Monday, 21 September 2020

21 September, 2020 ন’নি ৷ এটা ফল ৷ ইয়াৰ খেটিৰ বাবে উপযুক্ত আমাৰ পৰিবেশ ৷ ন’নি নামৰ ঔষধি গূণ সমপন্ন ফলবিধৰ খেটিৰেও স্বাৱলম্বী হবপাৰে অসমৰ নিবনুৱা ৷ গোলাঘাটৰ এৰেঙ্গাপাৰাৰ এগৰাকী যুৱতীয়ে কৰা মাত্ৰ দুজোপা পুলিগছেই প্ৰমাণ কৰিছে এই কথা ৷ দিপ্তিৰাণী দেৱী নামৰ যুৱতী গৰাকীয়ে যোৰহাটৰ বৰ্ষাৰণ্যৰ পৰা দুটা ন’নি গছৰ পুলি আনি নিজৰ ঘৰৰ বাৰিত ৰোপন কৰিছিল ৷ আৰু পুলি অৱস্থাতেই ডালভৰি লাগিছে এইবিধ ঔষধিগুণযুক্ত ফল ৷ এই ন’নি খেটি যদি ব্যবসায়িক ভিত্তিত কৰাহয় তেন্তে অদুৰ ভৱিষ্যতে অসমৰ নিবনুৱা সকলক সংস্থাপিত কৰিব পৰা যাব ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট ৷ NORTHEAST NEWS INDIA

 21 September, 2020


ন’নি ৷ এটা ফল ৷ ইয়াৰ খেটিৰ বাবে উপযুক্ত আমাৰ পৰিবেশ ৷


ন’নি নামৰ ঔষধি গূণ সমপন্ন ফলবিধৰ খেটিৰেও স্বাৱলম্বী হবপাৰে অসমৰ নিবনুৱা ৷  গোলাঘাটৰ এৰেঙ্গাপাৰাৰ এগৰাকী যুৱতীয়ে কৰা মাত্ৰ দুজোপা পুলিগছেই প্ৰমাণ কৰিছে এই কথা ৷ দিপ্তিৰাণী দেৱী নামৰ যুৱতী গৰাকীয়ে যোৰহাটৰ বৰ্ষাৰণ্যৰ পৰা দুটা ন’নি গছৰ পুলি আনি নিজৰ ঘৰৰ বাৰিত ৰোপন কৰিছিল ৷ আৰু পুলি অৱস্থাতেই ডালভৰি লাগিছে এইবিধ ঔষধিগুণযুক্ত ফল ৷ এই ন’নি খেটি যদি ব্যবসায়িক ভিত্তিত কৰাহয় তেন্তে অদুৰ ভৱিষ্যতে অসমৰ নিবনুৱা সকলক সংস্থাপিত কৰিব পৰা যাব ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট ৷

NORTHEAST NEWS INDIA


No comments:

Post a Comment

Welcome Northeast News India

লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...