Wednesday, 23 September 2020

Breaking news

 23 September, 2020


O.C:: এশগৰু মাৰিলে বাঘৰো মৰণ ৷বেংকৰ লোণ দিয়াৰ প্ৰলোভনেৰে গাঁৱৰ সহজ সৰল মহিলাক আভূৱা ভাৰি ধন লুটপাত চলাই অহা মহিলা  পৰিল ফান্দত।নগৰত ভাড়াতীয়া হিচাপে থাকি গাঁৱৰ মহিলাক টাৰ্গেট হিচাপে লৈ বেংকৰ লোণ দিয়াৰ নামত ইনা খান নামৰ মহিলা গৰাকীয়ে লুটি আহিছিল বিভিন্ন জনক ।পিছে ধন দিয়া মহিলা সকলো কম নহয়।চিটিকাত এন্দুৰ, নিগনি লগাৰ দৰে ফান্দত পৰিল ঠগ মহিলা।

V.O::: এই মহিলা গৰাকী দেখাই শুনাই ধুনীয়াই।নাম ইনা খান ওৰফে তনবীৰ খান,তনবীৰ আহমেদ।পিছে কাৰ্যকলাপ বোৰহে বেয়া মহিলা গৰাকীৰ।গাঁৱৰ সহজ সৰল মহিলা টাৰ্গেট ইনাৰ।বেংকৰ লোণ দিয়াৰ প্ৰলোভনেৰে ইনাই সৰকাই আহিছিল গাঁৱৰ মহিলাৰ পৰা ধন।পিছে মহিলা সকলে পলমকৈ হ'লেও বুজি পালে যে মহিলা গৰাকী এগৰাকী প্ৰৱঞ্চক।তাৰ পিছতেই মঙ্গলবাৰে চিটিকাত এন্দুৰ, নিগনি লগাৰ দৰে টোপ গিলিবলৈ আহি ফান্দত পৰিল প্ৰৱঞ্চক মহিলা ইনা।জানিব পৰামতে মহিলা গৰাকীৰ ঘৰ ডিব্ৰুগড়ত।গোলাঘাটৰ শান্তিপুৰত ভাড়াতীয়া হিচাপে থাকি গাঁৱৰ সহজ সৰল মহিলাক টাৰ্গেট হিচাপে লৈ চলাই আহিছিল এই দুষ্কাৰ্য।পিছে এশ গৰু মাৰিলে বাঘৰো মৰণ

।তেনে দশাই হ'ল ইনাৰো। ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷ ২৩/৯/২০২০

NORTHEAST NEWS INDIA


23 September, 2020 গোলাঘাট ব্ৰেকিং ---- গোলাঘাট জিলাস্বাস্থ্য সমিতিয়ে বুধবাৰে পুৱা সমদলেৰে চহৰখন পৰিক্ৰমা কৰে ৷ সমিটিৰ সদস্যসকলে গোলাঘাট ছহিদ কোশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা সমদল কৰি ক’ভিড-১৯ৰ সতৰ্কতাৰ উদ্দেশ্যৰে বিভিন্ন শ্ল’গানেৰে জনতাক সজাগকৰা দেখাগল ৷ ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷ ২৩/৯/২০২০

 23 September, 2020


গোলাঘাট ব্ৰেকিং  ----


গোলাঘাট জিলাস্বাস্থ্য সমিতিয়ে বুধবাৰে পুৱা সমদলেৰে চহৰখন পৰিক্ৰমা কৰে ৷

সমিটিৰ সদস্যসকলে গোলাঘাট ছহিদ কোশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা সমদল কৰি ক’ভিড-১৯ৰ সতৰ্কতাৰ উদ্দেশ্যৰে বিভিন্ন শ্ল’গানেৰে জনতাক সজাগকৰা দেখাগল ৷ ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷ ২৩/৯/২০২০


23 September, 2020Covid19 Assam and actions taken as on 22/09/2020.

23 September, 2020

Covid19 Assam and actions taken as on 22/09/2020.

