল গোলাঘাটৰ এই বেঙেনাখোৱা গাওপঞ্চায়তৰ কায্যালয়ত ৷ এওলোকে এই বিশেষ দিনটোত গন্ধীজীক স্মৰণ কৰিবলৈ নহয় ; এক অনিয়মৰ ব্লুপ্ৰিণ্ট ৰচনাকৰি পঞ্চায়ত ৰ অফিচত একগোট হৈছে ৷ ৰাইজক খবৰ নিদিয়াকৈ কেৱল কংগ্ৰেছৰ সাংগো পাংগো লগত লৈ বিডি অ’ আব্দুল ৰচিদে বেনাৰ আৰি ছচিয়েল ডিষ্টেঞ্চ নমনাকৈ গোপনে গাওসভা অনুষ্ঠিত কৰিবৰবাবে আগবাঢ়িল কিন্তু তেওঁলোকৰ কায্য আৰম্ভণি হওতেই লাগিল কেনা ৷ ৱাৰ্ডসমূহৰ ৰাইজ উপস্থিত হৈ বন্ধ কৰিলে এই গোপন মিটিং আৰু পহু খেদা দিলে বিডিঅ’ কে ধৰি জনপ্ৰতিনিধি সকলক ৷ এই সন্দৰ্ভত এডভোকেট প্ৰকাশ বৰাই এনেদৰেন্তব্য কৰে ------- প্ৰকাশ শৰ্মা ৰিৰ্পট গোলাঘাটনিউজ ডেক্ছ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷


02 October, 2020
দুনীতি কেলেংকাৰীৰ অভিযোগ উঠা এখন গাও পঞ্চায়ত ৷ গান্ধীজয়ন্তীৰ দিনাও অবৈধ কাম কৰিবলৈ গৈ পলায়ন কৰিবলগা হল বিডিঅ’ পঞ্চায়ত খনৰ নাম বেঙেনাখোৱা গাও পঞ্চায়ত ৷ এনৰেগা আচনীৰ ব্যাপক কেলেংকাৰী সংঘটিত হোৱাত কংগ্ৰেছ নেতৃত্বাধীন এই পঞ্চায়ত খনৰ জনপ্ৰতিনিধি আৰু বিডিঅ’ কে ধৰি চৰকাৰি কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ তৰা হৈছিল কেইজনমান জেলত সোমাল ; আন কেইজনমানে জামিন লাভ কৰিলে আৰু বহুকেইজনে জামিন নেপাই পলাতক হৈ আছে ৷ কিন্ত মহামানৱ মহাত্মাগান্ধীৰ জন্মজয়ন্তীৰ দিনটোত পলাতক সকলকে ধৰি সকলো শুক্ৰবাৰে সমবেত হ’ল গোলাঘাটৰ এই বেঙেনাখোৱা গাওপঞ্চায়তৰ কায্যালয়ত ৷ এওলোকে এই বিশেষ দিনটোত গন্ধীজীক স্মৰণ কৰিবলৈ নহয় ; এক অনিয়মৰ ব্লুপ্ৰিণ্ট ৰচনাকৰি পঞ্চায়ত ৰ অফিচত একগোট হৈছে ৷ ৰাইজক খবৰ নিদিয়াকৈ  কেৱল কংগ্ৰেছৰ  সাংগো পাংগো লগত লৈ বিডি অ’ আব্দুল ৰচিদে বেনাৰ আৰি ছচিয়েল ডিষ্টেঞ্চ নমনাকৈ গোপনে গাওসভা অনুষ্ঠিত কৰিবৰবাবে আগবাঢ়িল কিন্তু তেওঁলোকৰ কায্য আৰম্ভণি হওতেই লাগিল কেনা ৷ ৱাৰ্ডসমূহৰ ৰাইজ উপস্থিত হৈ বন্ধ কৰিলে এই গোপন মিটিং আৰু পহু খেদা দিলে বিডিঅ’ কে ধৰি জনপ্ৰতিনিধি সকলক ৷ এই সন্দৰ্ভত এডভোকেট প্ৰকাশ বৰাই এনেদৰেন্তব্য কৰে -------
 প্ৰকাশ শৰ্মা  ৰিৰ্পট গোলাঘাট
নিউজ ডেক্ছ ৰিপৰ্ট নৰ্থইষ্ট  নিউজ ইণ্ডিয়া ৷https://youtu.be/mUYh2Hn--ig

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...