Wednesday, 23 September 2020

23 September, 2020 গোলাঘাট ব্ৰেকিং ---- গোলাঘাট জিলাস্বাস্থ্য সমিতিয়ে বুধবাৰে পুৱা সমদলেৰে চহৰখন পৰিক্ৰমা কৰে ৷ সমিটিৰ সদস্যসকলে গোলাঘাট ছহিদ কোশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা সমদল কৰি ক’ভিড-১৯ৰ সতৰ্কতাৰ উদ্দেশ্যৰে বিভিন্ন শ্ল’গানেৰে জনতাক সজাগকৰা দেখাগল ৷ ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷ ২৩/৯/২০২০

 23 September, 2020


গোলাঘাট ব্ৰেকিং  ----


গোলাঘাট জিলাস্বাস্থ্য সমিতিয়ে বুধবাৰে পুৱা সমদলেৰে চহৰখন পৰিক্ৰমা কৰে ৷

সমিটিৰ সদস্যসকলে গোলাঘাট ছহিদ কোশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা সমদল কৰি ক’ভিড-১৯ৰ সতৰ্কতাৰ উদ্দেশ্যৰে বিভিন্ন শ্ল’গানেৰে জনতাক সজাগকৰা দেখাগল ৷ ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷ ২৩/৯/২০২০


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...