Tuesday, 22 September 2020

22 September, 2020 গোলাঘাটৰ জটিল সমস্যা সমূহৰ সমাধান ক্ষেত্ৰৰ সন্দৰ্ভত জিলা উপায়ুক্তৰ সংবাদমেল গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীৰ অধ্যক্ষতাত মঙ্গলবাৰে এখন সংবাদমেল অনুষ্ঠিত হয়।উক্ত সংবাদমেলত সাংবাদিক সকলক সম্বোধন কৰি নগৰ খনৰ জটিল সমস্যা সমূহৰ সমাধান কৰিব বাবে তেখেতে সকলৰ পৰামৰ্শ বিচাৰে।এই সন্দৰ্ভত সাংবাদিক সকলে শেহতীয়াকৈ জিলা খনত COVID-19 ৰ প্ৰাদুৰ্ভাৱ বাবে উৎপন্ন হোৱা পৰিস্থিতি সম্পৰ্কত উপায়ুক্ত গৰাকীক অৱগত কৰাৰ ওপৰিও গোলাঘাট পৌৰসভাৰ সৌজন্যত খোৱা পানী যোগান ধৰা ব্যৱস্থা, Street Light, নগৰ খনৰ মূল পথ সমূহত নিতৌ উদ্ভৱ হৈ থকা যান জঁটকে ধৰি বিভিন্ন সমস্যা সম্পৰ্কত সাংবাদিক সকলে নিজৰ পৰামৰ্শ আগবঢ়ায়।এই সভাত উপস্থিত যুটীয়া স্বাস্থ্য সঞ্চালক অৰুণ চন্দ্ৰ মহন্তইজিলা খনত নতুনকৈ COVID-19 আক্ৰান্ত ৰোগী সকলৰ চিকিৎসাৰ বাবে কেবাটাও নতুন কোভিড কেয়াৰ কেন্দ্ৰ মুকলি কৰা হব বুলি জানিব দিয়ে। বৰ্তমান পৌৰসভাৰ দায়িত্বত থকা কাৰ্যবাহী দণ্ডাধীশ মগেন নৰহে উল্লেখ কৰা সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰত পৌৰসভাই গ্ৰহণ কৰা শেহতীয়া কাৰ্যসূচীৰ সম্পৰ্কত সকলোকে অৱগত কৰে । নগৰ খনৰ অন্যতম জটিল সমস্যা নিয়মীয়া বিদ্যুৎ যোগান দিয়া ক্ষেত্ৰত উক্ত সংবাদমেলত উপস্থিত বিদ্যুৎ বিভাগৰ পৰিচালকমৃদুল শইকীয়াই শীঘ্ৰেই নগৰখনৰ বিদ্যুৎ আসোঁৱাহ দূৰ কৰিবৰ বাবে তেতেলীতলত নতুনকৈ উচ্চ ক্ষমতা সম্পন্ন ট্ৰান্সফাৰ্মাৰ স্থাপন কৰা হব বুলি জানিব দিয়ে।লগতে নগৰখনৰ উদ্যান, পদপথ আৰু অন্য বাটপথ সমূহতো বেদখল কৰাৰ বাবে তৎকালীন ভাৱে পৌৰসভাই উচ্ছেদ অভিযান চলাব বুলি সাংবাদিকৰ আগত জানিব দিয়ে। উল্লেখযোগ্য যে বিভিন্ন সময়ত উল্লেখ কৰা সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰত পূৰ্বেও প্ৰশাসনৰ এনে সভা আৰু সংবাদমেল অনুষ্ঠিত হোৱা পিছত কিছু দিন সমস্যা সমাধানৰ বাবে উল্লেখ কৰা মতে কাৰ্যসূচী গ্ৰহণ কৰা হয় যদিও পুনৰ পৌৰসভাৰ খোৱা পানী , street light আৰু বাটপথ ও পদপথত অতিক্ৰমন সামান্য কথা হয় পৰে।গোলাঘাটৱাসী সকলৰ এই জটিল সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰত প্ৰশাসনৰ এই পদক্ষেপ কিমান ফলপ্ৰসূ হব সেয়া অনাগত দিনত লক্ষণীয় হব। :: প্ৰকাশ শৰ্মা গোলাঘাট ৷ NORTHEAST NEWS INDIA

 22 September, 2020


গোলাঘাটৰ জটিল সমস্যা সমূহৰ সমাধান ক্ষেত্ৰৰ সন্দৰ্ভত জিলা উপায়ুক্তৰ সংবাদমেল



 গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীৰ অধ্যক্ষতাত  মঙ্গলবাৰে এখন সংবাদমেল অনুষ্ঠিত হয়।উক্ত সংবাদমেলত সাংবাদিক সকলক সম্বোধন কৰি নগৰ খনৰ জটিল সমস্যা সমূহৰ সমাধান কৰিব বাবে তেখেতে সকলৰ পৰামৰ্শ বিচাৰে।এই সন্দৰ্ভত সাংবাদিক সকলে শেহতীয়াকৈ জিলা খনত COVID-19 ৰ প্ৰাদুৰ্ভাৱ বাবে উৎপন্ন হোৱা পৰিস্থিতি সম্পৰ্কত উপায়ুক্ত গৰাকীক অৱগত কৰাৰ ওপৰিও গোলাঘাট পৌৰসভাৰ সৌজন্যত খোৱা পানী যোগান ধৰা ব্যৱস্থা, Street Light, নগৰ খনৰ মূল পথ সমূহত নিতৌ উদ্ভৱ হৈ থকা যান জঁটকে ধৰি বিভিন্ন সমস্যা সম্পৰ্কত সাংবাদিক সকলে নিজৰ  পৰামৰ্শ আগবঢ়ায়।এই সভাত উপস্থিত যুটীয়া স্বাস্থ্য সঞ্চালক অৰুণ চন্দ্ৰ মহন্তইজিলা খনত নতুনকৈ COVID-19 আক্ৰান্ত ৰোগী সকলৰ চিকিৎসাৰ বাবে কেবাটাও নতুন কোভিড কেয়াৰ কেন্দ্ৰ মুকলি কৰা হব বুলি জানিব দিয়ে। বৰ্তমান পৌৰসভাৰ দায়িত্বত থকা কাৰ্যবাহী দণ্ডাধীশ মগেন নৰহে  উল্লেখ কৰা সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰত পৌৰসভাই গ্ৰহণ কৰা শেহতীয়া কাৰ্যসূচীৰ সম্পৰ্কত সকলোকে অৱগত কৰে । নগৰ খনৰ অন্যতম জটিল সমস্যা নিয়মীয়া বিদ্যুৎ যোগান দিয়া ক্ষেত্ৰত উক্ত সংবাদমেলত উপস্থিত বিদ্যুৎ বিভাগৰ পৰিচালকমৃদুল শইকীয়াই শীঘ্ৰেই নগৰখনৰ বিদ্যুৎ আসোঁৱাহ দূৰ কৰিবৰ বাবে তেতেলীতলত নতুনকৈ উচ্চ ক্ষমতা সম্পন্ন ট্ৰান্সফাৰ্মাৰ স্থাপন কৰা হব বুলি জানিব দিয়ে।লগতে নগৰখনৰ উদ্যান, পদপথ আৰু অন্য বাটপথ সমূহতো বেদখল কৰাৰ বাবে তৎকালীন ভাৱে পৌৰসভাই উচ্ছেদ অভিযান চলাব বুলি সাংবাদিকৰ আগত জানিব দিয়ে। উল্লেখযোগ্য যে বিভিন্ন সময়ত উল্লেখ কৰা সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰত পূৰ্বেও প্ৰশাসনৰ এনে সভা আৰু সংবাদমেল অনুষ্ঠিত হোৱা পিছত কিছু দিন সমস্যা সমাধানৰ বাবে উল্লেখ কৰা মতে কাৰ্যসূচী গ্ৰহণ কৰা হয় যদিও পুনৰ পৌৰসভাৰ খোৱা পানী , street light আৰু বাটপথ ও পদপথত অতিক্ৰমন সামান্য কথা হয় পৰে।গোলাঘাটৱাসী সকলৰ এই জটিল সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰত প্ৰশাসনৰ এই পদক্ষেপ কিমান ফলপ্ৰসূ  হব সেয়া অনাগত দিনত লক্ষণীয় হব। :: প্ৰকাশ শৰ্মা  গোলাঘাট ৷

NORTHEAST NEWS INDIA


22 September, 2020 *ৰেল লাইনত অচিনাকী মৃতদেহ উদ্ধাৰ* গোলাঘাট : ২২ছেপ্তেম্বৰ উত্তৰপূৱ সীমান্ত ৰেল’ৱেৰ বৰপথাৰ আৰু সৰুপথাৰ ৰেলষ্টেচনৰ মাজৰ ৰেললাইনত উদ্ধাৰহোৱা এটা অচিনাকী মৃতদেহ কালি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় ৷ বোকাজান ৰেল’ৱেৰ সূত্ৰে জানিবপৰামতে উক্ত দুটা ৰেলষ্টেচনৰ মাজত ৰেলআলিয়েদি বৰপথাৰ দিশে প্ৰায় ৫০ বছৰীয়া অচিনাক্ত লোকজন খোজকাঢ়ি আহি থাকোতে ৰেল’ৱে কিলোমিটাৰ ২৯৭/২--৩ এলেকাত লোকজন পৰি মুৰত আঘাট পায় ৷ প্ৰত্যক্ষদৰ্শীয়ে লগেলগে সংশ্লিষ্ট ষ্টেশ্যন আৰু ১০৮ সেৱাক খবৰ দিয়ে ৷ কিছূপলমকৈ জৰুৰীকালীন সেৱাৰ গাড়ী উপস্থিত হয় যদিও লোকজনৰ মৃত্যু হয় ৷ অচিনাক্ত লোকজনৰ মৃতদেহটো বোকাজান ষ্টেচনৰ আৰক্ষীয়ে উদ্ধাৰ কৰি কালি গোলাঘাট ছহিদ কুশলকোৱঁৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে ৷ প্ৰায় পাঁচ ফুট পাচ ইঞ্চি ওখ ; বগা স্পটিং আৰু কলা লংপেণ্ট পৰিধান কৰা লোক জনৰ প্ৰেচাৰ স্ত্ৰোক হৈ ৰেললাইনত পৰি মুৰত আঘাটপাই মৃত্যু হলবুলি আৰক্ষীয়ে সন্দেহ কৰিছে ৷ বৰ্তমানলৈ চিনাক্ত নোহোৱা লোকজনৰ মৃতদেহটো ৭২ ঘণ্টালৈকে গোলাঘাটৰ কে কে চিভিলৰ মৰ্গত ৰখাহৈছে ৷ আৰু এই সময়চোৱাৰ ভিতৰত চিনাক্তকৰণ নহলে বিভাগীয় নিয়মমতে সৎকাৰৰ ব্যবস্থা কৰাহব বুলি বোকাজানৰ ৰেল আৰক্ষীয়ে জানিবলৈ দিছে ৷ :: প্ৰকাশ শৰ্মা : গোলাঘাট NORTHEAST NEWS INDIA

 22 September, 2020


*ৰেল লাইনত অচিনাকী মৃতদেহ উদ্ধাৰ*


 গোলাঘাট : ২২ছেপ্তেম্বৰ 


উত্তৰপূৱ সীমান্ত ৰেল’ৱেৰ  বৰপথাৰ আৰু সৰুপথাৰ ৰেলষ্টেচনৰ মাজৰ ৰেললাইনত উদ্ধাৰহোৱা এটা অচিনাকী মৃতদেহ কালি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় ৷ বোকাজান ৰেল’ৱেৰ সূত্ৰে জানিবপৰামতে উক্ত দুটা ৰেলষ্টেচনৰ মাজত ৰেলআলিয়েদি বৰপথাৰ দিশে  প্ৰায় ৫০ বছৰীয়া অচিনাক্ত লোকজন খোজকাঢ়ি আহি থাকোতে ৰেল’ৱে কিলোমিটাৰ ২৯৭/২--৩ এলেকাত লোকজন পৰি মুৰত আঘাট পায় ৷ প্ৰত্যক্ষদৰ্শীয়ে লগেলগে সংশ্লিষ্ট ষ্টেশ্যন আৰু ১০৮ সেৱাক খবৰ দিয়ে ৷ কিছূপলমকৈ জৰুৰীকালীন সেৱাৰ গাড়ী উপস্থিত হয় যদিও লোকজনৰ মৃত্যু হয় ৷ অচিনাক্ত লোকজনৰ মৃতদেহটো বোকাজান ষ্টেচনৰ আৰক্ষীয়ে উদ্ধাৰ কৰি কালি গোলাঘাট ছহিদ কুশলকোৱঁৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে ৷ প্ৰায় পাঁচ ফুট পাচ ইঞ্চি ওখ ;  বগা স্পটিং

 আৰু কলা লংপেণ্ট পৰিধান কৰা লোক জনৰ প্ৰেচাৰ স্ত্ৰোক হৈ ৰেললাইনত পৰি মুৰত আঘাটপাই মৃত্যু হলবুলি আৰক্ষীয়ে সন্দেহ কৰিছে ৷ বৰ্তমানলৈ চিনাক্ত নোহোৱা লোকজনৰ মৃতদেহটো ৭২ ঘণ্টালৈকে গোলাঘাটৰ কে কে চিভিলৰ মৰ্গত ৰখাহৈছে ৷ আৰু এই সময়চোৱাৰ ভিতৰত চিনাক্তকৰণ নহলে বিভাগীয় নিয়মমতে সৎকাৰৰ ব্যবস্থা কৰাহব বুলি বোকাজানৰ ৰেল আৰক্ষীয়ে জানিবলৈ দিছে ৷ :: প্ৰকাশ শৰ্মা : গোলাঘাট

NORTHEAST NEWS INDIA


22 September, 2020Covid19 Assam and actions taken as on 21/09/2020.

22 September, 2020

Covid19 Assam and actions taken as on 21/09/2020.

Monday, 21 September 2020

21 September, 2020 ন’নি ৷ এটা ফল ৷ ইয়াৰ খেটিৰ বাবে উপযুক্ত আমাৰ পৰিবেশ ৷ ন’নি নামৰ ঔষধি গূণ সমপন্ন ফলবিধৰ খেটিৰেও স্বাৱলম্বী হবপাৰে অসমৰ নিবনুৱা ৷ গোলাঘাটৰ এৰেঙ্গাপাৰাৰ এগৰাকী যুৱতীয়ে কৰা মাত্ৰ দুজোপা পুলিগছেই প্ৰমাণ কৰিছে এই কথা ৷ দিপ্তিৰাণী দেৱী নামৰ যুৱতী গৰাকীয়ে যোৰহাটৰ বৰ্ষাৰণ্যৰ পৰা দুটা ন’নি গছৰ পুলি আনি নিজৰ ঘৰৰ বাৰিত ৰোপন কৰিছিল ৷ আৰু পুলি অৱস্থাতেই ডালভৰি লাগিছে এইবিধ ঔষধিগুণযুক্ত ফল ৷ এই ন’নি খেটি যদি ব্যবসায়িক ভিত্তিত কৰাহয় তেন্তে অদুৰ ভৱিষ্যতে অসমৰ নিবনুৱা সকলক সংস্থাপিত কৰিব পৰা যাব ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট ৷ NORTHEAST NEWS INDIA

 21 September, 2020


ন’নি ৷ এটা ফল ৷ ইয়াৰ খেটিৰ বাবে উপযুক্ত আমাৰ পৰিবেশ ৷


ন’নি নামৰ ঔষধি গূণ সমপন্ন ফলবিধৰ খেটিৰেও স্বাৱলম্বী হবপাৰে অসমৰ নিবনুৱা ৷  গোলাঘাটৰ এৰেঙ্গাপাৰাৰ এগৰাকী যুৱতীয়ে কৰা মাত্ৰ দুজোপা পুলিগছেই প্ৰমাণ কৰিছে এই কথা ৷ দিপ্তিৰাণী দেৱী নামৰ যুৱতী গৰাকীয়ে যোৰহাটৰ বৰ্ষাৰণ্যৰ পৰা দুটা ন’নি গছৰ পুলি আনি নিজৰ ঘৰৰ বাৰিত ৰোপন কৰিছিল ৷ আৰু পুলি অৱস্থাতেই ডালভৰি লাগিছে এইবিধ ঔষধিগুণযুক্ত ফল ৷ এই ন’নি খেটি যদি ব্যবসায়িক ভিত্তিত কৰাহয় তেন্তে অদুৰ ভৱিষ্যতে অসমৰ নিবনুৱা সকলক সংস্থাপিত কৰিব পৰা যাব ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট ৷

NORTHEAST NEWS INDIA


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...